ঘোঁৰা লৈ উভতিল মন্ত্ৰী ৰাজনাথ মৰমতে ঘোঁৰাৰ নাম দিলে ‘তেজচ’

ঘোঁৰা লৈ উভতিল মন্ত্ৰী ৰাজনাথ মৰমতে ঘোঁৰাৰ নাম দিলে ‘তেজচ’ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পালে ঘোঁৰা ঘোঁৰা লৈ মংগোলিয়াৰ পৰা ভাৰতলৈ মন্ত্ৰী ৰাজনাথ মংগোলিয়া ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰথম গৰাকী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিগত ৫ ছেপ্তেম্বৰত ৩ দিনীয়া ভ্ৰমণসূচীৰে মংগোলিয়ালৈ…

দেৱালী নহয় দিল্লীত ! দিল্লীত ফটকা প্ৰস্তুত,মজুতকৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে

দেৱালী নহয় দিল্লীত ! পৰিবেশ মন্ত্ৰীয়ে জাৰি কৰিছে নিষেধাজ্ঞা ২০২৩ চনলৈকে ফটকা ফুটাব নোৱাৰিব দিল্লীত দিল্লীত ফটকা প্ৰস্তুত,মজুতকৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে দিল্লীৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰী গোপাল ৰায়ে বুধবাৰে এই নিষেধাজ্ঞা জাৰিৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ…

কৰ্ণাটকৰ বন ,খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰীৰ দেহাৱসান

কৰ্ণাটকৰ মন্ত্ৰীৰ দেহাৱসান কৰ্ণাটকৰ বন ,খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰীৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মন্ত্ৰী উমেশ কাট্টিৰৰ মৃত্যু বুধবাৰে ৰাজ্যখনৰ সকলো শিক্ষা প্ৰতিষ্ঠান,শিক্ষানুষ্ঠান বন্ধ ঘোষণা মঙলবাৰে পুৱতি নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটে কৰ্ণাটকৰ বাসৱৰাজ বম্মাইৰ মন্ত্ৰীসভাৰ…

চাকৰি দিয়াৰ সলনি খালেহে নৰেন্দ্ৰ মোডীয়ে

চাকৰি দিয়াৰ সলনি খালেহে নৰেন্দ্ৰ মোডীয়ে ৩.০০০ নিৰাপত্তাৰক্ষীৰ পদ বিলুপ্ত কোটিৰ ঘৰত সংস্থাপন দিব বিচৰা মোডীয়ে খেদিলে ৩ হাজাৰকব্যক্তিগত কোম্পানীৰ নিৰাপত্তাৰক্ষীয়েহে ৰখিব বিমানবন্দৰ CISF ৰ ৩,০০০ পদ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰত শাসনলৈ অহা নৰেন্দ্ৰ মোডী চৰকাৰে সংস্থাপন দিয়াটো দূৰৰ কথা…

৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত শ্বেখ হাছিনা

  বাংলাদশৰ প্ৰধানমন্ত্ৰীক আদৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত হাছিনা অৰ্থনৈতিক উন্নয়ন সম্পৰ্কত হ’ব আলোচনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে বিয়লি নতুন দিল্লীত উপস্থিত হোৱা শ্বেখ হাছিনাই কালি নিজামুদ্দিন আউলীয়াৰ দৰগাহ পৰিদৰ্শন…

ভূমিকম্প ,ক’ভিডত বিধ্বস্ত চীন ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল চীনক

ভূমিকম্প ,ক’ভিডত বিধ্বস্ত চীন ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল চীনক ৬৫ জনৰ মৃত্যু,১৫০ ৰো অধিক আহত চীনৰ চিচুৱান প্ৰদেশত সোমবাৰে হোৱা ভূমিকম্পত মুঠ ৬৫ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে প্ৰায় ১৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে ৷ ২০…