সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিত কন্দল

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত অন্তকন্দলত ভুগিছে কৰ্ণাটক বিজেপি। নিৰ্বাচনৰ পূৰ্বে দলৰ ভিতৰ ভাগত আৰম্ভ হৈছে সংঘাত।এছ য়েডিয়ুৰপ্পাৰ হাতত ধৰি বিজেপিয়ে কৰ্ণাটকত নিৰ্বাচন জয়ী হোৱাৰ কথা ভাবিছে, যিজন য়েডিয়ুৰপ্পাক কেইদিনমান…

কেনেকৈ ফাদিল হৈছিল প্ৰশ্নকাকত? ক’লে DGPএ

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শুকুৰবাৰে সংবাদমেল সম্বোধন DGP জি পি সিঙৰ ।''মোটা অংকৰ বিনিময়ত পেপাৰ লিক কৰিছিল প্ৰণৱ দত্তই।প্ৰণৱ দত্তই প্ৰশ্নকাকত উলিয়াই বিক্ৰী কৰিছিল কুমুদ ৰাজখোৱাক।চেইন চিষ্টেমত তালিকা বনাই তদন্ত কৰিছিল অসম…

আহিয়েই আছে গাহৰি

ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি গাহৰি চিণ্ডিকেট চক্ৰৰ।এতিয়াও অব্যাহত আছে বহিঃৰাজ্যৰ গাহৰি সৰবৰাহ।ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বহিঃৰাজ্যৰ পৰা গাহৰি চিণ্ডিকেট চক্ৰই গাহৰি ভৰ্তি ট্ৰাক আহি পোৱালেহি আমগুৰি।পুৱতি নিশা আমগুৰি থানাৰ…

ভঙা দলঙৰ নিৰ্মাণ বন্ধ

নিৰ্মীয়মাণ ২০ কোটিটকীয়া দলং ভাঙি পৰাত কামপুৰত বিভিন্ন দল সংগঠনে শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।নিৰ্মীয়মাণ অৱস্থাত কপিলী দলং ভাঙি যোৱাত ৰাইজৰ এই প্ৰতিবাদ। দলঙৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে ৰাইজে।বৰ্তমানেও দলং নিৰ্মানস্থলীৰ কোনো…

মমতা-অখিলেশৰ Action মানেই বিজেপিৰ বাঢ়িল Tension

সমাজবাদী পাৰ্টিৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কলকাতাত অনুষ্ঠিত হোৱাৰ কথা ।দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যনিৰ্বাহক ১৮ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব।ইতিমধ্যে দলটোৰ সভাপতি অখিলেশ যাদৱ কলকতাত উপস্থিত হৈছে।শুকুৰবাৰে সন্ধিয়াৰ ভাগত…

বিজেপিক প্ৰশংসা শশী থাৰুৰৰ কিন্তু কিয়?

ৰাজনীতিৰ ক্ষেত্ৰখনত বিজেপি সঁচাকৈয়ে পাৰ্গত।ৰাজনীতি কি আৰু কেনেকৈ কৰিব লাগে জানে বিজেপিয়ে।এই মন্তব্য কংগ্ৰেছৰ এগৰাকী সাংসদ শশী থাৰুৰৰ।'ইণ্ডিয়া টুডে'ৰ এক অনুষ্ঠানত অংশ লৈ থাৰুৰে কয় ' তেওঁ কোনো কাৰণতেই ক্ষমা খোজাৰ প্ৰয়োজন নাই।তেওঁ একো ভুল কোৱা…

মণিপুৰত নিৰ্বাচন

মেঘালয় আৰু ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ মণিপুৰ সাজু হৈছে আন এক নিৰ্বাচনলৈ।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বাধীন কেবিনেটে শুকুৰবাৰে আৰবান লোকেল বডী অৰ্থাৎ স্থানীয় নগৰ পালিকাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।এই…

পুনৰ কৰ’না

দেশত পুনৰ বৃদ্ধি পাইছে ক’ৰনাৰ সংক্ৰমণ।দেশৰ মুঠ ৬ খন ৰাজ্যলৈ কেন্দ্ৰই সতৰ্কতা সন্দৰ্ভত প্ৰেৰণ কৰিলে পত্ৰ।মহাৰাষ্ট্ৰ,গুজৰাট,তেলেংগানা,তামিলনাডু,কেৰালা,কৰ্ণাটকলৈ সতৰ্কীকৰণ পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰই।কেন্দ্ৰীয় চৰকাৰে ৰাজ্য কেইখনৰ জিলা,উপজিলা তথা…

বাহিৰত কেটেৰাজেঙেৰা ভিতৰি বিজেপিলৈ বেথা তৃণমূলৰ

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছে আন বিৰোধী দলৰ পৰা ।ঐক্যবদ্ধ বিৰোধীৰ লগত নাই তৃণমূল কংগ্ৰেছ।এই অভিযোগ কংগ্ৰেছ দলৰ।গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ঐক্যবদ্ধ বিৰোধীয়ে দাবী কৰি থকা JPC অৰ্থাৎ…

সত্ৰাধিকাৰৰ বিৰুদ্ধে মূৰ্দাবাদ ধ্বনি

মৃতকৰ চোতালত সত্ৰাধিকাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ মাজুলীত।দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দ্দন দেৱ গোস্বামী মূৰ্দাবাদ ধ্বনিৰে মৃতকৰ চোতালত সাব্যস্ত কৰে প্ৰতিবাদ।মাজুলী দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দ্দন দেৱ গোস্বামীৰ সত্ৰত থকা ১৪…