স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ

Share This Article

ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ৷ঠাইভেদে প্ৰতিঘন্টাত ২০ অথবা ৪০ কিলোমিটাৰ অতিক্ৰম কৰিলেই দুই হাজাৰ টকা জৰিমনা বিহিছিল পৰিবহন বিভাগে৷ বিষয়টোক লৈ ব্যাপক সমালোচনা অব্যাহত থকাৰ মাজতে স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰিবলৈ নিদের্শ প্ৰদান কৰিছে হিমন্ত বিশ্ব শর্মাই৷ প্ৰথম অবস্থাত জৰিমনাৰ সলনি সতর্কবাণীহে প্ৰদান কৰিবলৈও পৰামর্শ মুখ্যমন্ত্ৰীজনৰ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.