Browsing Category
শীৰ্ষ সংবাদ
ভাৰতত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি
সমগ্ৰ দেশতে প্ৰতিদিনে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰতত সোমবাৰৰ দিনটোত ১,৭৯,৭২৩ জন ৰোগী নতুনকৈ কোভিড-১৯ আক্ৰান্ত হৈছে। বৰ্তমানৰলৈকে মুঠতে ভাৰতত ৭,২৩,৬১৯ জন লোক আক্ৰান্ত হৈছে কোভিডৰ তৃতীয়টো ঢৌত। যোৱা ২৪ ঘণ্টাত ১৪৬ জন ৰোগী…
দেশৰ ৫ ৰাজ্যত ৭ টা পৰ্যায়ত বিধানসভা নিৰ্বাচন , ফলাফল কেতিয়া ?
কোভিড আকৌ আহিছে ৷ বিদ্যালয় বন্ধ হৈ থাকিব ৷ জনজীৱনত নতুন প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ কিন্তু তাৰ মাজতে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ দেশত কোভিডৰ তৃতীয় লহৰ অৰম্ভ হোৱাৰ সময়তে আজি ভাৰতীয় নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ৷…
পঞ্জাৱত কৃষকে ভেটিলে প্ৰধানমন্ত্ৰীৰ কনভয় : সমাবেশ বাতিল
কৃষক বিদ্ৰোহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাতিল কৰিবলগীয়া হয় পঞ্জাৱৰ জনসভা ৷ প্ৰায় দুবছৰৰ পাছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় পঞ্জাৱত । বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ পাছত এইটো আছিল প্ৰথমটো পঞ্জাৱ ভ্ৰমণ। কিন্তু পঞ্জাৱত…
গুৱাহাটী আই আই টিত কভিড`ৰ সংক্ৰমণ
ভাৰতৰ লগতে অসমতো প্ৰত্যেক দিনাই কভিড` ৰোগী ধৰা পৰিছে। এইবাৰ গুৱাহাটী আই আই টিৰ শিক্ষাৰ্থী, বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহত ধৰা পৰিছে কভিড`-১৯। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিড`। আক্রান্তসকলৰ অধিকাংশই বহিঃ ৰাজ্যৰ পৰা অহা শিক্ষাৰ্থী।…
নৱবৰ্ষৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল
আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। আজিৰ দিনটোতে কইনাধৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে সংবাদমেল অনুষ্ঠিত কৰি মত বিনিময় কৰে। লগতে অসম চৰকাৰৰ তৰফৰ পৰা সমূহ অসমবাসীক ইংৰাজী নববর্ষৰ শুভেচ্ছা জনাই।…
কাজিৰঙাত কিয় চৰকাৰী মাটি লৈছিল ৰিণিকি ভূঞা শৰ্মাই ?
মুখ্যমন্ত্ৰীৰ পৰিয়ালে চৰকাৰী মাটি হস্তগত কৰাৰ এইটোৱে প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও চৰকাৰী মাটিৰ আৱন্টন নিজৰ নামত লৈ ঘূৰাই দিবলগীয়া হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৷
সংবাদমাধ্যমৰ ভূমিকাক লৈ মুখ্য ন্যায়াধীশৰ ইমান আক্ষেপ কিয় ?
অৰূপ কলিতা
অপ্ৰত্যাশিতভাৱে মেডিয়াৰ কেনভাছৰ পৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰণা অদৃশ্য হৈ পৰিছে ৷- এইদৰে আক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ…
বে আইনী, অবৈধঃ সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰী
ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছে ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ৷
নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ
বিশিষ্ট কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ প্ৰদান কৰা হৈছে৷জীৱনজোৰা সাধনাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে নীলমনি ফুকনলৈ।তৃতীয়গৰাকী অসমীয়া হিচাপে জ্ঞানপীঠ বটাঁ লাভ কৰিছে নীলমনি ফুকনে।তেখেতৰ উল্লেখযোগ্য সৃষ্টিৰাজিত আছে ‘সূৰ্য হেনো নামি আহে এই…
ভুলতে’ ১৫ জন মানুহক গুলীয়াই হত্যা কৰাৰ ক্ষমতা কোনে দিলে সেনাক ?
এখন দেশ ৷ স্বাধীনতাৰ পাছত ৭ টা দশক অতিক্ৰম কৰা এখন দেশ ৷ বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ পৰিচয় দিয়া এখন দেশ ৷ সেই দেশখনত ভুলতে গুলীয়াই দিয়া হয় ১৫ জনকৈ নিৰীহ নাগৰিকক ৷ তাৰ পাছত কোৱা হয় যে এয়া ভুলতে হৈ গ’ল ৷ এই দেশত পুলিচ – আৰ্মিৰ হাতত মৃত্যু…