সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অৰুণাচলৰ নদী -পাহাৰ সকলো লাগে চীনক

চীনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰিছে এক তালিকা।এই তালিকাত অন্তৰ্ভুক্ত হৈছে অৰুণাচল প্ৰদেশৰ ১০ টা স্থানৰ নাম।তালিকাত থকা স্থান সমূহৰ ভিতৰত আছে ২ টা আবাসিক এলেকা,২টা খালী ভূখণ্ড,৫ টা পাহাৰৰ শৃংগ,২খন নদী আৰু এইবোৰ স্থান সামৰি লোৱা জিলাসমূহ।গ্ল’বেল টাইমচৰ ৰিপৰ্ট অনুসৰি চীনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে দাখিল কৰা এইখন তৃতীয়খন তালিকা।ইয়াৰ আগতে চীনে ২০১৭ চনত ৬ টা স্থান,২০২১ চনত ১৫ টা স্থান ইয়াৰ অধীন বুলি দাবী কৰি আহিছে চীনে।চীনে প্ৰকাশ কৰা এই তালিকাত এই স্থানবোৰ ‘ দক্ষিণ তিব্বতৰ জাংনান’ৰ বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.