আকৌ লকডাউন ?

পুনৰ লকডাউনৰ কবলত এখন দেশ।এক সংক্ৰামক ৰোগ প্ৰতিহত কৰাৰ বাবে এই পদক্ষেপ।এটা মাহত মৃত্যু হৈছে ১৯ জনৰ । হয়,এখন ৰাষ্ট্ৰই পুনৰ লকডাউন ঘোষণা কৰিছে। ক’ভিডৰ বাবে নহয়,ইবলাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ এনে পদক্ষেপ লৈছে দেশখনে। উগাণ্ডাৰ ৰাষ্ট্ৰপতি য়’ৱেৰী মুছেভেনীয়ে দেশখনত লকডাউন…

জীৱনৰ দ্বিতীয় ইনিংছৰ দিশে ধোনী

এইবাৰ ধোনীয়ে নিৰ্মাণ কৰিব দক্ষিণৰ চিনেমা । ধোনীয়ে খুলিছে নিজৰ প্ৰডাকচন হাউচ । বিহাৰৰ হৈ খেলি কেৰিয়াৰ আৰম্ভ কৰা মহেন্দ্ৰ সিং ধোনী এতিয়া বিশ্ববিখ্যাত ক্ৰিকেটাৰ । এটা দশক নৌহওঁতেই ৰাঁচীক অৰ্থাৎ বৰ্তমানৰ ঝাৰখণ্ডক বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত স্থান দিছিল ধোনীয়ে। ১৫…

আপৰ ‘মৌনতা’ত ক্ষুণ্ন আপ নেতা

প্ৰাক্তন আপ মন্ত্ৰীক সংগ দিয়া নাই আপে। আপে এৰিলেও গৌতমক সংগ দিছে ২০ টা দলিত সংগঠনে । দিল্লীৰ আপ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ জনপ্ৰিয়তা মন্ত্ৰীত্ব এৰাৰ পিছত বাঢ়িছেহে।এগৰাকী মন্ত্ৰী হৈয়ো অত্যন্ত সাধাৰণ জীৱন যাপন কৰা ৰাজেন্দ্ৰ পাল…

যোগী চৰকাৰৰ বিৰুদ্ধে গৰ্জন বিজেপি সাংসদৰ

উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ব্ৰীজ ভূষণ চাৰণ সিঙে নিজৰ দলৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।কেইচাৰগঞ্জৰ সাংসদ ব্ৰীজ ভূষণ সৰ্বভাৰতীয় মল্লযোদ্ধা সন্থাৰো সভাপতি।উল্লেখ্য উত্তৰ প্ৰদেশৰ ১৮ খন জিলা বৰ্তমান বানত বিধ্বস্ত ।বিগত ১১অক্টোবৰত উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ১৮ খন জিলাৰ ১,৩৭০…

হিন্দীত পঢ়িব পাৰিব মেডিকেল

হিন্দী শিকক নহ’লে বেমাৰ দেখুওৱা নহ’ব ।হিন্দীত মেডিকেল পাঠ্যক্ৰমৰ শুভাৰম্ভ ।১৬ অক্টোবৰত মধ্য প্ৰদেশত আৰম্ভ হ’ব হিন্দীত মেডিকেলৰ পাঠদান ।মেডিকেল অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ হ’ব হিন্দী ভাষাত।দেশৰ ভিতৰত হিন্দী ভাষাত মেডিকেল পাঠ্যক্ৰম প্ৰথম আৰম্ভ কৰাৰ সিন্ধান্ত মধ্য প্ৰদেশ চৰকাৰৰ।…

অত্যন্ত বিপদজনক দেশ পাকিস্তান !

পাকিস্তান বিশ্বৰ সকলোতকৈ ভয়ংকৰ দেশ। কিছু ক্ষেত্ৰত চীন-ৰাছিয়াই প্ৰত্যাহ্বান জনাইছে আমেৰিকাক।আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে পাকিস্তানক ‘এখন অত্যন্ত বিপদজনক’ ৰাষ্ট্ৰ আখ্যা দিছে। বিশ্বৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিগৰাকী ‘ কোনো কাৰণ নোহোৱাকৈ পাৰমাণৱিক অস্ত্ৰ ‘ ৰখাৰ বিষয়টোক লৈ এনেদৰে সৰৱ হৈছে পাকিস্তানৰ…

‘ভীষ্ম প্ৰতিজ্ঞা’ বিহাৰৰ মুখ্যমন্ত্ৰীৰ

‘ভীষ্ম প্ৰতিজ্ঞা’ বিহাৰৰ মুখ্যমন্ত্ৰীৰ । কি এই ‘ভীষ্ম প্ৰতিজ্ঞা’? দেহত শেষ বিন্দু তেজ থকালৈকে বিজেপিৰ লগত মিত্ৰতা নকৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ।প্ৰায় এটা বছৰ মিত্ৰতাত থকাৰ পিছত যেন বৌদ্ধজ্ঞানহে পালে নীতিশ কুমাৰে।“বিজেপিয়ে যেনে আচৰণ কৰে,মই মোৰ জীৱিত কালত আৰু…

কেনেদৰে সুৰক্ষিত হ’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা?

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আগবঢ়োৱা হৈছে Z+ নিৰাপত্তা। কি এই Z+ নিৰাপত্তা ? কেনেদৰে সুৰক্ষিত হ’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা? আমাৰ দেশত ব্যক্তি এজনৰ নিৰাপত্তাৰ দিশটো চোৱাচিতা কৰে আৰক্ষী তথা স্থানীয় চৰকাৰে ।এজন ব্যক্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত দেশৰ গৃহদপ্তৰৰ…

 দুৰ্নীতিৰ দস্তাবেজ জ্বলালে বিজেপিয়ে !

গুজৰাট সচিবালয়ত অগ্নিকাণ্ড,জ্বলিল কেৱল ফাইল । ২৭ বছৰীয়া দুৰ্নীতিৰ দস্তাবেজ জাহ গ’ল নেকি জুইত? সচিবালয়ৰ অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে কংগ্ৰেছে । গুজৰাটৰ সচিবালয়ৰ সমাজ কল্যাণ বিভাগত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও ভস্মীভূত…

 ৰাজ্যত অবাধ গতিত চলিছে ছিণ্ডিকেট

কোকৰাঝাৰৰ DTO সোমেশ্বৰ ব্ৰহ্মক গ্ৰেপ্তাৰ | DTO সোমেশ্বৰ ব্ৰহ্মৰ বাসগৃহৰ পৰা উদ্ধাৰ ৩৬ লাখ টকা সোমেশ্বৰ ব্ৰহ্মই নহয় তিনি এনফৰ্চমেণ্ট চেকাৰকো গ্ৰেপ্তাৰ আৰক্ষীৰ। শেহতীয়াকৈ ৰাজ্যত ছিণ্ডিকেটৰাজৰ চলিছে অবাধ দপদপনি। কোকৰাঝাৰ জিলাৰ অসম-পশ্চিমবঙ্গ সীমান্তৰ শ্ৰীৰামপুৰত চলি থকা ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই…