১২ নবেম্বৰত হ’ব নিৰ্বাচন

নিৰ্বাচনৰ দিন ঘোষণা হিমাচলৰ,নহ’ল গুজৰাটৰ | ৬৮ খন আসনৰ বাবে একেটা পৰ্যায়তে হ’ব ভোটগ্ৰহণ ৪৩ হাজাৰ যুৱ ভোটাৰে প্ৰথম বাৰৰ বাবে অংশ ল’ব ভোটগ্ৰহণ প্ৰক্ৰিয়াত | নিৰ্বাচন আয়োগে শুকুৰবাৰে ঘোষণা কৰে নিৰ্বাচনৰ দিন ৷ হিমাচল প্ৰদেশত ১২ নবেম্বৰত নিৰ্বাচন অনুষ্ঠিত…

অন্নদাতাৰেই অন্নৰ অভাৱ ভাৰতত

প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতি আৰু বালিত পানী ঢলা একে কথা৷কৃষিখণ্ডৰ লগত জড়িত প্ৰায় ৩০ জন লোকে দৈনিক আত্মহত্যাৰ পথ বাচি লয় ভাৰতত ৷ কথা দিছিল উপাৰ্জন দুগুণ কৰাৰ,কিন্তু উপাৰ্জনহীন হৈ দেশত আত্মহত্যা প্ৰতি দিনে ৩০ জন কৃষক তথা কৃষিখণ্ডৰ শ্ৰমিকৰ |…

নাও দুৰ্ঘটনাত মৃত্যু ৮ কিশোৰৰ

ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ গ’ল ৮ টি কিশোৰৰ,সন্ধান নাই ৩ জনৰ | কম্বোডিয়াৰ মেকং নদীত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা | নদীৰ পাৰ পাবলৈ আৰু মাত্ৰ ৫০ মিটাৰ থাকোতেই জোখতকৈ অধিক যাত্ৰী কঢ়িওৱা নাওখন ডুব যায় ৷কম্বোডিয়াৰ কন্দল প্ৰভিন্সৰ মেকং নদীত…

ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান,মুক্ত হ’ল ‘অপৰাধী’

মাওবাদী বুলি অভিযুক্ত অধ্যাপকক মুক্তি | ন্যায়ালয়ৰ ৰায়দান সঠিক নাছিল ? উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে শুকুৰবাৰে অধ্যাপক জি.এন চাইবাবাক অপৰাধমুক্ত বুলি ঘোষণা কৰি কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে ন্যায়াধীশ ৰোহিত ৰাও,অনিল পাঞ্চাৰেৰ বিচাৰপীঠে অধ্যাপক চাইবাবাই ২০১৭…

নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ ‘বুক নুক কেফে’ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ বৈষ্ণৱ আন্দোলনৰ ধৰ্মীয় ইতিহাস সমৃদ্ধ…

ওদালগুৰিত গৰ্ভৱতীৰ মৃত্যু

ওদালগুৰি জিলাৰ মাজবাটৰ অন্তৰ্গত লামাবাৰীৰ প্ৰেম বস্তিৰ নয়মী বাৰ্লা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ অকালতে মৃত্যু ঘটে। লামাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতা কৰা নয়নী বাৰ্লা সকলো শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত জনপ্ৰিয় আছিল। নয়মী বুধবাৰে আবেলি গা…

বিজেপিৰ ৬ মহলীয়া কাৰ্যালয়ৰ মাটিৰ A to Z

ভাঙি দিয়া হ’ব বিজেপিৰ নৱনিৰ্মিত বশিষ্ঠৰ  কাৰ্যালয় ৷ ছয় মহলীয়া বিজেপিৰ কাৰ্যালয়ৰ ভূমিত স্থাপন হ’ব গৱেষণা কেন্দ্ৰ ৷-প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই ঘোষণাৰ পাছতে অস্বস্তিত পৰিল শাসকীয় দল বিজেপি ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি বিধায়ক দিগন্ত কলিতালৈ…

২৮ বছৰীয়া এটা ‘ভূত বাংলা’

অগপ,কংগ্ৰেছ আনকি বিজেপিৰ দিনতো সম্পূৰ্ণ হৈ নুঠা এখন চিকিৎসালয়ৰ কাহিনী ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা একেলেথাৰিয়ে ১৫ বছৰ আছিল স্বাস্থ্য মন্ত্ৰী, তথাপিও তেওঁৰো চকুত নপৰিল শিৱসাগৰৰ এই চিকিৎসালয়খনলৈ ৷ এবছৰ দুবছৰ নহয়, ২৮ বছৰে সম্পূৰ্ণ নোহোৱা এখন চিকিৎসালয়।…

জটিল অৰ্থনীতিৰ বৰ্ষ হ’ব ২০২৩

জটিল অৰ্থনীতিৰ বৰ্ষ হ’ব ২০২৩ এসাঁজ খালে আনসাঁজৰ বাবে চিন্তা হ’ব অহা বৰ্ষত | উন্নয়নৰ হাৰ হ্ৰাস হোৱাৰ বিপৰীতে বাঢ়িব মুদ্ৰাস্ফীতি | ২০২৩ চনত মুদ্ৰাস্ফীতিৰ পৰিমাণ ভয়াবহ ৰূপত বৃদ্ধি পাব ৷ এই সতৰ্কবাণী আমাৰ নহয়,আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰহে ৷ ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয়…

হয় ‘ঝুমলা’ নহয় ‘হামলা’ -প্ৰধানমন্ত্ৰীৰ ‘ডাবল ইঞ্জিন’ প্ৰকৃততে কি?

ডাবল ইঞ্জিন মানে হয় ‘ঝুমলা’,নহয় ‘হামলা’ ইডি,চিবিআই – কেন্দ্ৰৰ ‘চিকাৰী কুকুৰ’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায়েই ‘ডাবল ইঞ্জিন’ৰ চৰকাৰৰ কথা কয় !এই ‘ডাবল ইঞ্জিন’ৰ ভেদ ভাঙিছে তেলেংগানাৰ এগৰাকী মন্ত্ৰীয়ে ৷ ‘ডাবল ইঞ্জিন’ৰ কথা অৱশ্যে প্ৰধানমন্ত্ৰী মোডীৰ মুখতেই নহয়,সভাপতি জে পি নাড্ডা,গৃহমন্ত্ৰী…