ধাৰাষাৰ বৃষ্টি আৰু ভূমিস্খলনে ভয়াবহ ৰূপ লৈছে প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত

Share This Article

ধাৰাষাৰ বৃষ্টিত ব্যাহত জনজীৱন
উটুৱাই নিছে গাড়ী
খহি পৰিছে পাহাৰ

ধাৰাষাৰ বৃষ্টি আৰু ভূমিস্খলনে ভয়াবহ ৰূপ লৈছে প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত
ৰাজ্যখনৰ নামনি সোৱণশিৰি জিলাৰ চিপোটা গাঁৱত শুকুৰবাৰে এখন স্কৰপিঅ’ গাড়ী উটুৱাই লৈ যায় ৷

জলবায়ুৰ পৰিবৰ্তনৰ বাবে সমগ্ৰ বিশ্বতে বতৰৰ অস্বাভাৱিক পৰিবৰ্তন হৈছে অৰুণাচলকে ধৰি ভাৰতৰ প্ৰায়বোৰ ৰাজ্যত ইয়াৰ প্ৰভাৱ পৰিছে৷

ৰাজধানী মহানগৰী দিল্লীতো প্ৰবল বৃষ্টিপাতৰ ফলত বিভিন্ন পথ -উপপথত কৃত্ৰিম বানৰ লগতে গছ বাগৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈছে৷
উত্তৰাখণ্ডতো হৈছে প্ৰবল বৃষ্টিপাত৷শুকুৰবাৰে সন্ধিয়াৰ ভাগত এখন ওখ পাহাৰ খহি অহাৰ ফলত পথ বন্ধ হৈ পৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.