ড° দিগন্ত বিশ্ব শৰ্মাক ‘ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২’প্ৰদান।

শিৱসাগৰৰ অৰুণোদয় শাখা সাহিত্য সভা আৰু ড° ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° দিগন্ত বিশ্ব শৰ্মাক ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২’ প্ৰদান কৰা হয়। ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ…

পুনৰ চিত্ৰগৃহলৈ অসমীয়া চলচ্চিত্ৰ “একলব্য”

পুনৰ চিত্ৰগৃহলৈ অসমীয়া চলচ্চিত্ৰ “একলব্য” জুবিন গাৰ্গৰ প্ৰচেষ্টাত মুক্তিলাভ কৰিব এক্সনধৰ্মী ছবিখন গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ চলিত বৰ্ষৰ ৭ জানুৱাৰীত সমগ্ৰ অসমত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ “একলব্য” পুনৰ চিত্ৰগৃহলৈ আহিব। অহা ৭ অক্টোবৰত সমগ্ৰ অসমতে মুক্তি দিয়া হ’ব এক্সনধৰ্মী ছবিখন। ক’ভিডৰ…

জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী ধৃত সন্ত্ৰাসবাদী দুটা আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGUH ৰ সদস্য জব্দ কৰা হৈছে দুটা পিস্তল, দুটা মেগজিন আৰু ১৫ জাঁই সজীৱ গুলী সেনা-আৰক্ষীৰ যুটিয়া অভিযানত আটক হয়…

প্ৰস্ৰাৱাগাৰত ৰখা খাদ্য খুৱালে খেলুৱৈক

উত্তৰ প্ৰদেশত খেলুৱৈক প্ৰস্ৰাৱাগাৰত খাদ্য উত্তৰ প্ৰদেশত খেলুৱৈক খাদ্য খাবলৈ দিয়া হ’ল প্ৰস্ৰাৱাগাৰত সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ ১৭ অনূৰ্ধ্বৰ কাবাডী খেলুৱৈক প্ৰস্ৰাৱাগাৰত দিয়া হ’ল খাদ্য চৰকাৰী কৰ্তৃপক্ষৰ মন্তব্য , বৰষুণৰ বাবে খাদ্য ৰাখিব লগা হ’ল প্ৰস্ৰাৱাগাৰত

প্ৰতিবাদ কৰিছে গৰুৱে !

গৰুৱে প্ৰতিবাদ কৰিছে ! বিধানসভাৰ চৌহদত গৰুৰ প্ৰতিবাদ ! ৰাজস্থানত সংঘটিত হৈছে এই ঘটনা কিন্তু আধাতে প্ৰতিবাদ এৰি গৰু পলাল সকলো অথলে গ’ল আচলতে গৰুৱে প্ৰতিবাদ কৰা নাই । বিজেপি বিধায়কেহে কৰিছে প্ৰতিবাদ চতুৰ বিধায়কে প্ৰতিবাদৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাজস্থান…

সঁচাকৈয়ে অপ্ৰকৃতিস্থ আছিল নে ভগৱন্ত মান?

সঁচাকৈয়ে অপ্ৰকৃতিস্থ আছিল নে ভগৱন্ত মান? বিৰোধীৰ মুখত চূণ সানিলে লুফটানছা এয়াৰলাইন্সে মানৰ বাবে নহয়,আন কাৰণতে বিলম্ব হৈছিল বিমান পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক ফ্ৰেংকফুটত সঁচাই বিমানৰ পৰা নমাই দিয়া হৈছিল নে? ভগৱন্ত মানে অত্যধিক সুৰা সেৱন কৰাৰ বাবে তেওঁক বিমানৰ…

বিজেপিৰ প্ৰতি ‘বেথা’ নেকি আপৰ ?

বিজেপিৰ প্ৰতি ‘বেথা’ নেকি আপৰ ? বিজেপি বিৰোধী কিন্তু শিবিৰলৈ নাযায় আপ দলৰ জোঁট নহয়,দেশবাসীৰ ‘জোঁট’ বন্ধনতহে আগ্ৰহী কেজৰিৱাল বিজেপি বিৰোধী শিবিৰলৈ যোৱাৰ কথা ভবা নাই আপে দিল্লীত দলটোৰ প্ৰথমখন ৰাষ্ট্ৰীয় অধিৱেশনত ভাষণ দি দেওবাৰে এনেদৰে কয় আপৰ ৰাষ্ট্ৰীয় মূৰব্বী…

 জুমিতো বাদেই ,কোনেও কেৰাহিকৈ নোচোৱা ‘গাওঁ’খন ..

জুমিতো বাদেই ,কোনেও কেৰাহিকৈ নোচোৱা ‘গাওঁ’খন … নাই ৰাস্তা,নাই বিদ্যালয়,নাই চিকিৎসা ব্যৱস্থা ১০০০ ‘ভোট’ আছে কিন্তু ‘মানুহ’ নাই গছৰ বাকলিহে নিপিন্ধে,কিন্তু আধুনিকতাৰ পৰশ পৰা নাই তাত স্বাধীনতাৰ ৭৫ টা বছৰ পাৰ হ’ল কিন্তু উত্তৰ প্ৰদেশৰ হাজিপুৰা গাঁৱৰ বাসিন্দা সকলৰহে জীৱন…

গোজক গজালি হ’বলৈ নিদিয়ে মিজোৰামে

গোজক গজালি হ’বলৈ নিদিয়ে মিজোৰামে দোকানো নহ’ব,মাটিও নহ’ব-থাকে যদি থাকক একো অধিকাৰ নাই,কেৱল থকাৰ জেগাটোহে মাটি নিকিনিব,দোকান নুখুলিব -শৰণাৰ্থীক সকিয়নী মিজোৰাম প্ৰশাসনৰ ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীৰ ক্ষেত্ৰত কঠোৰ মিজোৰামৰ চৰকাৰ শৰণাৰ্থীৰ বাবে পৰিচয় পত্ৰৰ ব্যৱস্থা কৰিছে মিজোৰাম চৰকাৰে৷ শৰণাৰ্থীয়ে আধাৰ…

মমতাৰ প্ৰতি ‘মমতা’ কমিছে বংগবাসীৰ?

নন্দীগ্ৰামত মমতাৰ মুখথেকেঁচা ভেকুটীয়া সমবায় কৃষি সমিতিৰ ১২টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল দেওবাৰে এই ১২ টা পদৰ ১১ টা পদতেই জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে৷ ভেকুটীয়া সমবায় নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ অধীন এই নন্দীগ্ৰাম এসময়ত ঘাটি আছিল তৃণমূল কংগ্ৰেছৰ নন্দীগ্ৰামৰ পৰাই…