কিহৰ ছদ্মবেশত আছে অমৃতপাল সিং?

বিগত ১৮ মাৰ্চৰ পৰা পলাই থকা অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীয়ে তালাচী অভিযান জোৰদাৰ কৰিছে যদিও কিন্তু এতিয়ালৈকে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাই।’ৱাৰিছ পাঞ্জাৱ দে’ৰ মূৰব্বী অমৃতপাল সিঙৰ ১৮ মাৰ্চৰ পৰা আৰক্ষীয়ে কোনো সন্ধান লাভ কৰা নাই।খালিস্তানী নেতাগৰাকীয়ে জলন্ধৰৰ…

ফাইনেন্স কোম্পানীৰ নামত সন্ত্ৰাস

ডবকাৰ ৰাজপথত ফাইনেন্স কোম্পানীৰ ৰিকভাৰী এজেন্টৰ নামত ‘ডন’ কোম্পানীৰ ধন দাবী ৰাজপথত সন্ত্ৰাস ।বিলাসী গাড়ী লৈ নিজকে ফাইনেন্স কোম্পানীৰ ৰিকভাৰী এজেন্ট বুলি পৰিচয় দিয়া চাৰি পাঁচজনীয়া এটা দলে বিগত প্ৰায় তিনিদিন ধৰি ডবকাৰ ৰাজপথত সংন্ত্ৰাস চলাই গৈছে। ৰাজপথতে গাড়ী ৰখাই…

নতুন ৰণনীতি বিজেপিৰ,কি এই ৰণনীতি?

চাৰি ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনকলৈ বিজেপিৰ নতুন অংক।ৰাজস্থান,দিল্লী,বিহাৰ আৰু ওডিছাৰ ৰাজ্যিক বিজেপিৰ সভাপতি সলনি কৰিছে দলটোৱে।ৰাজস্থানত সতীশ পুনীয়াৰ পৰিবৰ্তে চি পি যোশীক সভাপতিৰ পদত অধিষ্ঠিত কৰিছে বিজেপিয়ে।আনহাতে বিহাৰত বিধায়ক সম্ৰাট চৌধুৰীক বিহাৰ বিজেপিৰ দায়িত্ব দিয়াৰ বিপৰীতে বীৰেন্দ্ৰ চছদেৱক দিল্লী…

নিযুক্তি কেলেংকাৰীত জড়িত বিজেপিৰ সাংসদ ?

শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেট্টাৰ্জীয়ে খুলিছে মুখ।দুৰ্নীতিৰ বিৰুদ্ধে সততেই সৰৱ বিজেপিৰ তিনিগৰাকী মুধাফুটা নেতাৰ নাম আখৈ ফুটাদি ফুটিল প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেট্টাৰ্জীৰ মুখত।বিজেপি নেতাই নিযুক্তিৰ তালিকা পঠিওৱাৰ কথা বৃহস্পতিবাৰে উল্লেখ কৰে প্ৰাক্তন…

হুলেৰে হুল কঢ়াৰ মন বিজেপিৰ

বিজেপিৰ বিৰুদ্ধে প’ষ্টাৰিঙৰ পোতক তুলিবলৈ এইবাৰ বিজেপিয়ে আৰম্ভ কৰিছে আপৰ বিৰুদ্ধে প’ষ্টাৰিং।’ মোডী হটাও,দেশ বচাও’ শ্লোগানেৰে দেশৰ ৰাজধানী চহৰ দিল্লীত প’ষ্টাৰিং হোৱাৰ বিৰুদ্ধে প্ৰায় ১৩৮ টা গোচৰ ৰুজু হৈছিল।মোডীৰ বিৰুদ্ধে প্ৰায় ২ হাজাৰ প’ষ্টাৰ লগোৱা হৈছিল ৰাজধানী মহানগৰীত৷আন প্ৰায় ২…

নতুন সংকটত ৰাহুল গান্ধী

ৰাহুল গান্ধীৰ নতুন বিপদ !২০১৯ চনৰ এটা মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।চুৰাট আদালতে দোষী সাব্যস্ত কৰে কংগ্ৰেছ নেতাগৰাকীক। বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে তৰিছিল গোচৰ।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ এক প্ৰচাৰ সভাত অংশ…

ত্ৰাহিমধুসূদন সোঁৱৰিছে পুৰী জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই

ভুৱনেশ্বৰত অৱস্থিত পুৰী জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই ১২শতিকাৰ পৰাই মন্দিৰটোৰ বিৰতিবিহীনভাৱে পূজা অৰ্চনা অব্যাহত ৰাখিছে।কিন্তু শ শ বছৰ প্ৰাচীন এই মন্দিৰটো অতীতৰ পৰাই এন্দুৰ-নিগনিৰ বিচৰণস্থলী হিচাপে বিখ্যাত।মন্দিৰটোত এন্দুৰৰ উপদ্ৰৱ হ্ৰাস কৰাৰ বাবে মন্দিৰটোত এই মেচিনসদৃশ সামগ্ৰীবিধ স্থাপন কৰা হৈছিল।কিন্তু মেচিনটোৰ অতিমাত্ৰা…

গঢ়াত নাই,ভঙাত সিদ্ধহস্ত বিজেপি

খাদী-গ্ৰামোদ‍্যোগ ব’ৰ্ডৰ বিলুপ্তি ঘটাই ইয়াৰ শ শ বিঘা ভূমি বণিয়াক গটোৱাৰ ষড়যন্ত্ৰ ৰাজ্য চৰকাৰৰ।খাদী-গ্ৰামোদ‍্যোগ ব’ৰ্ডৰ বিলুপ্তি ঘটালে ৰাজ্য চৰকাৰে।খাদী-গ্ৰামোদ‍্যোগ ব’ৰ্ডৰ বিলুপ্তি ঘটাই ইয়াৰ শ শ বিঘা ভূমি বণিয়াক গটোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিয়েই ইতিমধ্যে বন্ধ কৰা হৈছে ব’ৰ্ডৰ দৰে এটা লাভজনক…

ধৰ্মগ্ৰন্থই সংগী মণীষ ছিছ’ডিয়াৰ

দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।অহা ৫ এপ্ৰিললৈ ন্যায়িক জিম্মাতে থাকিব ছিছ’ডিয়া।বুধবাৰে ৰাউচ এভেনিউ কৰ্টে এই ৰায় প্ৰদান কৰে।উল্লেখ্য যে দিল্লীৰ নতুন আবকাৰী নীতিৰ কেলেংকাৰী সন্দৰ্ভত বিগত মাহত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়া।বুধবাৰৰ শুনানিত মণীষ…

সঘনাই কঁপিছে পৃথিৱী,ত্ৰস্তমান বিশ্ব

আফগানিস্তানৰ উত্তৰ পূব সীমান্তত মঙলবাৰে অনুভূত হয় এক ভয়ংকৰ কম্পন।প্ৰায় ৬.৫ প্ৰাবল্যৰ ভূমিকম্পই সমগ্ৰ অঞ্চল জোঁকাৰি যায়।এই কম্পন পাকিস্তানৰ বিভিন্ন প্ৰান্ততো অনুভূত হয়।এটা অট্টালিকাৰ পঞ্চম মহলাত বসবাস কৰা এগৰাকী মহিলাই কয় ‘ সঁচাকৈয়ে এইটো আছিল মোৰ বাবে এক ভয়ংকৰ অভিজ্ঞতা।মই…