ৰাহুলৰ সমষ্টিত উপনিৰ্বাচন !

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টি ৱাইনাদত কেতিয়া হ’ব নিৰ্বাচন?উল্লেখ্য যে বিগত বৃহস্পতিবাৰে ছুৰাটৰ এখন আদালতে ২০১৯ চনৰ এক মানহানি গোচৰৰ বাবে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে।কৰ্ণাটকৰ কোলাৰত ২০১৯ চনৰ এক নিৰ্বাচনী সভাত অংশ লৈ ৰাহুল গান্ধীয়ে ‘চোৰৰ উপাধি…

কৰ্ণাটকত ৰণডংকা

বহু প্ৰতীক্ষিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুধবাৰে।অহা ১০ মে’ত অনুষ্ঠিত হ’ব নিৰ্বাচন।ফলাফল ঘোষণা হ’ব অহা ১৩মে’ত৷বুধবাৰে এই কথা ঘোষণা কৰে নিৰ্বাচন আয়োগে।কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰে ১১৯ খন আসন আছে বিজেপিৰ দখলত।কংগ্ৰেছ দলৰ…

ক্ষোভ-দম্ভ বাদ,বিজেপিক কৰিব বৰবাদ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজে ঐক্যবদ্ধ কৰিলে বিৰোধীক৷লগ নালাগো বুলি আঁতৰি থকা দলেও দিলে সমৰ্থন।আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ দৰে দূৰত্ব বজাই ৰখা দলেও ৰাহুল গান্ধীৰ সমৰ্থনত প্ৰতিবাদত অংশ ল’লে। কিন্তু ছাভাৰকাৰ সন্দৰ্ভত দিয়া মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ ওপৰত…

চুঙা চাই সোপা দিলে মোডীক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উভতি ধৰিছে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই।প্ৰধানমন্ত্ৰী মোডীক উভতি ধৰি তেওঁ টুইটাৰত লিখিছে ‘আদানিৰ চেল কোম্পানীৰ ২০, ০০০ কোটিৰ গৰাকী কোন হয়?ললিত মোডী,নীৰৱ মোডী,মেহুল চকচী,বিজয় মালিয়া,যতীন মেহতা আপোনাৰ ভ্ৰষ্টাচাৰ ভগাও অভিযানৰ সদস্য নেকি?আপুনি এই জোঁটবন্ধনৰ আহ্বায়ক নেকি?’উল্লেখ্য যে…

লোকসভাৰ পূৰ্বে নহয় সমষ্টি পুনৰ নিৰ্ধাৰণ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ ৷”এতিয়াও আছে বহু কাম বাকী৷খৰধৰকৈ কোনো সিদ্ধান্ত ল’ব নোৱাৰি”-মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে মুখ্য নিৰ্বাচনী আয়ুক্তই।২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব বুলি সকলোৱে…

উৰ্বশী মৰাণক লাগে স্বামীৰ সন্ধান

স্বামীৰ সন্ধান বিচাৰি DGPৰ ওচৰত উৰ্বশী মৰাণ।মঙলবাৰে কণমানি সন্তানক লগত লৈ DGPৰ কাৰ্যালয়ত উৰ্বশী মৰাণ ।কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল প্ৰাঞ্জল মৰাণ ।৬ জানুৱাৰীত লিডু কয়লা খনিত কাম কৰিবলৈ গৈছিল প্ৰাঞ্জল ।বৰ্তমানেও কোনো খবৰ নাই প্ৰাঞ্জলৰ৷ স্বামীৰ মৃতদেহৰ…

মোডীৰ বিৰুদ্ধে দেশজোৰা প’ষ্টাৰিং

দেশত চলিছে এতিয়া প’ষ্টাৰিঙৰ ৰাজনীতি। কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প’ষ্টাৰিং কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেও প’ষ্টাৰিং কৰা হৈছিল।বিজেপিৰ বিৰুদ্ধে এই প’ষ্টাৰিং কৰাৰ অভিযোগ উত্থাপন হৈছিল। প’ষ্টাৰিঙে দেশৰ ৰাজনীতিত…

সতী জয়মতীক সোঁৱৰিলে শিৱসাগৰীয়াই

আজি সতী জয়মতীৰ ৩৪৪ তম মৃত্যু দিৱস উদযাপন হয় শিৱসাগৰত।সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উদযাপন কৰা হয় ৩৪৪ তম মহাসতী জয়মতী দিৱস।জয়সাগৰৰ জয়মতী মৈদামত পৰম্পৰাগত আহোম ৰীতি নীতিৰে বানফী পূজা টাই পণ্ডিতৰ দ্বাৰা অনুষ্ঠিত কৰি মহাসতী জয়মতীৰ ৩৪৪ তম স্মৃতি দিৱস…

‘গামোচা’ৰ খং কমাই নাই

গামোচা বিতৰ্কই জ্বলাকলা খুৱাইছে দল সংগঠনকো।ৰাজ্যৰ থানাই থানাই এজাহাৰ দাখিল দল সংগঠনৰ।শিৱসাগৰ সদৰ থানাত আজি এজাহাৰ দাখিল কৰে জাতীয় সংগ্ৰামী সেনাই।অসমীয়া স্বাভিমানৰ গামোচা খনক অপমান কৰা প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে আজি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল জাতীয় সংগ্ৰামী সেনাৰ।অসমত থাকি অসমীয়া…

বৰ্ধিত পৌৰকৰ নিদিয়ে ওদালগুৰিবাসীয়ে

বৰ্ধিত পৌৰকৰৰ প্ৰতিবাদত ওদালগুৰিত ৰাজহুৱা সভা।নাগৰিক অধিকাৰ দাবী সমিতি গঠন।ওদালগুৰি পৌৰ সভাই ২০২২ চনৰ ৰ ১ এপ্ৰিলৰ পৰা অভাৱনীয় হাৰত নতুন নিৰিখৰ পৌৰকৰ নিৰ্ধাৰণ কৰাৰ প্ৰতিবাদত সোমবাৰে ওদালগুৰি সাহিত্য সভা ভৱনত সমাজকৰ্মী নৰেশ্বৰ ডেকাৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ…