দেৱালী নহয় দিল্লীত ! দিল্লীত ফটকা প্ৰস্তুত,মজুতকৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে

Share This Article

দেৱালী নহয় দিল্লীত !
পৰিবেশ মন্ত্ৰীয়ে জাৰি কৰিছে নিষেধাজ্ঞা
২০২৩ চনলৈকে ফটকা ফুটাব নোৱাৰিব দিল্লীত

দিল্লীত ফটকা প্ৰস্তুত,মজুতকৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে

দিল্লীৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰী গোপাল ৰায়ে বুধবাৰে এই নিষেধাজ্ঞা জাৰিৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে

এই নিষেধাজ্ঞা অহা ২০২৩ চনৰ জানুৱাৰী মাহ পৰ্যন্ত বলবৎ থাকিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে

ফটকাৰ অনলাইন বিক্ৰীও এই সময়চোৱাত সম্পূৰ্ণৰূপে বন্ধ থাকিব

দেৱালীৰ সময়তো কোনোধৰণৰ ফটাকা ব্যৱহাৰ কৰিব নোৱাৰিব দিল্লীবাসীয়ে৷
ভয়াবহ প্ৰদূষণে দিল্লীৰ জনজীৱন বিপদাপন্ন কৰাৰ পৰিপ্ৰেক্ষিতত এই সিন্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.