বিজেপিৰ বিধায়কৰ বিধায়ক পদ খাৰিজ

সংঘৰ্ষত উচতনি দিয়াৰ অপৰাধত বিধায়ক পদ খাৰিজ এগৰাকী বিধায়কৰ । কোন এইগৰাকী বিধায়ক? উত্তৰ প্ৰদেশৰ বিধায়ক জনৰ নাম বিক্ৰম ছৈনী। মুজাফৰনগৰ জিলাৰ কৱাল গাঁৱত গৌৰৱ আৰু শচীনৰ হত্যাৰ পিছত ২০১৩ চনৰ ২৭ আগষ্টত আৰক্ষীয়ে বিজেপিৰ বিধায়ক বিক্ৰম ছৈনীকে ধৰি মুঠ…

সফলতাই যেন এইসকলৰ পিছতহে দৌৰে …

শুনি হয়তো আপুনি আচৰিত হৈছে। কিন্তু আপুনি জানেনে— আপোনাৰ-মোৰ প্ৰিয় ক্ৰিকেটাৰগৰাকী এগৰাকী কোটিপতি ব্যৱসায়ী ।এইগৰাকী ক্ৰিকেটাৰে ব্যৱসায়ত বিনিয়োগ কৰে কোটি কোটি টকা । কোন খেলুৱৈয়ে ক’ত কিমান টকা বিনিয়োগ কৰে আপুনি জানেনে? ভদ্রলোকৰ খেল বুলি কোৱা হয় ক্ৰিকেটক. সেই ভদ্রলোকৰ…

অভিনৱ পন্থা কামপুৰৰ ‘আচপাচ’ৰ

সন্ধিয়া ৪-৩৭ হ’লেই বাজি উঠে ‘মানুহে মানুহৰ বাবে’, ‘কপিলী- কপিলী ৰাংঢালী ছোৱালী’,’জিন্দাবাদ মেণ্ডেলা’।৫-৩৭ বজালৈকে সেই ঠাইলৈ গ’লে আপোনালোকে মাইকত শুনিবলৈ পাব ভূপেনদাৰ সেই কালজয়ী গীত সমূহ।বিগত এঘাৰ বছৰে এনেকৈয়ে সেই বিশেষ ঠাইত নিৰ্দিষ্ট সময়ত মাইকত বাজি উঠে সুধাকণ্ঠৰ গীত। কিন্তু…

সমৰ্থন হেৰুওৱা বিজেপিৰ সাৰথি CBI আৰু ED

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ শূণ্য সহনশীলতাৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ কথা ঘোষণা কৰিছে। তদন্তকাৰী সংস্থাক তেওঁলোকৰ দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সদায় বিৰোধীৰ বিৰুদ্ধেহে অভিযান চলাই আহিছে বুলি প্ৰায়ে অভিযোগ উত্থাপন…

গাদভী কিয় গুজৰাটীৰ প্ৰথম পচন্দ?

গুজৰাটত আম আদমী পাৰ্টিৰ বহুপ্ৰত্যশিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম শুকুৰবাৰে ঘোষণা কৰে দলটোৱে।মুখ্যমন্ত্ৰী পদৰ বাবে কাক উপযুক্ত বুলি ভাৱে তাৰ উত্তৰ গুজৰাটৰ জনতাৰ পৰাই বিচাৰিছিল আম আদমি পাৰ্টিয়ে। তাৰবাবে এটা মেইল আইডি,এটা ফোন নম্বৰৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ নাম জনাবলৈ আহ্বান  জনাইছিল…

কাৰিকৰী ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী

‘The Cross Current’ত অনিচ্ছাকৃতভাৱে ৰাজনীতিক মাধৱ ৰাজবংশীৰ সলনি কাৰিকৰী ভুলবশতঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশীৰ ফটো সম্বলিত এটা বাতৰি প্ৰকাশ হৈছিল। কোনো উদ্দেশ্য প্ৰণোদিতভাৱে উক্ত বাতৰি প্ৰচাৰ কৰা হোৱা নাছিল। একমাত্ৰ কাৰিকৰী ভুলৰ বাবেহে বাতৰিটো প্ৰচাৰ…

কোটিপতি শাসকৰ ৰাজ্য হ’ব নেকি হিমাচল?

কোটিপতি-অপৰাধী প্ৰাৰ্থীৰে ৰেকৰ্ড গঢ়িছে হিমাচল প্ৰদেশে। অহা ১২নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীৰ আধিপত্য দেখা গৈছে। মুঠ ৪১২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২২৬ প্ৰাৰ্থীয়েই কোটিপতি ৰাজ্যখনত৷ ধনাঢ্য প্ৰাৰ্থীৰ হাততহে ৰ’বগৈ নেকি হিমাচল প্ৰদেশৰ ভৱিষ্যত? কাৰণ ইতিমধ্যে নিৰ্বাচনৰ তাৰিখ…

পথ নে পুখুৰী ধৰিবই নোৱাৰি ছালাকাটিত

কোকৰাঝাৰ আৰু ছালাকাটিৰ বিধস্ত পথ মেৰামতি কৰাৰ দাবীত এই প্ৰতিবাদ কৰিছে অঞ্চলটোৰ স্থানীয় জনসাধাৰণে।এনটিপিচিৰ ফ্লাইএচ কঢ়িওৱা গাড়ী আবদ্ধ কৰি স্থানীয় ৰাইজে কৰিলে প্ৰতিবাদ।কোকৰাঝাৰৰ ছালাকাটিত থকা এনটিপিচিৰ তাপবিদ্যুৎ প্ৰকল্পলৈ দৈনিক শ শ গধুৰ যান-বাহন চলাচল কৰাৰ পৰিণতিতে ছালাকাটিৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ…

ভাৰতীয় সংবাদ মাধ্যমৰ মুখত চূণ সানিলে আফগান মুখপাত্ৰই

তালিবান শাসকে আফগান মহিলাৰ অত্যাচাৰৰ বিষয়ে প্ৰশ্ন কৰাত দিলে গুজৰাটৰ উদাহৰণ।উল্লেখ্য যে উপযুক্ত ইউনিফৰ্ম পৰিধান নকৰাৰ বাবে আফগানিস্তানৰ বাদকচান বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নিৰাপত্তা ৰক্ষীয়ে প্ৰহাৰ কৰিছিল সোমবাৰে।দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল কাহাৰ বাল্খীয়ে ভাৰতৰ এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দুটা ভিডিঅ’ পঠিয়াই…

সাৱধান !ধ্বংসৰ মুখলৈ পৃথিৱী !

পৃথিৱীত প্ৰচণ্ড জোৰত খুন্দা মাৰিবলৈ আহি আছে প্লেনেট কিলাৰ! পৃথিৱীৰ দিশে আহি আছে এক প্ৰকাণ্ড উল্কাপিণ্ড! প্ৰচণ্ড বেগত পৃথিৱীত খুন্দা মাৰিব এই প্লেনেট কিলাৰে! হিৰোচিমাত ঘটা বিস্ফোৰণকৈও ৩৬ গুণ ভয়ংকৰ হ’ব উল্কাপিণ্ডটোৰ খুন্দা! পৃথিৱীক এক প্ৰচণ্ড খুন্দা মাৰিবলৈয়ে যেন পৃথিৱীৰ…