ৰাষ্ট্ৰীয় ঘাইপথৰ নামত মৰণফান্দ

Share This Article

কাৰ্বি আংলংৰ ডেনগাঁৱত নিৰ্মীয়মান অৱস্থাতে খহিল কাৰ্বি আংলঙৰ মাজেৰে যোৱা ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ।চাৰিলেনযুক্ত পথৰ দুৰাৱস্থাই উদঙাই দিছে Apex নামৰ কোম্পানীৰ দুৰ্নীতিৰ নমুনা।পথ নিৰ্মাণৰ পিছতেই জহি খহি গৈছে ডেনগাঁৱৰ নৱনিৰ্মিত ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ।নিৰ্মীয়মান পথটোৰে বাহন চলাচল কৰোতেই পথৰ মাজৰ দ’ গাতত আবদ্ধ হৈ পৰে বাহন।এই কাহিনী কাৰ্বি আংলং জিলাৰ ডেনগাঁৱৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ।এনেকৈ চলিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম।নিৰ্মীয়মান অৱস্থাতে খহিল কাৰ্বি আংলঙৰ মাজেৰে যোৱা চাৰিলেনযুক্ত ২৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ।নিৰ্মীয়মান পথটোৰে বাহন চলাচল কৰোতেই প্ৰায় ২ ফুট পৰ্যন্ত দ’ গাতত সোমাই পৰে বাহন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.