সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোন আৰক্ষী আয়ুক্তক বিচাৰি আৰক্ষীয়ে জাৰি কৰিছে জাননী?

এগৰাকী আৰক্ষী আয়ুক্তক বিচাৰি জাননী জাৰি কৰিছে এখন বিশেষ আৰক্ষী থানাই।                           এই ঘটনা মহাৰাষ্ট্ৰৰ । মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে থানে আৰক্ষীয়ে জাৰি কৰিছে এখন লুক আউট জাননী। আজি কেইবাদিনো ধৰি…

ক’ৰোণা ৰুধিবলৈ চীনত কিয় চৰকাৰে ঘৰে ঘৰে লগাইছে তলা ?

চীনলৈ আকৌ উভতি আহিছে ক’ৰোণা ভাইৰাছ ৷ দেশখনত ক’ৰোণাৰ ডেল্টা ভেৰিয়েন্‌টৰ সংক্ৰমণ ধৰা পৰাৰ পাছত চীনা চৰকাৰে লৈছে  কঠোৰ পদক্ষেপ ৷ ছোচিয়েল মেডিয়াত প্ৰচাৰিত হোৱা কেতবোৰ ভিডিওত দেখা পোৱা গৈছে যে ক’ৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ বহু ঘৰ তলা লগাই বন্ধ কৰি…

ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিমণা সন্দৰ্ভত কি ক’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে ?

ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগে জৰিমণা বিহাৰ নামত সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপণ হোৱাৰ পাছত মুখ খুলিছে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ পাটোৱাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এম ভি আই আইনত জৰিমণা বিহাৰ ব্যৱস্থা আছে ৷…

দেশৰ সৰ্ববৃহৎ ৰাজ্যৰ নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হৈছে কংগ্ৰেছ দল ?

দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত হেৰুওৱা ভেটি উদ্ধাৰৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে ৷ বিগত কেবাটাও নিৰ্বাচনত ৰাজ্যখনত শোচনীয় প্ৰদৰ্শন কৰা কংগ্ৰেছ দলে এইবাৰ কোনো সহযোগী দল নোহোৱাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে ৷ উত্তৰ প্ৰদেশ…

টুইটাৰৰ বিৰুদ্ধে ইউ টিউবত কি ক’লে ৰাহুল গান্ধীয়ে ?

নিৰ্যাতিত কিশোৰীৰ পৰিয়ালৰ সৈতে উঠা ফটো আপলোড কৰাৰ পাছৰে পৰা টুইটাৰে ব্লক কৰি ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ৷তাৰ পাছত শুকুৰবাৰে ইউ টিউবৰ জড়িয়তে প্ৰচাৰিত এটা ভিডিওত  ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেও কয়…

বিধানসভাত কিবা জ্বলিছে!

সততে শাসক-বিৰোধীৰ বাকযুদ্ধই উশৃংখলতাৰ ৰূপ পালে স্থগিত ৰখা হয় বিধানসভা৷কিন্তু আজি এটা ব্যতিক্ৰম কাৰণত স্থগিত ৰাখিব লগা হল বিধানসভা৷ কার্যসূচী অব্যাহত থকাৰ মাজতে কিবা জ্বলাৰ গোন্ধ ওলাল বিধানসভাৰ মজিয়াত৷সেইবাবেই বৈদ্যুতিক তাঁৰ পোৰাৰ সন্দেহত ১৫…

মাতৃভূমিত উপস্থিত হৈ কি কৰিব বিচাৰে লাভলীনাই ?

অলিম্পিকত দেশৰ বাবে গৌৰৱ কঢ়িয়াই মাতৃভূমিত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইয়ে শুকুৰবাৰে সাংবাদিকৰ আগত ব্যক্ত কৰিলে নিজৰ মনৰ ইচ্ছা ৷হোটেল তাজ ভিভান্টাত সাংবাদিকৰে মুখামুখি হৈ অলিম্পিকৰ পদক বিজয়ী বক্সাৰগৰাকীয়ে কয় যে তেও অসমৰ শিশু প্ৰতিভাসকলক…

চৰাইদেউত চৰকাৰে কাটিলে ২ শতাধিক গছ : কিয় নীৰৱ প্ৰকৃতিপ্ৰেমী সংগঠন ?

উন্নয়ন সকলোকে লাগে।উন্নয়ন সকলোৱে বিচাৰে ৷ কিন্তু  উন্নয়নৰ নামত যদি ধ্বংস কাৰ্য চলে তাক নিশ্চয় সমৰ্থন কৰিব নোৱাৰি।উন্নয়নৰ নামত এফালৰ পৰা গছ কাটি তহিলং কৰা হৈছে চৰাইদেউ জিলাত। কি ঘটিছে চৰাইদেউত ? চৰাইদেউ জিলাৰ সোণাৰীৰ সাপেখাতিত আছিল এখন…

বিৰোধীক কিদৰে প্ৰত্যুত্তৰ দিলে কেন্দ্ৰৰ ৮ মন্ত্ৰীয়ে ?

বিৰোধীৰ প্ৰতিবাদৰ বাবে আগতীয়াকৈ স্থগিত ৰখা হ’ল সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ সংসদৰ অন্তিম দিনটোত অৰ্থাৎ বুধবাৰে ৰাজ্যসভাত সংঘটিত ঘটনাৱলীক লৈ আজি ৰাজপথত প্ৰতিবাদত নামিল ১৫ বিৰোধী দলৰ নেতা ৷ বিৰোধীৰ অভিযোগ হ’ল - অন্তিম দিনা ৰাজ্যসভাত মাৰ্শ্বালে…

আমিনুল ইছলামৰ বিৰুদ্ধে বিজেপি মিত্ৰজোটৰ পৰা ধন লোৱাৰ অভিযোগ তুলিলে কোনে ?

এইবাৰ ধিঙৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অগপৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপণ হৈছে ৷ বিগত লোকসভা নিৰ্বাচনত অগপ – বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক সহায় কৰাৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ পৰা ২৫ লাখ টকা লোৱাৰ অভিযোগ উত্থাপণ কৰিছে…