Browsing Category
শিক্ষা-প্ৰযুক্তি
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত উপাচাৰ্য সকলৰ বৈঠক
দেশৰ উচ্চ শিক্ষাৰ শীৰ্ষ সংস্থা" এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ"য়ে ২১ আৰু ২২ নৱেম্বৰত গুৱাহাটীত 'পূব মণ্ডলৰ উপাচাৰ্যসকলৰ বিশেষ বৈঠকৰ আয়োজন কৰিছে। অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত এই বৈঠকৰ বিষয়বস্তু হৈছে "উচ্চ…
হাতত পুথি কিন্তু পঢ়াবলৈ নাই শিক্ষক !
এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক! শিক্ষাৰ্থীৰ মাজত হাহাকাৰ।ছাৰ-বাইদেউহঁতে আমাক এৰি গুছি গৈছে,ছাত্ৰছাত্ৰী এতিয়া চিন্তিত নিজৰ ভবিষ্যতক লৈ।তেওঁলোকৰ ভৱিষ্যত কি হ’ব,তাকে লৈ সন্দিহান ছাত্ৰছাত্ৰীসকল।এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক আৰু ইয়াৰ…
দিয়াই দিলে,নিয়াই নিলে,নপঢ়ে যি কৰে কৰক !
অসম চৰকাৰে জোৰকৈ জাপি দিয়া ইংৰাজী মাধ্যমৰ কিতাপ হাতত লৈ দিশহাৰা শিক্ষাৰ্থী! অসম চৰকাৰৰ জোৰ-জবৰদস্তিৰ নীতিত পনবন্দী শিক্ষাৰ্থী!ষষ্ঠ শ্ৰেণীৰ গণিত-বিজ্ঞানৰ ইংৰাজী পাঠ্যপুথিক কেন্দ্ৰ কৰি হাঁহাকাৰ!ইংৰাজী মাধ্যমৰ পাঠ্যপুথি বুজি নাপায় ষষ্ঠ শ্ৰেণীৰ…
চোৰ গ’লেহে বুদ্ধিৰ উদয় হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ!
বৰষুণ গ'লেহে জাপি বিচাৰি হাহাকাৰ লগায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে! এনেবোৰ ফকৰা-যোজনাৰেই যেন প্ৰকাশ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰখনৰ ক্ষেত্ৰত। কাৰণ শিক্ষা বিভাগৰ এটা কাণ্ডত সকলো হতবাক হৈ পৰিছে। শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পাছত…
৩১বছৰীয়া বিদ্যালয় অথচ শিক্ষাৰ্থী বহে মাটিত
ৰাজ্যত চলিছে গুণোৎসৱ।গুণোৎসৱৰ নামত কোটি কোটি টকা খৰছ কৰা হৈছে। ন -কইনাৰ সাজত বিদ্যালয় সমূহ সজাই পৰাই তোলা হৈছে ।ৰাজ্যৰ বিদ্যালয় সমূহৰ মূল্যায়নক লৈ এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈ থকাৰ সময়তে ৰাজ্যৰ বহু অ -প্ৰাদেশীকৃত বিদ্যালয়ত পেটত গামোচা মাৰি…
CBSE ৰ অভিনৱ পদক্ষেপ
CBSE ৰ ছাত্ৰছাত্ৰীৰ বাবে ভাল খবৰ । প্ৰথমবাৰৰ বাবে CBSE এ লৈছে এক অভিনৱ পদক্ষেপ। উপকৃত হ’ব চূড়ান্ত বৰ্ষৰ সকলো ছাত্ৰছাত্ৰী।কিন্তু কি এই অভিনৱ পদক্ষেপ ?
Psychological counselling আগবঢ়াব CBSE এ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো…
ছেবাৰ গাইড বুক উন্মোচন
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে প্ৰথমখন গাইড বুক উন্মোচন কৰে ডিব্ৰুগড়ত। ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলৰ সুবিধা হোৱাকৈ ষ্টুডেন্ট গাইড বুক উন্মোচন কৰা হয়। 'ছেবা'ৰ নতুন…
শিক্ষাৰ্থীক নিয়ন্ত্ৰণ কৰাতো বাদেই,প্ৰধান শিক্ষককহে কৰিবলগীয়া হৈছে নিয়ন্ত্ৰণ
বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ বিদ্যালয়ত চৰম অচলাব্যৱস্থাৰ সৃষ্টি হৈছে।বিদ্যালয়ত উপস্থিত নাথাকে স্বয়ং প্ৰধান শিক্ষকেই। বুধবাৰৰ দিনটোত খণ্ডটোৰ দুৰ্গম এলেকাৰ একাংশ বিদ্যালয়ত প্ৰধান শিক্ষকৰ মইমতালিৰ প্ৰকৃত স্বৰূপ দেখা পোৱা গ’ল। শিক্ষা…
চৰম বিত্তীয় সংকট নেকি ৰাজ্যত?
এবছৰত গণি গণি এক লাখ নিযুক্তিৰ কথা কোৱা চৰকাৰে ৰাজ্যত বিলুপ্তি ঘটাইছে আঠ হেজাৰ শিক্ষকৰ পদ । প্ৰাথমিক শিক্ষাৰ পৰা বিলুপ্ত কৰা হৈছে পদসমূহ । চৰকাৰৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতে বিষয়টোক লৈ…
৩০ দিনীয়া শিক্ষকেৰে শিক্ষাদান গুজৰাটত
প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্যত আছে ৩০দিনীয়া শিক্ষক !৩০ দিনৰ বাবে শিক্ষক নিযুক্তি দিয়ে গুজৰাট চৰকাৰে। বিগত ২৭ বছৰ বিজেপিয়েই শাসনত আছিল গুজৰাটত। সকলোৱে গুজৰাট মডেলক অনুকৰণ কৰে । কিন্তু কি এই গুজৰাট মডেল ?জানিলে আচৰিত হ’ব আপুনি !অসমতকৈয়ো শোচনীয়…