fly over expose: ৪৬ লাখ টকাৰ দেৱাল অংকন, ২৮ লাখ টকাৰ উদ্যান স্থাপনৰ ৭ মাহ পাছত নিবিদাৰ জাননী

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে ছুপাৰ মাৰ্কেট ফ্লাই অ’ভাৰৰ এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য৷ ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠানৰ ৫ মাহ পাছত নিবিদা আহ্বান কৰি উদ্বোধনী অনুষ্ঠানৰ ঠিকা প্ৰদান কৰা হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাক৷…

খঙত অগ্নিশৰ্মা ৰিজিজু কিন্তু কিয়?

ৰাহুল গান্ধী চুৰাট আদালতলৈ যোৱাক লৈ তীব্ৰ অসন্তুষ্ট বিজেপি দল।কেইবাগৰাকীও বিজেপি নেতাই ৰাহুল গান্ধীৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷গৰজি উঠিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু।কংগ্ৰেছৰ চুৰাট আদালতলৈ যোৱা পদক্ষেপক ‘ নাটক ‘ আৰু ‘আইনী ব্যৱস্থাৰ ওপৰত চাপ ‘ সৃষ্টি…

কলকতাৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ কেনেদৰে আহে ধন?

ছুপাৰমাৰ্কেট ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৭ মাহ পাছত আহ্বান কৰা হৈছিল উদ্বোধনী অনুষ্ঠানৰ নিবিদাৰ জাননী৷ ৭ মাহ পাছত এই কাম লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাই৷ এইগৰাকী ভাস্কৰ শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট…

ৰাহুল গান্ধী যাব,সষ্টম আৰক্ষী

সোমবাৰে বিয়লি কংগ্ৰেছ নেতা ৰাহুল গান্ধী চুৰাট আদালতত উপস্থিত হোৱাৰ কথা ।ইতিমধ্যে গুজৰাট চৰকাৰে চুৰাটত অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে বিয়লি চুৰাট আদালতৰ ৰায় সন্দৰ্ভত আদালতত পুনৰ আৱেদন জনোৱাৰ বাবে আদালতত উপস্থিত হ’ব।ৰাহুল গান্ধীক তেওঁৰ ভগ্নী প্ৰিয়ংকা…

৫ মাওবাদী নিহত

সোমবাৰে পুৱা ঝাৰখাণ্ডত সংঘটিত ভয়ংকৰ সংঘৰ্ষত ৫ মাওবাদী নিহত হয়।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিহত মাওবাদীৰ এজনৰ মূৰৰ মূল্য ২৫ লাখ টকা ঘোষণা কৰা আছিল আৰক্ষীৰ তৰফৰ পৰা।ঝাৰখাণ্ডৰ চাট্ৰা জিলাত সোমবাৰে পুৱা ১০ মান বজাত এই ঘটনা সংঘটিত হয়।ঝাৰখাণ্ড আৰক্ষীয়ে…

আপুনি অসমৰ নেকি তেন্তে চিন্তাৰ কাৰণ নাই

পান আৰু আধাৰ কাৰ্ড সংযোগৰ সময় ইতিমধ্যে ৩০ জুনলৈকে বৃদ্ধি কৰিছে আয়কৰ বিভাগে।আয়কৰ বিভাগে সময় বঢ়াওকেই বা কমাওকেই দেশৰ ৩খন ৰাজ্যৰ জনতাৰ ক্ষেত্ৰত আছে বিশেষ ৰেহাই।অসম ,মেঘালয় আৰু জম্মু -কাশ্মীৰৰ জনতাক পান আৰু আধাৰ কাৰ্ড সংযোগৰ আওতাৰ পৰা বাহিৰত ৰখা…

কথাৰ কটাকটি,জ্বলাই দিলে ৰে’ল

দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা।কেৰালাৰ ক’জিকৰেৰ ইলাথুৰ ষ্টেচনত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।এজন যাত্ৰীয়ে সহযাত্ৰীৰ লগত হোৱা বাকবিতণ্ডাৰ বাবে জ্বলাই দিয়ে এটা ডবা।অগ্নিকাণ্ডৰ ফলত ৩জন লোক নিহত আৰু ৮ জন লোক গুৰুতৰভাৱে আহত হয়।নিহত ৩গৰাকীৰ ভিতৰত আছে এটি…

চুৰাটলৈ ৰাহুল গান্ধী

আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে চুৰাটত উপস্থিত হোৱাৰ কথা।দলটোৰ এক বিশেষ সূত্ৰ অনুসৰি প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে আদালতৰ ৰায়টোত অন্তৰ্বতীকালীন স্থগিতাদেশৰ বাবে আৱেদন জনাব।উল্লেখ্য যে বিগত ২৩ মাৰ্চত চুৰাটৰ আদালতে দোষী সাব্যস্ত কৰিছিল কংগ্ৰেছ নেতাগৰাকীক।২০১৯ চনত লোকসভাৰ…

Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ লগত সম্পৰ্কিত কোম্পানীৰ এখন জাল

এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?

‘যদু-মধু’ক ‘ফুল’ বনোৱাৰ দিন গ’ল, চৰকাৰেহে বনাই জনতাক ‘যদু-মধু’

মধুলৈ ফোন আহিল, তোৰ ভণ্টি পলাই গ’ল। যদুক শোৱা পাটীতে কোনোবাই আহি ক’লে তোক পুলিছে বিচাৰি আছে, এতিয়াই পলা।এনেকৈ বহুতেই আজি পুৱাৰ ভাগতে বহুত খবৰ পালে। দিন-বাৰ হিচাপ ৰাখিছে যদি সেইসকল স্থিতপ্ৰজ্ঞৰ দৰে নিজৰ কামতে ব্যস্ত থাকিল, মনত নথকাসকলে পুৱাই…