মমতাৰ প্ৰতি ‘মমতা’ কমিছে বংগবাসীৰ?

Share This Article

নন্দীগ্ৰামত মমতাৰ মুখথেকেঁচা

ভেকুটীয়া সমবায় কৃষি সমিতিৰ ১২টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল দেওবাৰে

এই ১২ টা পদৰ ১১ টা পদতেই জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে৷

ভেকুটীয়া সমবায় নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ অধীন

এই নন্দীগ্ৰাম এসময়ত ঘাটি আছিল তৃণমূল কংগ্ৰেছৰ
নন্দীগ্ৰামৰ পৰাই নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈছিল মমতা বেনাৰ্জী

২০২১ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰতিন্দন্দ্বিতা কৰি মমতা বেনাৰ্জী পৰাজিত হৈছিল

এসময়ৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সোঁহাতস্বৰূপ শুভেন্দু অধিকাৰী বৰ্তমান সমষ্টিটোৰ বিধায়ক৷

মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে সমবায়ৰ নিৰ্বাচনত মাত্ৰ ১খন আসন লাভ কৰাটোক ইছ্যু হিচাপে লৈছে বিজেপিয়ে৷

বিজেপিৰ মতে মমতা বেনাৰ্জীয়ে নিজৰ ঘাটিতে বিশ্বাসযোগ্যতা হেৰুৱাইছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.