ভাৰতে আফগানিস্তানক দিয়া হেলিকপ্তাৰ তালিবানৰ দখলত

আফগানিস্তানক ভাৰতে প্ৰদান কৰা চাৰিখন যুঁজাৰু হেলিকপ্তাৰৰ এখন তালিবানে দখল কৰিছে ৷ এই এম আই -২৪ হেলিকপ্তাৰখনৰ লগত ফটো উঠি তালিবানী বিদ্ৰোহীয়ে সেয়া ছোচিয়েল মেডিয়াতো শ্বেয়াৰ কৰিছে ৷২০১৯ চনত কাবুল আৰু বেলাৰুছৰ মাজত হোৱা এক চুক্তি অনুসৰি ভাৰতে চাৰিখন যুঁজাৰু…

লাভলীনালৈ ডি এছ পিৰ চাকৰি : আৰু কি কি উপহাৰ অসম চৰকাৰৰ ?

অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পিৰ চাকৰি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াবিদগৰাকীক ১ কৌটি টকাৰ এখন চেকো প্ৰদান কৰে ৷ লগতে…

ক’ৰোণাৰ তৃতীয় ঢৌ ! ৬ দিনত আক্ৰান্ত ৩০০ ৰো অধিক শিশু

ক’ৰোণাৰ তৃতীয় ঢৌৰ আশংকা প্ৰবল হৈ পৰিছে ৷ বিগত ৬ দিনত বাংগালুৰুত কোভিডত আক্ৰান্ত হৈছে ৩০০ ৰো অধিক শিশু ৷ আক্ৰান্তসকলৰ ১২৭ টি শিশুয়ে ৯ বছৰ বয়সৰ তলৰ ৷ ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ১৭৪ টি শিশু – কিশোৰো…

তালিবানৰ অধীনলৈ যাব নেকি আফগানিস্তান ?

আফগানিস্তানত অব্যাহত আছে আফগান সেনা আৰু তালিবানৰ মাজত তয়াময়া যুদ্ধ ৷ তালিবানৰ লগত সমুখ সমৰত বাৰে বাৰে হাৰ মানিছে সেনাবাহিনীয়ে ৷এনেসময়তে অচিৰেই তালিবানে দেশখনৰ ৰাজধানী কাবুল দখল কৰি চৰকাৰৰ পতন ঘটাব বুলি ভৱিষ্যতবাণী কৰিছে  আমেৰিকাৰ চোৰাংছোৱা বিষয়াই  ৷ সংবাদ প্ৰতিষ্ঠান…

জনতাক মাধমাৰ : পেট্ৰ’ল-ডিজেলৰ পৰা কিমান কৰ সংগ্ৰহ কৰিলে মোদী চৰকাৰে ?

পেট্ৰ’ল – ডিজেলৰ অভাবনীয় মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰিছে ৷ কিন্তু তাৰ পাছতো জনসাধাৰণক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ বৰং জনতাৰ মূৰত মাধমাৰ সোধাই পেট্ৰ’ল – ডিজেলৰ পৰা অধিক কৰ সংগ্ৰহ কৰাতহে ব্যস্ত হৈ পৰিছে মোদী…

মোদীৰ আমোলত কিমান ধাৰত পোত গ’ল ভাৰত ?

দুই কৌটি কৰ্মসংস্থাপন , কৃষকৰ আয় দুগুণ কৰা , ক’লা ধন ঘূৰাই অনা আদি বিবিধ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ ৷ কোনো এটা প্ৰতিশ্ৰুতিয়েই আজিলৈ পূৰণ নহ’ল ৷ কিন্তু আন এটা দিশত মোদীৰ শাসনকালত ভাৰতে আকাশ চুবলৈ সক্ষম হৈছে…

দিল্লীৰ ৰাজপথত কিয় নামিল বিৰোধী ?

পেগাছাছ ছফটৱেৰৰ অপপ্ৰয়োগ আৰু ক’লা কৃষি আইনৰ বিৰুদ্ধে বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ অব্যাহত আছে ৷বৃহস্পতিবাৰে সংসদ ভবনৰ পৰা দিল্লীৰ বিজয় চ’ক পৰ্যন্ত প্ৰতিবাদী সমদল উলিয়ালে  কংগ্ৰেছ , শিবসেনাসহ বিৰোধী দলৰ নেতাসকলে ৷তাৰ পূৰ্বে ১৫ টাকৈ বিৰোধী দলৰ নেতা এখন বৈঠকত মিলিত…

লক্ষ্য ২০২৪ : দিল্লীত আৰম্ভ হৈছে নৈশভোজৰ ৰাজনীতি

বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে এইবাৰ উদ্যোগ গ্ৰহণ কৰিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ এই প্ৰক্ৰিয়াৰ অংশ হিচাপে অহা ২০ আগষ্টত বিৰোধী নেতাসকলৰ সৈতে এখন ভাৰ্ছুৱেল বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰীগৰাকী ৷এই বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী  , তামিলনাডুৰ মুখ্যমন্ত্ৰী এম…

IIT GUWAHATI ৰ এটা বেয়া খবৰ

ক’ভিডৰ কালৰূপৰ বাবেই ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে দেশৰ শৈক্ষিক পৰিকাঠামো । মানসিকভাৱে ভাগি পৰিছে  শিক্ষাৰ্থী সকল। অনলাইন শিক্ষা ব্যৱস্থাই পূৰণ কৰিব পৰা নাই  ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰয়োজনীয়তা। কিন্তু এই উদ্বেগজনক পৰিস্হিতিৰ মাজতে দেশৰ শিক্ষা ব্যৱস্থাটোৰ বাবে আহিছে এটা নেতিবাচক খবৰ।…

পাহাৰ খহি মৃত্যু ১০ গৰাকীৰ , আহত বহুজন

হিমাচল প্ৰদেশত সংঘটিত এক ভয়ানক ভূমিস্খলনৰ ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে ৷ পি টি আইৰ খবৰ অনুসৰি , বুধবাৰৰ দুপৰীয়া পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ ফলত এখন বাছৰ লগতে কেবাখনো বাহন আবদ্ধ হৈ পৰিছিল ৷ এই ঘটনাত ১০…