Investigative reporting with dedication.
উচ্ছেদৰ তালিকা দীঘলীয়া,ক’ত হ’ব উচ্ছেদ?
শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে।শিলসাঁকো বিলৰ উচ্ছেদৰ প্ৰসংগত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘলৰ টুইটে লগাইছে হাহাকাৰ।শিলসাঁকো বিলত চলিব পুনৰ উচ্ছেদ’।শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে।শিলসাঁকোৰ ১৭ টা প্ৰতিষ্ঠান উচ্ছেদ কৰা হ’ব।চৰকাৰে অধিগ্ৰহণ কৰিব জিঞ্জাৰ হোটেল।জীৱ-জন্তুৰ চিকিৎসালয়,টি ভি চেণ্টাৰৰ আৱাসতো চলিব উচ্ছেদ।বিধানসভা সচিবালয়ৰ আৱাসতো চলিব উচ্ছেদ।

