জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী

Share This Article

জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী
জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী
ধৃত সন্ত্ৰাসবাদী দুটা আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGUH ৰ সদস্য
জব্দ কৰা হৈছে দুটা পিস্তল, দুটা মেগজিন আৰু ১৫ জাঁই সজীৱ গুলী
সেনা-আৰক্ষীৰ যুটিয়া অভিযানত আটক হয় সন্ত্ৰাসবাদী দুটা
সন্ত্ৰাসবাদী দুটা ক্ৰমে তনবীৰ আহমেদ ভাট আৰু তোফেইল আহমেদ দৰ
জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত গ্ৰেপ্তাৰ দুটাকৈ সন্ত্ৰাসবাদী ৷ ধৃত সন্ত্ৰাসবাদী দুটা আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGUH ৰ সদস্য ৷ দুয়োটা সন্ত্ৰাসবাদীৰ পৰা জব্দ কৰা হৈছে দুটা পিস্তল, দুটা মেগজিন আৰু 15 জাঁই সজীৱ গুলী ৷ সেনা-আৰক্ষীৰ যুটিয়া অভিযানত গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদী দুটা ৷ গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী দুটা ক্ৰমে তনবীৰ আহমদ ভাট আৰু তোফেইল আহমদ দৰ৷ উল্লেখ্য যে, এক গোপন সূত্ৰৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনা বাহিনীয়ে নাকা তালাচী চলায় ওৱাঘামা-ওপজান পথত ৷ সেই তালাচীৰ সময়তে অভিযানকাৰী দলটোৰ হাতত গ্ৰেপ্তাৰ হয় আনচাৰ ঘাজৱাত উল হিন্দৰ সদস্য তনবীৰ আহমদ ভাট আৰু তোফেইল আহমদ দৰ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.