কেঁচুৱা থপিয়ালে বান্দৰে

Share This Article

কেঁচুৱা থপিয়ালে বান্দৰে
গুৰুতৰভাৱে আহত হৈছে কেঁচুৱাটো
৫ টা স্থানত চিলনি পৰিছে নৱজাতকটোৰ
থানেত সংঘটিত
হৈছে এই ঘটনা
মুম্বাইৰ থানেৰ চিল ডাইঘৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা

অৱশ্যে ঘৰৰ বাহিৰত কোলাত লৈ থকা কেঁচুৱাটোক বান্দৰে নিব খোজোতেই জোৰকৈ সাৱটি ধৰা বাবে ৰক্ষা পৰিল বান্দৰৰ পৰা

এক মহীয়া কেঁচুৱাটো মাকৰ কোলাত আছিল আৰু কেচুৱাটো বান্দৰৰ আক্ৰমণত কিছু পৰিমাণে আহত হৈছে

ইতিমধ্যে আঘাতপ্ৰাপ্ত শিশুটোৰ শৰীৰত ৫ টা চিলাই পৰিছে ৷

বান্দৰৰ আক্ৰমণৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ দিছে মহিলাগৰাকীয়ে৷
বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বান্দৰটোক উদ্ধাৰ কৰিছে আৰু দূৰৰ জংঘললৈ নি এৰি দিয়া বুলি জানিব পৰা গৈছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.