Category শীৰ্ষ সংবাদ

কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটিত মুকলি বেদখল ৷ খোদ ডিমা…

Exclusive: বৃহৎ বেংক জালিয়াতি : এপেক্স বেংকত বিশ্বজিত ফুকনৰ ঘনিষ্ঠৰ সিন্ধি

অৰূপ কলিতা এইবাৰ অসমত ওলাইছে বিজয় মালিয়া , নীৰৱ মোদীৰ নতুন অৱতাৰ ৷ বেংক জালিয়াতিৰে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত এগৰাকী ব্যৱসায়ীয়ে লাভ কৰিলে  ২০ কৌটি ৩০ লাখ টকা ৷ সাৰদা কেলেংকাৰীত নাম সাঙোৰ খোৱা এইগৰাকী ব্যক্তিক অসম কো…

EXCLUSIVE: ১০ কৌটিৰ ৰাজসাহায্য লৈ প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ হিতাধিকাৰী হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী

অৰূপ কলিতা গুৱাহাটী, ১০ ছেপ্তেম্বৰ: ৰাজ্যৰ লাখ লাখ নিবনুৱা , স্বাৱলম্বিতাৰ সপোন দেখা যুৱক যুৱতীৰ ভাগ্য- ভৱিষ্যতৰ চিন্তা এতিয়া গৌন ৷ এইবাৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰী হোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে খোদ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা ৷…

বজাৰত অদৃশ্য শক্তি! কৃষকে ২০ টকাত বিক্ৰী কৰা পাচলি বজাৰত কেনেকৈ বিক্ৰী হ’য় ১০০ টকাত?

  ছয় মাইলৰ এখন পাচলিৰ দোকানত গ্ৰাহকৰ বেশত উপস্থিত হ’ল দ্য ক্ৰছকাৰেণ্টৰ সাংবাদিক৷ দোকানৰ গৰাকীক সোধা গ’ল পাচলিৰ দাম৷ দোকানীয়ে ক’লে, লেছেৰা ১০০ টকা কিলো৷ এক পোৱাত ৩০ টকা৷ জিকা ৭০ টকা কিলো৷ সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈ ৰৈছে সেই…

উন্নয়নৰ নামত গুৱাহাটীত কাটিলে ৮ হাজাৰ গছ

দৃষ্টিৰূপা বৰদলৈ • ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কটা গ’ল সৰু -বৰ ৭ হাজাৰ গছ • আৰ জি বৰুৱা ৰোডত কাটিলে ১১ জোপা গছ, আকৌ কাটিব ৩০ জোপা • গুৱাহাটী বিশ্ববিদ্যালয়ত কাটিলে ৮ জোপা, কাটিব ২৩ জোপা • ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়ন-…

৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত বিফল অসম চৰকাৰ! দ্য ক্ৰছকাৰেণ্টৰ সমীক্ষা

( এই প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্ৰছাত্ৰীৰ সহযোগত এই প্ৰতিবেদন যুগুত কৰা হৈছে।) ৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত সফল হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰ।যি সময়ত ১ লাখ চাকৰি নিযুক্তিৰ…

চাফাই কৰ্মীৰ ‘চাফাই’, মুখৰ বচন নাৰাখিলে মুখ্যমন্ত্ৰীয়ে!

হিমন্ত বিশ্ব শর্মাই ষ্পষ্টভাবে চাফাই কর্মীসকলক উদেশ্যি কোৱা দেখা গৈছিল, “ তহঁতৰ চাকৰি হৈ গ’ল৷ ৬০ বছৰলৈ তহঁতৰ চাকৰি পাৰমানেন্ট৷”

ট্ৰেইন টু হাইদৰাবাদঃ উদং হৈছে অসমৰ শ শ গাঁও

২৫ মে’, গুৱাহাটী ২১ মে’ ২০২৩, দেওবাৰ৷ গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফর্মত হাইদৰাবাদ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈ আছে ১৫৪০৩৯ নম্বৰৰ ৰে’লখন৷ পূৱা ৬ বজাত সেইখন ৰে’লত উপস্থিত হ’লগৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি৷ গুৱাহাটী-হাইদৰাবাদ অভিমুখী ৰে’লৰ দবাই দবাই ‘দ্য ক্ৰছকাৰেণ্ট’ৰ…

গুৱাহাটী প্ৰেছ ক্লাৱত সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বানেৰে অনুষ্ঠিত হয় নাগৰিক সভা

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা কিছুদিনধৰি মণিপুৰত কুকী-মেইটেই জনগোষ্ঠীৰ মাজত হৈ থকা নৃগোষ্ঠীয় সংঘাটক লৈ শান্তিৰ আহ্বানেৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়। মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে আয়োজক অংকুৰ তামুলী ফুকনে। দিল্লীৰ দি…

Big Exclusive : দুৰ্ঘটনা নে হত্যা !

৬ মে’ত লখিমপুৰৰ পৰা ৬ লাখ টকা আনিছিল জোনমণি ৰাভাই লখিমপুৰত জোনমণিৰ বিৰুদ্ধে ১৫ মে’ত ৰুজু হৈছিল গোচৰ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৩৯৫ , ৩৯৭ , ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত গোচৰ কোনে লখিমপুৰলৈ প্ৰেৰণ কৰিছিল জোনমণি ৰাভাক ? কোনে…