জিলা বিলুপ্তিক লৈ ৰঙা চকু আদালতৰ

জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ । ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ন্যায়ালয়ে।হোজাই জিলা বিলুপ্তি সন্দৰ্ভত জিয়াউৰ ৰহমানৰ পি আই এল বিচাৰৰ বাবে গ্ৰহণ আদালতৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জিলা বিলুপ্তিকৰণৰ সিদ্ধান্তক…

ত্ৰস্ত শাসক ,বন্ধ কৰালে সমদল

আদানি গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি দিল্লীত বিৰোধী দলৰ নেতাসকলে ঐক্যবদ্ধভাৱে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।বুধবাৰে দিল্লীত বিৰোধী নেতাৰ এক সমদলে ED ৰ কাৰ্যালয় অভিমুখে ৰাওনা হয় যদিও বিজয় চ’কৰ পৰা তেওঁলোকক আগবাঢ়িবলৈ দিয়া নহ’ল।বিৰোধী দলৰ প্ৰায় ১৮ গৰাকী…

প্ৰদূষণমুক্ত হ’ব অসম !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিব ‘মিশ্যন LiFE’.অহা ২১মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অসমত এই আঁচনিৰ শুভাৰম্ভ কৰিব৷মিশ্যন LiFE মানে Lifestyle for environment. চলিত বিধানসভাৰ অধিৱেশনত অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জলবায়ু প্ৰদূষণ সম্পৰ্কত কৰা এক প্ৰশ্নৰ উত্তৰত এই মিশ্যনৰ বিষয়ে অৱগত…

চাকৰি পায়ো হেৰুৱালে বহুতেই

বক্ৰপথেৰে চাকৰি লোৱা সকলক চাকৰিৰ পৰা অপসাৰণ নকৰিবলৈ আহ্বান জনাইছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।কলকতা উচ্চ ন্যায়ালয়ে বক্ৰপথেৰে নিযুক্তি লাভ কৰা শিক্ষক আৰু আন কৰ্মচাৰী সকলক চাকৰিৰ পৰা অপসাৰণ কৰাৰ সিন্ধান্ত লোৱাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই আহ্বান জনায়।চিপিআই(এম)ৰ…

কন্যাই হত্যা কৰিলে মাতৃক

মুম্বাইৰ লালবাগ অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।এগৰাকী মহিলাৰ এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছে প্লাষ্টিকৰ বেগত।বুধবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো এগৰাকী ৫৩ বছৰীয়া মহিলাৰ।আৰক্ষীয়ে কেইবামাহো আগতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে।মৃত মহিলাগৰাকীৰ কন্যাক ইতিমধ্যে আৰক্ষীয়ে সোধাপোচা আৰম্ভ কৰিছে।মৃত মহিলাগৰাকীৰ…

‘বিজ্ঞান’ৰ বাবেই জংকপংক !

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা লগত জড়িত সাত ছাত্ৰ ডিব্ৰুগড় আৰক্ষী জালত পৰিছে।সমগ্ৰ অসমত এতিয়ালৈকে ২২জনক গ্ৰেপ্তাৰ কৰা হৈছে।মাজ নিশা ডিব্ৰুগড় আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ছাত্ৰ কেইজন।মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা প্ৰসংগত সোধ-পোচৰ বাবে ডিব্ৰুগড় সদৰ থানালৈ অনা হৈছে…

মহিলা কেনেকৈ সৱল হ’ব ?

তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ (CSWSC), আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC) আৰু জানিত্ৰীৰ যুটীয়া উদ্যোগত মহিলা সৱলীকৰণৰ এক বৈঠক তথা কৰ্মশালাৰ আয়োজন হয় বিগত সোমবাৰে।তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ আলোচনা কক্ষত ‘ মহিলা সৱলীকৰণ’ৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত জনিত্ৰীৰ মুখ্য…

দীনদয়াল কলেজক লৈ টনাআঁজোৰা

পণ্ডিত দীনদয়াল উপাধ্যায় মডেল ডিগ্রী কলেজৰ স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদ। উত্তাল কাটলিছৰা সমষ্টিৰ অন্তৰ্গত মনিপুৰৰ ৰাজপথ।শিক্ষা প্ৰতিষ্ঠান স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদত নামি পৰিছে শ শ জনতা। উত্তাল কাটলিছৰা সমষ্টিৰ অন্তৰ্গত মনিপুৰৰ ৰাজপথ। বহুবছৰ পৰা পণ্ডিত দীনদয়াল উপাধ্যায় মডেল…

মাছত বিহ !

বৰপানী নদীত বিহ ঢালি মাছৰ নিধন ৷ দুষ্ট চক্ৰক আটক কৰাৰ দাবী ৷নগাওঁ জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী নদীত একাংশ দুষ্ট চক্ৰই নিশা গোপনভাবে বিহ ঢালি নানান প্ৰজাতি মাছ নিধন কৰাত অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।কাৰ্বি লাংপি হাইড্ৰ’প্ৰজেক্টৰ পৰা…

কিয় ক্ষমা খুজিব ৰাহুল গান্ধীয়ে?প্ৰশ্ন কংগ্ৰেছ সাংসদৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃটেইন ভ্ৰমণৰ সময়ত দিয়া ভাষণৰ বাবে ক্ষমা খোজাৰ দাবী তুলি আহিছে বিজেপি দলে।সোমবাৰে সদনৰ অধিৱেশন চলি থকাৰ সময়ত ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে বুলি সদনত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল শাসক দল বিজেপিৰ সাংসদ সকলে।উল্লেখ্য যে কংগ্ৰেছ…