ভণ্ড শিক্ষক-সাংবাদিকে নাক কাটিলে নলবাৰীৰ

নলবাৰীত শিক্ষক-সাংবাদিকৰ নিকৃষ্ট কাণ্ড।প্ৰতাৰিত যুৱতীৰ গোচৰৰ ভিত্তিত হেণ্ডকাফ লাগিল শিক্ষক-সাংবাদিকৰ হাতত। প্ৰেমৰ চলনাৰে যুৱতীক প্ৰতাৰণা।গ্ৰেপ্তাৰ হ’ল শিক্ষক তথা সাংবাদিক প্ৰদীপ বৰ্মন। জিলাখনৰ চামতা মটৰ ষ্টেণ্ড নিবাসী তথা কৈঠালকুছি মিলন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰদীপ বৰ্মনৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি এগৰাকী…

গাহৰি মাংসৰ নাটনি গুৱাহাটীকে ধৰি নামনিত

নলবাৰী আৰু বৰপেটাৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হৈছে গাহৰি। এই মাৰাত্মক ৰোগ বিধ বিয়পি পৰাত গাহৰি পালকৰ মাজত হাহাকাৰ লাগিছে. উল্লেখ্য যে নলবাৰী জিলাৰ কেইবাখনো গাহৰি পামত জ্বৰ,কাঁ‌হ আৰু খাদ্য নাখাই অস্বাভাৱিক হাৰত মৃত্যু ঘটিছে গাহৰিৰ। জিলাখনৰ বিভিন্ন…

‘দ্বিতীয় শুৱালকুছি’ৰ সংকট

সূতাৰ অত্যাধিক মূল্যবৃদ্ধি , বহিঃৰাজ্যৰ মেচিনত বনোৱা কাপোৰৰ সমাদৰ আৰু মধ্যভোগীৰ দপদপনিয়ে অশনি সংকেত নমাই আনিছে নগাঁও জিলাৰ কচুৱাৰ বস্ত্ৰ উদ্যোগলৈ।কম মূল্যত পোৱা বৰ্হিৰাজ্যৰ মেচিনৰ বস্ত্ৰই অশনি সংকেত নমাই আনিছে অসমৰ দ্বিতীয় শুৱালকুছিখ্যাত কচুৱালৈ।বহিৰাগত বণিয়া মধ্যভোগীৰ কবলত অমানিশা নামিছে কচুৱাৰ…

ম্যাদ উকলিল অথচ মিতিৰালি আছেই বন বিষয়াৰ !

উল্লেযোগ্য যে যোৱা আগষ্ট মাহতে ম্যাদ উকলা মহল সমূহে এতিয়াও অবৈধ খনন অব্যাহত ৰাখিছে ধুবুৰীত৷ সন্ধিয়া হোৱাৰ লগে লগে এটা চক্ৰই আৰম্ভ কৰি দিয়ে খনন কাৰ্য। তামাৰহাটৰ কেইবাখনো মহলৰ লগতে গোলকগঞ্জৰ বেলগুৰি, কাঠোলতলী, মৰাগদাধৰ ইত্যাদি ঠাইত চলিছে এই খনন কাৰ্য।যোৱা…

৫ নবেম্বৰত উদযাপিত হ’ব সমন্বয়ৰ দিন

পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন ছাত্ৰ সন্থাৰ লগতে অসম অৰুণাচল সীমান্তবৰ্তী বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত ভাৰত ৰত্ন অসম গৌৰৱ বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকা দেৱৰ একাদশ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি “সমন্বয় দিন ” হিচাপে উদযাপন কৰা…

উত্তৰ-পূৰ্বাঞ্চলত সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি বন্ধন বেংকৰ

বন্ধন বেংকে গুৱাহাটীত এটি সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি কৰিছে । এতিয়ালৈকে যিকোনো বেংকিং প্ৰতিষ্ঠানত কৈ উত্তৰ-পূৰ্বাঞ্চলত এইটো সৰ্ববৃহৎ কাৰেন্সি চেষ্ট। এইটো বেঙ্কৰ দ্বিতীয় কাৰেন্সি চেষ্ট। ই বেংকক অঞ্চলটোৰ শাখা আৰু এটিএমৰ বাবে নগদ ব্যৱস্থাপনাত সহায় কৰিব। এই কাৰেন্সি চেষ্টয়ে নগদ…

নলাৰ পানীয়েই মূল কুন্দানলাত

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ! হাইলাকান্দিত।চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে কোটি কোটি টকা খৰচ কৰিছে ঠিকেই কিন্তু এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হাইলাকান্দি জিলাৰ কুন্দানলা গাঁৱৰ এলেকাৰ কেইবা শতাধিক ৰাইজে । দীৰ্ঘ বছৰৰ এটুপি বিশুদ্ধ খোৱা পানীৰ…

গছ ভাল পোৱা যুৱককেইজন …

Save Tree Save Earth -এই উদ্দেশ্য লৈ চাইকেল চলাই ভাৰত ভ্রমণৰ উদ্দেশ্যে ওলোৱা তিনি যুৱক মাজবাটত আহি উপস্থিত হয়। উত্তৰ প্ৰদেশৰ যুৱক অজিত যাদৱে বাংগালোৰৰ পৰা ২০ দিনীয়াকৈ আৰম্ভ কৰা যাত্ৰাত ছত্তীশগড়ৰ যুৱক যোগেশ মাৰকাম আৰু পিছত বঙাইগাঁৱৰ পৰা দীপাংকৰ…

মানুহহে আছে বাংলাদেশত,সংখ্যালঘু নাই !

‘প্ৰতিগৰাকী ব্যক্তিয়েই বাংলাদেশৰ ভূমিপুত্ৰ।সংবিধান মতে সকলোৰে সমান অধিকাৰ বাংলাদেশত’-এনেদৰে মন্তব্য কৰে দেশখনৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী হাছান মাহমুদে।২৪ ঘণ্টাৰ কাৰ্যসূচী লৈ ভাৰত ভ্ৰমণলৈ অহা মাহমুদে সাংবাদিকক কয় “ আমি বিশ্বাস কৰোঁ যে আমাৰ দেশৰ ভূমিত কোনোৱেই সংখ্যালঘু নহয়। আমাৰ প্ৰধানমন্ত্ৰীয়ে…

১৭৫ বছৰত ভৰি দিলে নগাঁও মিছনে

ভাষাৰ কাণ্ডাৰী তথা আমেৰিকান ব্যাপ্তিষ্ট মিশ্যনেৰী মাইলছ ব্ৰনচনে ১৮৪৬ চনতে নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰা নগাঁও মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জল ১৭৫ বছৰত ভৰি দিলে। প্ৰথমাৱস্থাত অনাথ শিশুৰ শিক্ষানুষ্ঠান ৰূপে আত্মপ্ৰকাশ কৰা বিদ্যালয়খনে পৰৱৰ্তী সময়ত অসমৰ প্ৰথমখন নাৰী শিক্ষাৰ প্ৰতিষ্ঠান…