মোগলক আতঁৰালে লাচিতৰ বীৰগাঁথাও আঁতৰি নাযাব জানো?

NCERTৰ পাঠ্যক্ৰমৰ পৰা আৰতাই দিয়া হ’ল মোগলৰ ইতিহাস।NCERTৰ অদ্ভূত কাণ্ডত হতবাক সকলো। ইতিহাসৰ পৃষ্ঠাৰ পৰা চিৰদিনৰ বাবে হেৰাই গ’ল মোগল সাম্ৰাজ্য। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা পৰিষদ চমুকৈ NCERT য়ে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা আতৰাই পেলালে মোগল সাম্ৰাজ্যৰ…

আইনী সজাগতা সমদল ওদালগুৰিত

সামাজিক অপৰাধৰ বিৰুদ্ধে ওদালগুৰিত আইনী সজাগতা সমদল।সামাজিক অপৰাধৰ বিৰুদ্ধে মংগলবাৰে ওদালগুৰি চহৰত এক আইনী সজাগতা সমদল উলিওৱা হয়।গুৱাহাটী উচ্চ ন্যায়লয়ৰ প্লেটিনাম জুবিলী ( PLATINUM Jubilee).উপলক্ষে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতৰ উগ্যোগত উলিওৱা হয় আইনী সজাগতা।ওদালগুৰি বিষ্ণু কৃষ্টি সংঘ প্ৰাংগনৰ…

পিষ্টলসহ গ্ৰেপ্তাৰ ২জন

ক্ৰিকেটাৰৰ বেশত আৰক্ষীয়ে চলাইছিল অভিযান৷নগাঁৱৰ বৰঘাটত 7.5 পিষ্টল, পাঁচ জাঁই সজীৱ গুলী উদ্ধাৰ।লগতে কৰায়ত্ত হ’ল নাগালেণ্ডৰ দুই অস্ত্ৰ সৰবৰাহকাৰী। নগাঁৱৰ বৰঘাটৰ SIMS হাস্পতালৰ ওচৰত গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে পিষ্টল, গুলী সহ দুই অস্ত্ৰ সৰবৰাহকাৰীক।অপৰাধ শাখাৰ অতিৰিক্ত…

জ্বলিছে হুগলী,জ্বলিছে ৰিচৰা

বিগত ৩০ মাৰ্চৰ পৰা অশান্ত হৈ আছে পশ্চিমবংগৰ কিছু কিছু অঞ্চল।ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত এই হিংসাত্মক ঘটনাৰ বাবে বিজেপিয়ে তৃণমূলক আৰু তৃণমূলে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।সোমবাৰে নিশা হোৱা ভয়ংকৰ সংঘৰ্ষৰ বাবে ৰে’ল যোগাযোগ ব্যাহত হৈছে অঞ্চলটোত।ৰাম নৱমী উদযাপনৰ সময়ত…

ভাৰতৰ মষ্ট ৱাণ্টেড গ্ৰেপ্তাৰ মেস্কিকোত

উত্তৰ আমেৰিকাৰ দেশ মেক্সিকোত গ্ৰেপ্তাৰ হৈছে মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী দীপক বক্সাৰ। দিল্লী আৰক্ষীৰ বিশেষ শাখাই মেক্সিকো আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে দীপক বক্সাৰক।দিল্লীৰ মষ্ট ৱাণ্টেডৰ তালিকাত থকা দীপক বক্সাৰক গ্ৰেপ্তাৰৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ কেইবাটাও গোট তাত বাহৰ পাতি আছিল।বক্সাৰৰ কাষ্টডী আৰু…

অৰুণাচলৰ নদী -পাহাৰ সকলো লাগে চীনক

চীনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰিছে এক তালিকা।এই তালিকাত অন্তৰ্ভুক্ত হৈছে অৰুণাচল প্ৰদেশৰ ১০ টা স্থানৰ নাম।তালিকাত থকা স্থান সমূহৰ ভিতৰত আছে ২ টা আবাসিক এলেকা,২টা খালী ভূখণ্ড,৫ টা পাহাৰৰ শৃংগ,২খন নদী আৰু এইবোৰ স্থান সামৰি লোৱা জিলাসমূহ।গ্ল’বেল টাইমচৰ ৰিপৰ্ট…

ৰাষ্ট্ৰীয় ঘাইপথৰ নামত মৰণফান্দ

কাৰ্বি আংলংৰ ডেনগাঁৱত নিৰ্মীয়মান অৱস্থাতে খহিল কাৰ্বি আংলঙৰ মাজেৰে যোৱা ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ।চাৰিলেনযুক্ত পথৰ দুৰাৱস্থাই উদঙাই দিছে Apex নামৰ কোম্পানীৰ দুৰ্নীতিৰ নমুনা।পথ নিৰ্মাণৰ পিছতেই জহি খহি গৈছে ডেনগাঁৱৰ নৱনিৰ্মিত ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ।নিৰ্মীয়মান পথটোৰে বাহন চলাচল কৰোতেই পথৰ মাজৰ…

অপৰাধীক বিচাৰি আক্ৰমণৰ সন্মুখীন আৰক্ষী

যোৰহাট পুলিবৰ আৰক্ষী থানাৰ ৫ জন আৰক্ষীক আক্ৰমণ কৰে দুৰ্বৃত্তই।যোৱা নিশা পুলিবৰ আৰক্ষীৰ এটা দল অপৰাধীক কৰায়ত্ত কৰিবলৈ ৰাওনা হৈছিল পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰহুজ গাঁওলৈ।তাৰ পিছত আৰক্ষী কামত বাধা দি বৰহুজ গাঁওৰ তিনিজনীয়া এটা দলে আৰক্ষী গাড়ীত চোকা অস্ত্ৰৰে…

ভাওনা নহয় ভেকোভাওনা এইবাৰ !

টেটোন তামুলীৰ ভাওনাৰ পিছত এইবাৰ টেটোন তামুলীৰ ভেকোঁভাওনা ।নগাঁৱত শাক-পাচলিৰ মহিলা ব্যৱসায়ীৰ দ্বাৰা শুভমুক্তি নতুন হাস্যমধুৰ ৱেব চিৰিজৰ।টেটোন তামুলীৰ ভাওনাৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ লকৈ এণ্টাৰটেইনমেণ্টে প্ৰস্তুত কৰি উলিয়াইছে হাস্যমধুৰ ৱেব চিৰিজ টেটোন তামুলীৰ ভোকোঁভাওনা । সোমবাৰে ইউ টিউব চেনেলত…

পুত্ৰ হত্যাৰ বিচাৰ লাগে গায়কৰ পিতৃক

সিদ্ধু মুচেৱালাক মনত আছেনে?আজিৰ পৰা ১০ মাহ আগতে গুলীয়াই হত্যা কৰিছিল জনপ্ৰিয় পঞ্জাৱী গায়কজনক।মৃত্যুৰ কেইদিনমান আগতে তেওঁ যোগদান কৰিছিল কংগ্ৰেছত।সেই মুচেৱালাৰ পিতৃয়ে আজিলৈকে পোৱা নাই সুবিচাৰ।জে’লৰ পৰা মুক্ত হৈয়ে পঞ্জাব কংগ্ৰেছৰ নেতা নৱজিৎ সিং সিদ্ধুৱে সোমবাৰে উপস্থিত হয়গৈ প্ৰয়াত গায়কজনৰ…