সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ নিষিদ্ধ ৰামদেৱৰ ঔষধ

কিয় বন্ধ কৰা হল ৰামদেৱৰ পতঞ্জলিৰ ৫টাকৈ ঔষধ? ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ দিছে উত্তৰাখণ্ডত। দিব্যা ফাৰ্মাচীক এই ৫ বিধ ঔষধ প্ৰস্তুত বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে অনুজ্ঞাপত্ৰ নিৰ্দেশকাৰী সংস্থাই। উল্লেখযোগ্য যে পতঞ্জলিৰ…

সংগীহীনতাই হ’ব নেকি থাকৰেৰ সংগী ?

জে'লৰ পৰা ওলায়েই সুৰ সলাইছে সাংসদ সঞ্জয় ৰাৱটে। একনাথ সিন্দে-দেৱেন্দ্ৰ ফাৰ্ণাভিছ চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাৱট ।উল্লেখ্য যে মোডী চৰকাৰৰ বিৰুদ্ধে পূৰ্বে সততে আক্ৰমণাত্মক আছিল সঞ্জয় ৰাৱট।জে'লৰ পৰা ওলায়েই মোডী-অমিত শ্বাহক সাক্ষাতৰ ইচ্ছা…

বেমাৰৰ বাবে নহয়,বতৰৰ বাবে বন্ধ বিদ্যালয়

বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি কৰিছে দেশৰ কেইখনমান ৰাজ্যত। দেশৰ কেইবাখনো ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই সম্পৰ্কত জাৰি কৰিছে নিৰ্দেশনা । ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কেইদিনত। দিল্লী, উত্তৰ প্ৰদেশৰ লগতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত…

ট্ৰেভেলাৰত উঠি গৰু চহৰলৈ যায়,আলিবাটৰ মানুহে গমকে নাপায়

নগাঁৱত চোৰাং গৰু সৰবৰাহকাৰীয়ে অৱলম্বন কৰিছে ন ন পন্থা । আৰক্ষীৰ চকুত ধূলি দিবলৈ ঘণ্টাই ঘণ্টাই সলনি কৰিছে কৌশল । নৈশ বাছ, বিলাসী জাইল' বাহনৰ পাছত এইবাৰ ট্ৰেভেলাৰত সৰবৰাহ কৰিছে চোৰাং গৰু।নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুসহ…

শিক্ষাৰ্থীক নিয়ন্ত্ৰণ কৰাতো বাদেই,প্ৰধান শিক্ষককহে কৰিবলগীয়া হৈছে নিয়ন্ত্ৰণ

বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ বিদ্যালয়ত চৰম অচলাব্যৱস্থাৰ সৃষ্টি হৈছে।বিদ্যালয়ত উপস্থিত নাথাকে স্বয়ং প্ৰধান শিক্ষকেই। বুধবাৰৰ দিনটোত খণ্ডটোৰ দুৰ্গম এলেকাৰ একাংশ বিদ্যালয়ত প্ৰধান শিক্ষকৰ মইমতালিৰ প্ৰকৃত স্বৰূপ দেখা পোৱা গ’ল। শিক্ষা…

ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ…

ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ সংবাদমেল সম্বোধন । ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত ওদালগুৰিৰ উপায়ুক্ত…

কোকৰাঝাৰত ইউপিপিএল দলৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি তুংগত

কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত অহা ১১ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ইউপিপিএল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবৱেশনখনক লৈ ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । এই উপলক্ষে চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ…

মাজবাটত ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ সমাপ্তি

ওদালগুৰি জিলাৰ মাজবাটত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ সংখ্যক স্মৃতি দিৱস ৫ নৱেম্বৰ আৰু ৯ নৱেম্বৰ দুদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হয়। স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ৯ নৱেম্বৰত দিনৰ ১১-০০ বজাত বাৰ্ষিক সাধাৰণ সভা। দুপৰিয়া ১-০০ বজাত ড° ভূপেন…

নতুন পেঞ্চন আঁচনিৰ বিৰোধিতা আপৰ

দেশত প্ৰবৰ্তিত হৈ থকা নতুন পেঞ্চন আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমী পাৰ্টিয়ে। পুৰণা পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী জনাইছে আম আদমী পাৰ্টিয়ে। কৰ্মচাৰী সকলৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক তিনিমাহৰ সময়সীমা বান্ধি দিছে…

চৰম বিত্তীয় সংকট নেকি ৰাজ্যত?

এবছৰত গণি গণি এক লাখ নিযুক্তিৰ কথা কোৱা চৰকাৰে ৰাজ্যত বিলুপ্তি ঘটাইছে আঠ হেজাৰ শিক্ষকৰ পদ । প্ৰাথমিক শিক্ষাৰ পৰা বিলুপ্ত কৰা হৈছে পদসমূহ । চৰকাৰৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতে বিষয়টোক লৈ…