সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুজৰাটত PMO ৰ কাৰ্যালয়?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়' গুজৰাটত? সপ্তাহটোতেই কেইবাটাও কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোডীৰ ।গুজৰাট বিধানসভাৰ নিৰ্বাচন সমাগত।।জোৰদাৰ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ।সমাগত গুজৰাট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সঘনাই ভ্ৰমণ…

PPE kit কেলেংকাৰী এইবাৰ কেৰালাত !

দেশৰ 'সফল' স্বাস্থ্য মন্ত্ৰীলৈ জাননী । অসমৰ দৰে কেৰালাতো হৈছিল নেকি PP E kit কেলেংকাৰী? ক’ভিড আৰু কেলেংকাৰী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। অসমত ক’ভিডৰ সময়ত সংঘটিত পিপিইকিট ক্ৰয়ৰ কেলেংকাৰীৰ ভয়ানক কেলেংকাৰীৰ তথ্য ফাদিল কৰিছিল দ্যা ক্ৰছ…

মাজবাটৰ খুচুৰাবাৰীত বীৰ বীৰছা মুণ্ডা ১৪৭ সংখ্যক জন্ম জয়ন্তী বৰ্ষ পালনৰ প্ৰস্তুতি

ওদালগুৰি জিলাৰ মাজবাটৰ খুচুৰাবাৰীত বীৰ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি চলিছে। মঙলবাৰে পুৱা খুচুৰাবাৰীৰ বীৰছা মুণ্ডা পুথিভঁৰাল সভা কক্ষত ৩৯ নং পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দীপক মৌৰৰ সভাপতিত্বত এখন সাধাৰণ…

কোন আছে আপৰ ‘থিংক টেংক’ হিচাপে?

কাৰ সাহসত গুজৰাট জয়ৰ সপোন কেজৰিৱালৰ? কাৰ আশীৰ্বাদপুষ্ট আপ দলটো? আপৰ আত্মবিশ্বাসৰ আঁৰত কোন? গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনেই আপৰ ভবিষ্যত কৰ্মপন্থা নিৰ্ধাৰণ কৰিব ।পঞ্জাৱ-দিল্লীত শাসনত থাকিলেও দলটোৱে লাভ কৰা নাই ৰাষ্ট্ৰীয় দলৰ…

ব্যৱহাৰ ‘ভাল’ হ’লে শাস্তি কমে ধৰ্ষণকাৰীৰ?

বিজেপিয়ে সমৰ্থন কৰে ধৰ্ষণকাৰীক ? বিলকিছৰ ধৰ্ষণকাৰীৰ মুক্তিত কেন্দ্ৰৰ আছিল সন্মতি।বিজেপিৰ মতে ব্যৱহাৰ ভাল হ’লে ধৰ্ষণকাৰীৰো শাস্তি হ্ৰাস কৰিব পাৰি।বিলকিছ বানুৰ ধৰ্ষণকাৰীৰ মুক্তি সন্দৰ্ভত এই যুক্তি আগবঢ়াইছে গুজৰাট চৰকাৰে। উল্লেখযোগ্য যে…

অক্ষুণ্ণ থাকিল মহাৰাষ্ট্ৰৰ পৰম্পৰা

বিনাপ্ৰতিন্দ্বিতাৰে জয়ী পূব আন্ধেৰীৰ বিধায়ক। ক্ষমতাতকৈ পৰম্পৰাত বিশ্বাসী মহাৰাষ্ট্ৰৰ লোক।মহাৰাষ্ট্ৰৰ পূব আন্ধেৰী সমষ্টিত হ’বলগীয়া উপনিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে বিজেপিয়ে।মহাৰাষ্ট্ৰৰ পৰম্পৰা অনুসৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে…

Rx ৰ সলনি ‘শ্ৰী হৰি’

আজৱ দেশৰ গজব কাণ্ড ! চিকিৎসকে প্ৰেচক্ৰিপচনত 'Rx' ৰ ঠাইত লিখিলে 'শ্ৰী হৰি'।দেশজুৰি ভাইৰেল মধ্য প্ৰদশৰ চিকিৎসকৰ প্ৰেচক্ৰিপচন। ডাক্তৰৰ প্ৰেচক্ৰিপচনত Rx ৰ ব্যৱহাৰ আপুনি মই সকলোৱে দেখিছোঁ। সাধাৰণতে প্ৰায় বোৰ প্ৰেচক্ৰিপচনত প্ৰতীক হিচাপে দেখা যায়…

ICC লৈ পঠিয়াওক সৌৰভ গাংগুলীক

জয় শ্বাহক ৰাখি,গাংগুলীক আঁতৰোৱাটো অন্যায় ।গাংগুলী আমাৰ গৌৰৱ-মন্তব্য মমতা বেনাৰ্জীৰ।সৌৰভ গাংগুলীক আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিললৈ পঠিওৱাৰ আহ্বান ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি এই আহ্বান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।…

পুনৰ ভাল দিন আহিব ইমৰাণ খানৰ?

শাসক দলৰ মুখ ঠেকেঁচা উপনিৰ্বাচনত ।নেশ্যনেল এছেম্বলিত ৬ ,প্ৰভিন্সিয়েল এছেম্বলিত ২খন জয়ী খানৰ দল ।শেহতীয়া উপনিৰ্বাচনত ইমৰাণ খানৰ পাকিস্তান তেহৰিক -ঈ-ইনশ্বাফ দলে ৬ খন নেশ্যনেল এছেম্বলি আৰু ২খন প্ৰভিন্সিয়েল এছেম্বলি আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে…

মহাসংকটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

বিপদে লগ নেৰা হৈছে একনাথ সিন্দেক।প্ৰতীক চিহ্নক লৈ সংকটত সিন্দেপন্থী।সিন্দে গোটৰ দলীয় প্ৰতীকৰ বিৰোধিতা শিখ সমাজৰ। ঢাল-তৰোৱাল শিখৰ আৱেগৰ লগত জড়িত গতিকে ই কেতিয়াও দলীয় প্ৰতীক হ’ব নোৱাৰে।শিখ সম্প্ৰদায়ৰ নেতাই ইয়াৰ বিৰোধিতাৰে কাষ চাপিছে নিৰ্বাচন…