সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিধানসভাত কিবা জ্বলিছে!

সততে শাসক-বিৰোধীৰ বাকযুদ্ধই উশৃংখলতাৰ ৰূপ পালে স্থগিত ৰখা হয় বিধানসভা৷কিন্তু আজি এটা ব্যতিক্ৰম কাৰণত স্থগিত ৰাখিব লগা হল বিধানসভা৷ কার্যসূচী অব্যাহত থকাৰ মাজতে কিবা জ্বলাৰ গোন্ধ ওলাল বিধানসভাৰ মজিয়াত৷সেইবাবেই বৈদ্যুতিক তাঁৰ পোৰাৰ সন্দেহত ১৫ মিনিটৰ বাবে আজি সদন স্থগিত ৰাখিব লগা হল৷অৱশ্যে কাৰিকৰী বিসংগতি সমাধান হোৱাৰ পিছত পুনৰ চলাই নিয়া হয় বিধানসভাৰ পৰবর্তী কার্যসূচী৷

Leave A Reply

Your email address will not be published.