অমৰনাথত ভয়ংকৰ দুর্ঘটনা

Share This Article

অমৰনাথত ভয়ংকৰ দুর্ঘটনা৷  ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত  নিহত তীৰ্থযাত্রীৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে৷ এতিয়াও সন্ধানহীন বহু তীৰ্থযাত্রী৷ প্ৰায় অর্ধ শতাধিক তীৰ্থযাত্রী নিখোজ৷ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই৷ সমান্তৰালকৈ অভিযান চলাইছে SDRF আৰু NDRFএ৷ শুকুৰবাৰে বিয়লি ৫.৩০ বজাত সংঘটিত হৈছিল এই ডাৱৰ বিস্ফোৰণ৷ ইতিমধ্যে তৎকালীনভাৱে বন্ধ কৰি দিয়া হৈছে অমৰনাথ যাত্রা।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.