ড্ৰপ আউট’ ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাৰ চেষ্টা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচা অঞ্চল আৰু বিভিন্ন অঞ্চল সমূহৰ যিবোৰ ল'ৰা-ছোৱালীয়ে বিভিন্ন কাৰণৰ বাবে আধাতে বিদ্যালয় এৰিব লগা হৈছে তেওঁলোকক পুনৰ শিক্ষা দানৰ বাবে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদ্যালয়খনৰ…