ৰহস্যৰ আবৰ্তত ‘লেপটপ স্কীম’!

ৰহস্যৰ আবৰ্তত ‘লেপটপ স্কীম’! লেপটপ বিচাৰি হাঁহাকাৰ ছাত্ৰছাত্ৰীৰ ‘প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম’ প্ৰকৃততে কি? সঁচাকৈয়ে পাব নে লেপটপ ? প্ৰধানমন্ত্ৰীৰ ভুৱা ৱেবছাইট? ‘প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম ২০২২ ‘ অধীনত ২০২২-২৩ বৰ্ষত সকলো ছাত্ৰছাত্ৰীক লেপটপ আগবঢ়োৱা হ’ব বুলি প্ৰচাৰ…








