কংগ্ৰেছৰ ৱৰ্কিং কমিটিত কোন?

ৰাহুল গান্ধীৰ হাতত ধৰিয়েই কানহায়া কুমাৰ আহিছিল কংগ্ৰেছলৈ।বিজেপিয়ে কানহায়া কুমাৰক টুকৰে টুকৰে গেঙৰ সদস্য বুলি প্ৰায়ে সমালোচনা কৰে।সেই টুকৰে টুকৰে গেঙৰ সদস্যকে এইবাৰ কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব দলটোৱে।ৰাহুল গান্ধীৰ একান্ত ইচ্ছাৰ বাবেই কানহায়া কুমাৰৰ নাম অন্তৰ্ভুক্ত হ’ব…









