কপালত নাই ফোঁট,জকি উঠিল বিজেপি সাংসদ

কৰ্ণাটকৰ বিজেপি সাংসদৰ অদ্ভুত কাণ্ড !নাৰী দিৱসৰ কাৰ্যসূচীত ভাগ ল’বলৈ আহি নাৰীকেই কৰিলে অভব্য আচৰণ।কৰ্ণাটকৰ বিজেপি সাংসদ এছ মুনিস্বামীয়ে বুধবাৰে আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসৰ এক কাৰ্যসূচীত অংশ ল’বৰ বাবে এক প্ৰদৰ্শনীৰ প্ৰাংগণত উপস্থিত হৈছিল। প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটনৰ বাবে গৈ খঙত…








