Browsing Category
শীৰ্ষ সংবাদ
যৌন কেলেংকাৰিয়ে কিদৰে চকী কাঢ়িলে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ ?
এজন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ সৈতে এটা বাতৰি৷ আপত্তিজনকভাৱে দুজন ব্যক্তিক স্পৰ্শ কৰিছিল সাংসদজনে৷ লাহে লাহে পোহৰলৈ আহিল সাংসদজনৰ পূর্বৰ বহু যৌন কেলেংকাৰিৰ বাতৰি৷ ইয়াৰ পাছতেই সাংসদজনক লৈ দলৰ মজিয়াত তীব্ৰ মতবিৰোধ ৷ পৰৱর্তী সময়ত দুজনকৈ…
ফেক কিলিং : কাল্পনিক ব্যক্তিক হত্যা কৰি অসমত কেনেদৰে লুণ্ঠন কৰা হয় বীমাৰ ধন ?
ফেক এনকাউন্টাৰ নহয় , আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত উন্মোচিত হৈছে অসমৰ ‘ফেক কিলিঙ’ৰ ঘটনা৷উন্মোচিত হৈছে ফেক কিলিঙৰ জৰিয়তে বীমাৰ ধন লুন্ঠনৰ চাঞ্চল্যকৰ তথ্য ৷ ‘ব্লুমবার্গ’ৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে অসমৰ বৰপেটা জিলাত সংঘটিত এই ফেক কিলিঙৰ ঘটনা৷…
বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ পাছত… : ০.০১ শতাংশৰ পৰা ১৭.২ শতাংশলৈ বাঢ়িল নিবনুৱাৰ হাৰ
২০২১ চনৰ মে’ মাহত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সেই মাহটোত অসমত নিবনুৱাৰ হাৰ আছিল ০.০১ শতাংশ ৷ তাৰ পাছত ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিছে এবছৰ এটা মাহ৷ ড: শৰ্মা চৰকাৰে এই এটা বছৰৰ…
ধূম্ৰপায়ী ‘কালী’ : ধৰ্মীয় ভাৱনাই দেশত কিয় লৈছে ধুমুহাৰ ৰূপ ?
ধৰ্মৰ কথা নক’ব ৷ ধৰ্মৰ আলোচনা-সমালোচনা নকৰিব ৷ কাৰণ ভাৰত এতিয়া ধৰ্মক লৈ অত্যন্ত সংবেদনশীল ৷ ধৰ্ম সম্পৰ্কীয় মন্তব্যই যেতিয়াই তেতিয়াই আঘাত কৰিব পাৰে কাৰোবাৰ ধৰ্মৰ ভাৱনাত ৷ দেশৰ চুকে কোনে ৰুজু হ’ব পাৰে গোচৰ ৷ তাৰ পাছত অন্তহীন আইনী কুচকাৱাজ ৷…
উদয়পুৰৰ কানহায়ালাল হত্যাৰ মূল অভিযুক্তৰ সু-সম্পর্ক বিজেপি নেতাৰ লগত!
উদয়পুৰৰ কানহায়ালাল হত্যাৰ মূল অভিযুক্তৰ সু-সম্পর্ক বিজেপি নেতাৰ লগত! কংগ্ৰেছৰ অভিযোগ, বিজেপিৰ সক্ৰিয় কর্মী আছিল অভিযুক্ত ৰিয়াজ অত্তাৰি৷ চাওক অভিযুক্তৰে কি সম্পর্ক বিজেপি নেতাৰ-
স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ…
EXCLUSIVE : গুৱাহাটী এৰাৰ পূৰ্বে শপতনামাত কি লিখিলে একনাথ সিন্দে আৰু শিৱসেনাৰ বিদ্ৰোহী বিধায়কে
অস্তিত্বৰ সংকটত শিৱসেনা ৷ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰৰ আস্থাভোটৰ বাবে সেউজ সংকেত দিয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ চকী এৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৷ ইয়াৰ লগে লগে মহা বিকাশ আগাধী অৰ্থাৎ শিৱসেনা – এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোঁট…
একনাথ সিন্দেৰ খেল নষ্ট কৰিব পাৰে বিধানসভাৰ উপাধ্যক্ষই। কি কয় আইনে?
মহাৰাষ্ট্ৰৰ ঘোঁৰা কিনা বেচাৰ ৰাজনীতিত এইবাৰ খেলা দেখুৱাব পাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষই। কি এই খেলা? কি কয় আইনে?
স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos…
Intelligence Bureau ৰ শীৰ্ষ পদত অসম সন্তান
Intelligence Bureau ৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিলে অসম সন্তান তপন কুমাৰ ডেকাই । The Appointment Committee of the cabinetৰ অনুমোদনৰ পিছতেই পদোন্নতি লাভ কৰিলে তপন কুমাৰ ডেকাই। বিশেষ শাখাৰ সঞ্চালকৰ পৰা মুখ্য সঞ্চালকলৈ পদোন্নতি লাভ কৰে ডেকাই।…
ED CBI এ কেনেদৰে মহাৰাষ্ট্ৰ চৰকাৰ পতনত বিজেপিক সহায় কৰিলে?
ED CBI এ কেনেদৰে মহাৰাষ্ট্ৰ চৰকাৰ পতনত বিজেপিক সহায় কৰিলে?
স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook:…
ৰাজপথ – ৰে’লপথ এতিয়া ‘অগ্নিপথ’ : কিমান দৰমহা পাব অগ্নিবীৰে ?
কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ ৷এই আঁচনি অনুসৰি ১৭.৫ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ যুৱক – যুৱতীক দিয়া হ’ব সেনাৰ চাকৰি ৷এইসকল সৈনিক পৰিচিত হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু এই চাকৰিৰ বয়স হ’ব মাত্ৰ ৪ বছৰ ৷ ৪ বছৰ চাকৰি কৰাৰ পাছত ৭৫ শতাংশ…