৪৫ টা ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ১০ টা ইউটিউব চেনেলক

৪৫ টা ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ১০ টা ইউটিউব চেনেলক মনে সজা কাহিনীৰ আপলোড বন্ধ কৰাৰ আহ্বান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইউটিউবৰ পৰা ৪৫ টা ভিডিঅ’ ডিলিট কৰিবলৈ নিৰ্দেশ দিছে৷ মুঠ ১০ টা চেনেলৰ পৰা এই ৪৫ টা…

আঢ়ৈ মাহৰ অন্তত অন্তেষ্টিক্ৰিয়া জাপানৰ প্ৰধানমন্ত্ৰীৰ

আঢ়ৈ মাহৰ অন্তত অন্তেষ্টিক্ৰিয়া জাপানৰ প্ৰধানমন্ত্ৰীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত টকিঅ’ত শতাধিক বিশ্ব নেতা সমবেত টকিঅ’ত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিঞ্জ’ আবেৰ শেষকৃত্য মঙলবাৰে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰিও শতাধিক বিশ্ব নেতাই এই শেষকৃত্যত অংশ ল’ব৷ চিঞ্জ’ আবেক বিগত ৮ জুলাইত…

গাখীৰ খুৱাই সাপ পোহে কংগ্ৰেছে

গাখীৰ খুৱাই সাপ পোহে কংগ্ৰেছে সভাপতিৰ দৌৰৰ পৰা বাহিৰ গেহলট নিজেই পোতা খুটিত উজুতি গান্ধী পৰিয়ালৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ওপৰত খড়্গহস্ত কেন্দ্ৰীয় নেতৃত্ব৷ গান্ধী পৰিয়ালৰ অত্যন্ত ঘনিষ্ঠ হোৱাৰ সুবাদতে সভাপতি পদৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী আছিল গেহলট ৷ গেহলটে সভাপতি…

কেঁচুৱা থপিয়ালে বান্দৰে

কেঁচুৱা থপিয়ালে বান্দৰে গুৰুতৰভাৱে আহত হৈছে কেঁচুৱাটো ৫ টা স্থানত চিলনি পৰিছে নৱজাতকটোৰ থানেত সংঘটিত হৈছে এই ঘটনা মুম্বাইৰ থানেৰ চিল ডাইঘৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা অৱশ্যে ঘৰৰ বাহিৰত কোলাত লৈ থকা কেঁচুৱাটোক বান্দৰে নিব…

১৫০০ ৰ মাজৰ পৰা এটা নাম

ঘোষণা হ’ল গোলাম নবীৰ দলৰ নাম নতুন দলৰ নাম ডেমক্ৰেটিক আজাদ পাৰ্টি -দলটোৰ সদস্যৰ ক্ষেত্ৰত নাথাকিব কোনো বয়সৰ সীমা বিগত ২৬ আগষ্টত কংগ্ৰেছ দল ত্যাগ কৰিছিল আজাদে দলৰ নামাকৰণৰ বাবে মুঠ ১৫০০ নাম পাইছিল আজাদে হিন্দী,উৰ্দু আৰু সংস্কৃত ভাষাৰ নাম…

বিত্তীয় সংকট: পদত্যাগ বিত্তমন্ত্ৰীৰ !

শ্ৰীলংকাৰ দৰেই হ’ব নেকি পাকিস্তানৰ? গভীৰ বিত্তীয় সংকটত পাকিস্তান ! পদত্যাগ বিত্তমন্ত্ৰীৰ ৪ বছৰত ৫ জন বিত্তমন্ত্ৰী,কিন্তু অৰ্থনীতি একেই থাকিল দেশখনৰ পাকিস্তানৰ বিত্ত মন্ত্ৰী মিফটাহ ইছমাইলে পদত্যাগ কৰিছে৷ দেওবাৰে মৌখিকভাৱে পদত্যাগ কৰে মন্ত্ৰীজনে৷ বিগত ৪ টা বছৰত তীব্ৰ আৰ্থিক সংকটে…

কাৰ্যালয় দেখিলেই পেট্ৰল বোমা নিক্ষেপ !

কাৰ্যালয় দেখিলেই পেট্ৰল বোমা নিক্ষেপ ! বিজেপি -RSS ৰ কাৰ্যালয়ত আক্ৰমণ তামিলনাডুত পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া নাই মুখ্যমন্ত্ৰীৰ বিজেপি তথা আৰএছএছৰ কাৰ্যালয়ত বিগত বৃহস্পতিবাৰৰ পৰা পেট্ৰল বোমা নিক্ষেপৰ ঘটনা সংঘটিত হৈ আহিছে তামিলনাডুৰ বিভিন্ন প্ৰান্তত৷ কইম্বাটুৰ,পলাচী,ৰামনাথপুৰম,ইৰ’দে আৰু তামবাৰাম অঞ্চলত অৱস্থিত বিজেপি…

দাড়ি-চুলি কাটি অত্যাচাৰ শিখক

তালিবানৰ অত্যাচাৰত ত্ৰাহিমধুসূদন সোঁৱৰিছে শিখে ৫৫ শিখ আহি ভাৰতত উপস্থিত আফগানিস্থানৰ গুৰুদ্বাৰত সঘনাই সংঘটিত বিস্ফোৰণ তথা আক্ৰমণৰ পিছত দেশখনত থকা সংখ্যালঘু শিখসকল ভাৰতলৈ উভতি আহিছে৷ আশ্ৰফ ঘানি চৰকাৰৰ পতনৰ পিছত দেশখনত সৃষ্টি হোৱা ভয়াবহ পৰিস্থিতিৰ পৰা মুক্ত হৈ স্বস্তিৰ নিশ্বাস…

ধাৰাষাৰ বৃষ্টি আৰু ভূমিস্খলনে ভয়াবহ ৰূপ লৈছে প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত

ধাৰাষাৰ বৃষ্টিত ব্যাহত জনজীৱন উটুৱাই নিছে গাড়ী খহি পৰিছে পাহাৰ ধাৰাষাৰ বৃষ্টি আৰু ভূমিস্খলনে ভয়াবহ ৰূপ লৈছে প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত ৰাজ্যখনৰ নামনি সোৱণশিৰি জিলাৰ চিপোটা গাঁৱত শুকুৰবাৰে এখন স্কৰপিঅ’ গাড়ী উটুৱাই লৈ যায় ৷ জলবায়ুৰ পৰিবৰ্তনৰ বাবে সমগ্ৰ বিশ্বতে…

খং উঠিল কিয় ‘ড্ৰীমগাৰ্ল’ৰ?

খং উঠিল কিয় ‘ড্ৰীমগাৰ্ল’ৰ? কংগণা ৰাণাৱটৰ নাম শুনিয়েই খং উঠিল হেমামালিনীৰ কিন্তু কিয়? সমষ্টি হেৰুওৱাৰ ভয়ত ত্ৰস্তমান হেমামালিনী হয়,অভিনেত্ৰী তথা সাংসদ হেমামালিনীৰ খং উঠিছে৷ খং মানে একেবাৰে প্ৰচণ্ড খং৷ সাংবাদিকে অভিনেত্ৰী কংগনা ৰাণাৱটে মথুৰাৰ পৰা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াব নেকি বুলি…