শ্ৰেণী শীৰ্ষ সংবাদ

EXCLUSIVE : মন্ত্ৰী পীযূষ হাজৰিকাৰ ঘৰত মুম্বাইৰ ব্যৱসায়ীৰ ৬৮ লাখ টকীয়া গাড়ী

মণীষা কলিতা , গুৱাহাটী , ১২ ছেপ্তেম্বৰ :   মুম্বাইৰ এজন ব্যৱসায়ী , জাগীৰোডত নিৰ্মীয়মাণ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ঔষধ নিৰ্মাণকাৰী কোম্পেনী আৰু অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই ব্যৱহাৰ কৰা এখন  গাড়ীয়ে এতিয়া কেইবাটাও বিস্ফোৰক প্ৰশ্নৰ উত্থাপন কৰিছে ৷এই বিশেষ গাড়ীখন…

ভিক্টৰ দাস কোন?

আজিৰ দিনটোত খবৰৰ শিৰোনাম ভিক্টৰ দাস। আজিৰ দিনটোত ৰাজ্যজুৰি সঘন উচ্চাৰিত এটা নাম ভিক্টৰ দাস। দেশৰ এজন সাধাৰণ নাগৰিক ভিক্টৰ দাস। অন্য দহজনৰ দৰেই পেছাগত বৃত্তিৰে পৰিয়াল পোহপাল দিব বিচৰা এজন ব্যক্তি ভিক্টৰ দাস। কোচিং চেণ্টাৰৰ টিউটৰ হিচাপে জীৱন নিৰ্বাহ…

ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি

মৰিগাঁৱৰ বাবে এক সুখবৰ ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি। আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি ভাৰতীয় ডাক টিকটত স্থান লাভ কৰে। ১৯৩৮ চনতে স্থাপন হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয়খনে…

আপৰ ভিতৰচৰাত চলিছে কি ?

আপৰ ভিতৰচৰাত সুৰক্ষিত নহয় মহিলা ! আপত চলিছে নেকি ভাঙোন ! আপৰ নেত্ৰীৰ অডিঅ’ টেপে পোহৰলৈ আনিলে বিস্ফোৰক সত্য আপৰ পৰা নিলম্বিত ৰাজীব শইকীয়া – ৰুদ্ৰাংকৰ হাজৰিকা মহিলা নেত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বিত দুই নেতা ৰাজীব শইকীয়া আম আদমি পাৰ্টীৰ ৰাজ্যিক…

আৰক্ষী আইনৰ অধীনত পৰিচালিত হৈছে নে মুখ্যমন্ত্ৰীৰ আঙুলিৰ নির্দেশত?

শিৱ-পাৰ্বতীৰ ৰূপত বাটৰ নাট যোগে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ নগাওঁ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক হেনো আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মোকলাই দিবলৈ বাধ্য হল । মুখ্যমন্ত্ৰীৰ মতে শিৱ-পাৰ্বতীৰ বেশত সাম্প্ৰতিক কোনো ইচ্যু লৈ প্ৰতিবাদ কৰাতো অপৰাধ নহয় । তাৰ মানে…

শ্ৰীলংকাত বুভুক্ষ জনতাৰ আৰ্তনাদ : ভাৰতৰ বাবে কি সকীয়ণি ?

বুভুক্ষ আৰু ক্ষোভিত জনতাৰ হুংকাৰত কঁপি উঠিছে শ্ৰীলংকাৰ ৰাজধানী কলম্বো ৷ লাখ লাখ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাসগৃহত ৷ বিপদৰ আগজাননী আগতীয়াকৈ লাভ কৰি ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে ৰাষ্ট্ৰপতি ৰাজাপাক্ষে ৷ কিন্তু শান্ত হোৱা নাই কলম্বো ৷…

পাটিয়ালা পেগ , যৌনতা আৰু চাৰি সেনা বিষয়াৰ নিলম্বন

গোপনীয়তা ভংগৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে চাৰিগৰাকী সেনা বিষয়া ৷ উৰ্ধতন কৰ্তৃপক্ষই মোবাইল ফোন আৰু অন্যান্য ডিজিটেল সামগ্ৰী জব্দ কৰি গোপনীয়তা ভংগ কৰাৰ অভিযোগ উত্থাপণ কৰিছে এইকেইগৰাকী সেনা বিষয়াই ৷ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱা চাৰি সেনা বিষয়াৰ দুগৰাকী…

অমৰনাথত ভয়ংকৰ দুর্ঘটনা

অমৰনাথত ভয়ংকৰ দুর্ঘটনা৷  ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত  নিহত তীৰ্থযাত্রীৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে৷ এতিয়াও সন্ধানহীন বহু তীৰ্থযাত্রী৷ প্ৰায় অর্ধ শতাধিক তীৰ্থযাত্রী নিখোজ৷ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই৷ সমান্তৰালকৈ অভিযান চলাইছে SDRF আৰু NDRFএ৷ শুকুৰবাৰে বিয়লি ৫.৩০ বজাত সংঘটিত হৈছিল…

ভোক : আধাপেটী মানুহেৰে ভৰিছে ভাৰতবৰ্ষ : ২২.৪ কৌটি লোকে খাবলৈ নাপায় দুবেলা দুসাজ

মহামাৰী কৰোনাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে স্পষ্ট হৈ পৰিছে ৷ মহামাৰীৰ সময়ত কৌটি কৌটি লোকে জীৱন জীৱিকা হেৰুৱাবলগীয়া হোৱাই নহয় , ব্যাপক খাদ্য সংকটৰো সন্মুখীন হৈছে ৷ ৰাষ্ট্ৰসংঘৰ ‘দ্য ষ্টেট অৱ ফুড চিকিউৰিটী এণ্ড নিউট্ৰিশ্যন ইন দ্য ৱৰ্ল্ড ২০২২’ শীৰ্ষক প্ৰতিবেদনত…

বীমাৰ ধন লুণ্ঠন : বৰপেটাত ‘ফেক কিলিঙ’ৰ চাঞ্চল্যকৰ ঘটনা

অসম৷বিশ্বৰ মানচিত্ৰত এখন সৰু ঠাই৷এই সৰু ঠাইখনৰেই এখন জিলা বৰপেটা৷এতিয়া সেই বৰপেটাৰ কথাই  চর্চালৈ আহিছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷কাৰণ ,ইয়াত অস্তিত্বহীন লোককো হত্যা কৰা হয় , মৃত ব্যক্তিও জী উঠে বাৰে বাৰে ৷ ব্লুমবাৰ্গত উন্মোচিত হৈছে , মৃত ব্যক্তিৰ নামত বীমাৰ…