তালিবানৰ দখলত কাবুল , আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি হ’ব কোন ?

কাবুলত প্ৰৱেশ কৰাৰ পাছতে প্ৰধান কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দিলে তালিবানে ৷জেলৰ পৰা বন্দী তালিবানৰ সদস্যসকলক মুক্তি দিয়া হৈছে ৷একেসময়তে কাবুলৰ প্ৰায় সকলো চৰকাৰী ভৱনত এতিয়া উৰিছে তালিবানৰ পতাকা ৷ ইয়াৰ পূৰ্বে বগৰম বিমানবন্দৰত থকা বগৰম কাৰাগাৰ আছিল আমেৰিকাৰ সেনাবাহিনীৰ…








