বোকা চফা কৰা বিষয়া নিজেই ‘বোকা’ত সোমাল

GMCৰ বোকা নিষ্কাষণ কেলেংকাৰীত জড়িত ৮ বিষয়াক গ্ৰেপ্তাৰ কৰিছে CM ভিজিলেঞ্চে। গুৱাহাটী পৌৰ নিগমত কোটিটকীয়া বোকা নিষ্কাষণ কেলেংকাৰীৰ তদন্ত চলাইছিল চিএম ভিজিলেঞ্চে। আজি অৰ্থাৎ শুকুৰবাৰে CM ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিলে অভিযন্তা, OSD সহ মুঠ ৮জনকৈ ব্যক্তিক। গ্ৰেপ্তাৰ OSD বাবুলাল শৰ্মা, স্বচ্ছতা…

প্ৰধানমন্ত্ৰীৰ হিমাচলী বেশৰ ৰহস্য কি?

মাছ চাইহে জাল গুঁঠে নেকি প্ৰধানমন্ত্ৰীয়ে ?প্ৰধানমন্ত্ৰীয়ে হিমাচলী পোচাক পিন্ধিলে কিয়?হিমাচলীক লক্ষ্য কিয় নৰেন্দ্ৰ মোডীৰ? মাছ চাই জাল গুঁঠাৰ ক্ষেত্ৰত অলপো কৃপণালি নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।শুকুৰবাৰে কেদাৰনাথ দৰ্শনলৈ যোৱা প্ৰধানমন্ত্ৰীৰ লক্ষ্য কেৱল আগন্তুক নিৰ্বাচন।অহা ১২নবেম্বৰত অনুষ্ঠিত হ’ব হিমাচল প্ৰদেশৰ নিৰ্বাচন।…

নিৰাপত্তা উন্নত কিন্তু AFSPA থাকিবই !

পৰিস্থিতি ‘শান্ত’ বুলি কৈয়ে দায়িত্ব শেষ কৰিলে গৃহমন্ত্ৰীয়ে ।শিল দলিওৱা মানুহ কেনেকৈ হ’ল পঞ্চ,চৰপঞ্চ ? উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা যথেষ্ট উন্নত হৈছে,মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। ৰাষ্ট্ৰীয় আৰক্ষী ‘স্মৃতিচাৰণ দিৱস’ত উপস্থিত থাকি এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত…

জীয়াই থকাৰ অধিকাৰ হেৰাইছে ভাৰতীয়ৰ ?

‘অসহিষ্ণুতা’ৰ মনোভাৱ শেহতীয়াকৈ ভয়ানক হাৰত বৃদ্ধি ভাৰতত। দেশত ব্যাপকভাৱে মানৱ অধিকাৰ উলংঘনৰ ঘটনাও বৃদ্ধি পাইছে । ভাৰতীয়ৰ অসহিষ্ণু চিন্তাধাৰাক লৈ শংকিত ৰাষ্ট্ৰসংঘ। দুদিনীয়া ভ্ৰমণলৈ আহি ভাৰতক এই বিষয়ে সকীয়াই দিলে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে।“অনৈক্যৰ মাজত ঐক্য -এই বৈশিষ্ট্যৰ বাবেই আপোনালোকৰ দেশখন  শক্তিশালী।…

বহিঃৰাজ্যত কাম বিচাৰি যোৱা অসমৰ যুৱক-যুৱতীসকল সাৱধান

বহিঃৰাজ্যত কাম বিচাৰি যোৱা অসমৰ যুৱক-যুৱতীসকল সাৱধান৷  ২৬ টা চাকৰিৰ এজেন্টৰ পৰা সাৱধান৷ কাৰণ তথ্য-প্ৰযুক্তিত পাৰদৰ্শী চাকৰি প্ৰাৰ্থী মূল টাৰ্গেট হৈ পৰিছে অসাধু চক্ৰৰ৷ এওলোকৰ বিদেশত সহজে চাকৰিৰ লাভৰ বিজ্ঞাপনত ভোল গ’লে আপুনিও পৰিব বিপদত৷ বিদেশত চাকৰিৰ প্ৰলোভনত ভোল গ’লে…

পানীৰ অবিহনে প্ৰাণ যোৱা অৱস্থা জনতাৰ

ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমন্তবৰ্তী পৰ্বতঝোৰা মহকুমাৰ মতিৰঝোৰা হাতীখাল গাঁৱত বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ ।জল জীৱন আঁচনিৰ পৰা বঞ্চিত মতিৰঝোৰা হাতীখালৰ লগতে কেইবাখনো গাওঁ ।অসম চৰকাৰৰ দৃষ্টি নপৰা এখন গাওঁ। গাওঁখনত নাই কোনো চৰকাৰী উন্নয়নমূলক আচঁনি।বিশুদ্ধ খোৱা পানীৰ পৰা আৰম্ভ…

দেউৰী পৰিষদীয় নিৰ্বাচন: মনোনয়ন দাখিল পৰ্ব শেষ

আজি দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। অহা ৮ নৱেম্বৰত অনুষ্ঠিত হব এই নিৰ্বাচন।শিৱসাগৰ জিলাৰ থাওৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩টা সমষ্টিত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন।প্ৰথম বাৰৰ বাবে এইবাৰ ৰাইজৰ দলে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত…

বিজেপিৰ বেলি মাৰ যাব গুজৰাটত?

প্ৰতিষ্ঠানবিৰোধী ঢৌত থৰকবৰক বিজেপি । আপৰ উত্থানত শংকিত মোডী বাহিনী।গুজৰাট নিৰ্বাচনকলৈ C voter সমীক্ষা ৰাজ্যখনৰ ৪৬% জনতাই বিশ্বাস কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ যুঁজ হ’ব আপৰ লগত ।আন ৪০% লোকে বিশ্বাস কৰে বিজেপিৰ যুঁজ হ’ব কংগ্ৰেছৰ বিৰুদ্ধে।আনহাতে,বাকী ১৪% লোকে…

হিমাচলত হাৰিব বিজেপি?

টিকেট নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ! টিকেটৰ পৰা বঞ্চিত কেন্দ্ৰীয় মন্ত্ৰীৰ পিতৃ।হিমাচল প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ।মুঠ ৬২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে ।কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ অনুমোদন সাপেক্ষে প্ৰকাশ কৰা এই তালিকাত…

শশীকলাৰ ‘নিৰ্দেশ’ত হত্যা জয়াললিতাক?

জয়াললিতাৰ মৃত্যু ‘অস্বাভাৱিক’ ! প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত হাত শশীকলাৰ?AIADMK ৰ বহিস্কৃত নেত্ৰী শশীকলাই ইতিমধ্যে সকলোধৰণৰ তদন্তৰ মুখামুখি হ’বলৈ সাজু বুলি উল্লেখ কৰিছে। আৰুমুৰ্ঘস্বামী সমিতিয়ে শেহতীয়াকৈ দাখিল কৰা প্ৰতিবেদনত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগ তুলিছে শশীকলাৰ বিৰুদ্ধে।সমিতিয়ে আনকি…