সীমা সমস্যাক লৈ বৈঠক

সীমা সমস্যাক লৈ বৈঠক চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু অসমৰ সীমা বিবাদক কেন্দ্ৰ কৰি বছৰ বছৰ ধৰি দুয়োখন ৰাজ্যৰ মাজত সংঘাত সৃষ্টি হৈ অহাৰ সময়তে ডিব্ৰুগড়ত আজি অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। অৰুণাচলৰ মন্ত্ৰী ৱাংকী ল’ৱাং, বিধায়ক ৱাংলিং লৱাং ডং সহ…

কি টুইট ডিলিট কৰিলে কেজৰিৱালে?

১৯ অক্টবোৰত এটা টুইট কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ টুইটটোত আছিল এটা ভিডিঅ’৷ ইয়াৰ কেপচন আছিল, ‘গুজৰাটৰ নির্বাচনী পৰিস্থিতি বুজিবলৈ এই প্ৰতিবেদন চাওক৷ কিন্তু প্ৰতিবেদন চাবলৈ আহ্বান কৰাৰ পাছতো,কিছু সময়ৰ পাছতে কেজৰিৱালে টুইটটো ডিলিট কৰি দিলে৷  তল অৰবিন্দ কেজৰিৱালৰ টুইটৰ…

হিন্দুয়ে ধর্ষণ নকৰে!

অনুশোচনা নাই,ফটকাৰ দোকান দিছে ধৰ্ষণকাৰীয়ে ‘হিন্দুৱে ধৰ্ষণ নকৰে’-মন্তব্য ৰাধেশ্যামৰ তিলমানো অনুশোচনা নাই বিলকিছৰ ধৰ্ষণকাৰীৰ ভয়-ভাবুকিৰে ভীতিগ্ৰস্ত কৰিছে সাক্ষীক!   বিলকিছ বানুৰ গাঁৱৰ ৰাস্তাটোৰ মূৰতে দেৱালীৰ বাবে এখন ফটকাৰ দোকান বহিছে৷ দোকানৰ মালিক ৰাধেশ্যাম শ্বাহ৷ এই ৰাধেশ্যাম আন কোনো নহয়,বিলকিছৰ ধৰ্ষণকাৰী৷…

প্ৰসূতিৰ মৃত্যুৱে কঁপাইছে ত্ৰিনয়ন নাৰ্ছিংহোম

নগাঁৱত প্ৰসূতিৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এখন ব্যক্তিগত চিকিৎসালয়ত৷ নগাঁও বাইপাছত অৱস্থিত বৰঘাটৰ ত্ৰিনয়ণ নাৰ্ছিংহোমত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷ এগৰাকী প্ৰসূতিৰ লগতে গৰ্ভস্থ সন্তানৰ মৃত্যুক লৈ এনে পৰিস্থিতিৰ সৃষ্টি হয় নাৰ্ছিংহোমখনত৷ প্ৰসূতি-গৰ্ভস্থ সন্তানৰ মৃতদেহ আই চি ইউতে আৱদ্ধ…

হিন্দু ধৰ্মৰ প্ৰতি বৈৰাগ্য কিয়?

ৰাজস্থানৰ ২৫০ টা পৰিয়ালে হিন্দু ধৰ্ম ত্যাগ কৰিলে। এই পৰিয়াল কেইটাই হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে বৌদ্ধ ধৰ্ম ।শুনিবলৈ সহজ যেন লাগিলেও এটা নহয় দুটা নহয় মুঠ ২৫০ টা দলিত পৰিয়ালে হিন্দু ধৰ্ম ত্যাগ কৰাটো একেবাৰে সহজ কথা নহয়।…

এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কান্দিছে,কিন্তু কিয়?

হিমাচল বিজেপিত তীব্ৰ অসন্তুষ্টি কাৰণ দুজনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী উপেক্ষিত হৈছে এইবাৰৰ নিৰ্বাচনত।দলীয় টিকেটৰ পৰা বঞ্চিত বহুতেই। নিৰ্দলীয় হিচাপে প্ৰতিন্দন্দ্বিতা আগবঢ়াব এইবাৰ নিৰ্বাচনত। নেতৃত্বৰ আঙুলিৰ ঠাঁৰত নচা কেন্দ্ৰীয় মন্ত্ৰীয়ে সৰু কেঁচুৱাৰ দৰে ফেকুঁৰি উঠিল মঞ্চত। হয়,সজোৰে বিৰোধিতা কৰিব নোৱাৰি মঞ্চতেই কান্দিলে…

মূৰ্খৰ বাবে বেলেগ গাওঁ নাথাকে,গাঁৱতেই মূৰ্খ থাকে

মূৰ্খৰ বাবে বেলেগ গাওঁ নাথাকে,গাঁৱতেই মূৰ্খ থাকে । কিয় ক’লে কানহায়া কুমাৰে? মন কী বাত’ শুনোৱা নহয় মনৰ কথা শুনাহে লক্ষ্য ‘ভাৰত জোড়ো’ৰ । ‘ভাৰত জোড়ো যাত্ৰাৰ উদ্দেশ্য হ’ল দেশৰ জনতাৰ মনৰ কথা শুনা,দেশৰ জনতাক মনৰ কথা শুনোৱাটো নহয় ।’…

‘বিজেপিক ভোট দিয়ক,২০০০ টকাত চিলিণ্ডাৰ কিনক’

২০০০ টকাত চিলিণ্ডাৰ ক্ৰয় কৰিব বিচাৰে নেকি?  তেন্তে ভোট দিয়ক মোডীক ! এই আহ্বান ৰাজনৈতিক কৌশলপ্ৰণেতা প্ৰশান্ত কিশোৰৰ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰীক সমালোচনা কৰি এনেদৰে কয় কিশোৰে। শুকুৰবাৰে পশ্চিম চম্পাৰণ জিলাৰ নাৰকতিগঞ্জ অঞ্চলত এক জনসভাত অংশ লৈ এনেদৰে মন্তব্য…

ঘৃণাসূচক মন্তব্য বন্ধ কৰক !

কিমান আৰু অপমান কৰিব? কিমান কৰিব অবমাননা? ধৰ্মীয় অসহিষ্ণুতাত খড়গহস্ত ন্যায়ালয় ।মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ মন্তব্য নিদিব ! সচিবপ্ৰধানৰ পিছত সকীয়ালে উচ্চতম ন্যায়ালয়ে । ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটাৰছে মানৱ অধিকাৰ উলংঘন আৰু ঘৃণাসূচক মন্তব্য সম্পৰ্কত ভাৰতক সকীয়াই ভাষণ প্ৰদান কৰাৰ দুদিন…

৭৫% ই হেৰুৱাব চাকৰি !

কৰ্মচাৰী চাটাই কৰিব টুইটাৰে ।ৱাশ্বিংটন প’ষ্টৰ বাতৰিক লৈ উদ্বিগ্ন সকলো । টুইটাৰৰ ৭৫% লোকেই হেৰুৱাব চাকৰি । টুইটাৰ ক্ৰয় কৰাৰ পিছত এতিয়াও টুইটাৰ অধিগ্ৰহণ কৰা নাই ইলন মাস্কে। কিন্তু টুইটাৰ কেনেকৈ চলাব,তাৰ সিন্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে মাস্কে। ৱাশ্বিংটন প’ষ্টৰ এক…