সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শীৰ্ষ সংবাদ

সাৰ কাৰখানাক লৈ নতুন বটলত পুৰণি মদ নেকি?

মোদী চৰকাৰৰ এটা শেহতীয়া কেবিনেট সিদ্ধান্ত৷ নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব চতুৰ্থটো গোট৷ ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ বাবে এই গোট স্থাপনত বিগত ১৯ মাৰ্চত অনুষ্ঠিত কেবিনেটত অনুমোদন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই প্ৰকল্পত ব্যয় হ’ব…

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, ‘কীকী’ ৰ হাতলৈ ৩৬ কোটি

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা মানেই জেপ গৰম 'কীকী' ৰ। ডেৰ বছৰত অস্থায়ী মঞ্চ -পেণ্ডেলত উৰুৱালে ১০০ কোটিৰো অধিক টকা। ঋণত পোত গৈছে চৰকাৰ, জেপ গধুৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ‘কীকী’ৰ। ডেৰ বছৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, 'কীকী' ৰ হাতলৈ…

মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি

বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।

ট্ৰাম্পৰ শুল্কযুদ্ধত বিধ্বস্ত হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’

‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷' ১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি…

ড০ হিমন্ত বিশ্ব শৰ্মা যদি চাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী হ’লহেঁতেন!

১ নৱেম্বৰ, ২০২৪ ৰ ঘটনা৷ চাৰ্বিয়া নামৰ দেশখনৰ নৱী চহৰৰ এটা ৰে’লৱে’ ষ্টেচনৰ ছাদ ভাঙি পৰে৷ এই দুৰ্ঘটনাত নিহত হয় ১৫ জন লোক৷ ভাৰতত হোৱা হ’লে এই ঘটনাক লৈ চাৰিদিন লাইভ সম্প্ৰচাৰ হ’লহেঁতেন, বিৰোধীয়ে বিভাগীয় মন্ত্ৰীৰ পদত্যাগ দাবী কৰিলেহেঁতেন, চৰকাৰে…

কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?

হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই…

মণিপুৰৰ পৰা আৰম্ভ নীতিশ কুমাৰৰ খেল

এইবাৰ নীতিশ কুমাৰে খেল আৰম্ভ কৰিছে মণিপুৰৰ পৰা৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ কি ল’ব পাৰে, সেয়া তেওঁৰ ছাঁটোৱেও নাজানে৷ অন্ততঃ শেহতীয়া সময়ছোৱাত নীতিশ কুমাৰে সেই কথাকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে৷ নিজা উদ্যোগত…

জুবিনে জাতিৰ বাবে কি কি কৰিলে ?

জুবিন গাৰ্গ৷ অসমৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বিতৰ্কিত ব্যক্তি৷ জীৱনকালত সীমাহীন জনপ্ৰিয়তা উপভোগ কৰিবলৈ পোৱা ব্যক্তিসকলৰ শীৰ্ষত নিঃসন্দেহে থাকিব জুবিন গাৰ্গ৷ জুবিন গাৰ্গ যিমান জনপ্ৰিয়, সিমানেই বিতৰ্কিতও৷ জুবিনৰ গানৰ বাবে এই বিতৰ্ক হোৱা…

পিকনিকৰো খবৰ ৰখা মুখ্যমন্ত্ৰীয়ে নাজানে কয়লা খনিৰ খবৰ

ডিমাহাছাওত অবৈধ কয়লাৰ খনিত আৱদ্ধ হৈ আছে ৯ গৰাকী শ্ৰমিক৷ অথচ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে-বি টি আৰ, ডিমাহাছাওত কি চলি আছে, তেওঁ নাজানে৷ এয়া এটা গোকাট মিছা কথাৰ বাহিৰে আন একো নহয়৷ ডিমাহাছাও যদিও ষষ্ঠ অনুসূচীৰ অন্তৰ্গত, তাৰ…