‘যা তা বকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’

বিগত ১৮ অক্টোবৰত কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল গান্ধী পৰিয়াল সমৰ্থিত প্ৰাৰ্থী মল্লিকাৰ্জ্জুন খাৰ্গে আৰু শশী থাৰুৰে। কিন্তু নিৰ্বাচনত শশী থাৰুৰে লাভ কৰিলে মাত্ৰ ১০৭২ টা ভোট৷তাৰ বিপৰীতে মল্লিকাৰ্জ্জুন খাৰ্গেই লাভ কৰিছিল ৭,৮৯৭ টা ভোট।…

ধৰ্ষণকাৰীক ‘সংস্কাৰী’ সজায় গুজৰাটত?

‘ব্ৰাহ্মণ সকল সংস্কাৰী’ বুলি কোৱা গুজৰাটৰ বিধায়ক গৰাকীক মনত আছে নে? গোধৰা কাণ্ডৰ ধৰ্ষণকাৰী ব্ৰাহ্মণ ,গতিকে ব্ৰাহ্মণে বেয়া কাম মানে ধৰ্ষণ-হত্যা আদি কৰিব নোৱাৰে-এয়া আছিল গুজৰাটী বিজেপি বিধায়কৰ যুক্তি।এই যুক্তিৰে সমাজত অসূয়া অশান্তিক উৎসাহিত কৰি সমাজত বিভেদ সৃষ্টি কৰাৰ বাবে…

নলিনী এতিয়া ক’লৈ যাব?

কাৰাগাৰৰ পৰা ওলাই কি ক’লে ৰাজীৱ গান্ধীৰ হত্যাকাৰীয়ে? বিগত ১১নবেম্বৰত উচ্চতম ন্যায়ালয়ে গান্ধীৰ হত্যাৰ লগত জড়িত ৬ গৰাকী অভিযুক্তক মুক্তি দিয়ে।ভাল ব্যৱহাৰ আৰু বেয়া স্বাস্থ্যৰ বাবে তেওঁলোকক মুক্তি দিয়া বুলি উল্লেখ কৰে ন্যায়ালয়ে।শনিবাৰে কাৰাগাৰৰ পৰা মুক্ত হৈ ৰবিচন্দ্ৰনে কয় তেওঁলোকক…

গাডভীৰ কি হ’ব?

বিধায়ক হোৱাটো সহজ নহ’ব ইছুডন গাডভীৰ? ৫০ বছৰ ধৰি আন কোনো সোমাব পৰা নাই সমষ্টিটোত! অহিৰৰ মন জয় কৰিব পাৰিবনে আপৰ প্ৰাৰ্থী গৰাকীয়ে? ইছুডন গাডভী ! হয়,এসময়ৰ সাংবাদিক আৰু বৰ্তমান গুজৰাটৰ আপৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী গাডভীৰ কথাই ক’ব বিচৰা হৈছে।নিৰ্বাচনত প্ৰতিন্দন্দ্বিতাৰ…

ডেংগুক পাত্তাই নিদিয়ে ‘মহাশক্তিমান’ স্বাস্থ্যমন্ত্ৰীয়ে

ৰাজ্যত বিগত কেইদিনমান ধৰি বৃদ্ধি পোৱা ডেংগু ৰোগ বৰ্তমান কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে ।দুই-এদিনৰ পৰা আক্ৰান্তৰ সংখ্যা কমিছে । ক’ভিডৰ সৈতে যুঁজ কৰা অসমবাসীয়ে এই ৰোগক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই । এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ।নগাঁৱৰ অন্যতম শিক্ষানুষ্ঠান…

বীৰছা মুণ্ডাৰ জন্মজয়ন্তীৰ প্ৰস্তুতি

ওদালগুৰি জিলাৰ মাজবাটত ১৪৭ সংখ্যক বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালনৰ প্ৰস্তুতি চলিছে। মাজবাটৰ ১নং খামটোবাৰী গাঁৱৰ খুচুৰাবাৰী চেন্টাৰত বীৰছা মুণ্ডা সংঘ ও পুথিভঁৰালৰ উদ্যোগত মাজবাট আঞ্চলিক আছা, আটছা, বেতিবাৰী চাহ মজদুৰ সংঘৰ সহযোগত ভাৰতৰ স্বাধীনতা সংগ্রামী শ্বহীদ বীৰ বীৰছা…

লোকসভাত প্ৰাৰ্থী দিব ইউপিপিএলে

কোকৰাঝাৰ চন্দ্ৰপাৰাৰ জৌগালু পথাৰত শুকুৰবাৰৰ পৰা ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশন আৰম্ভ হৈছে ৷ ইতিমধ্যে অধিবেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে৷ অধিবেশনত ইউপিপিএলৰ পতাকা উত্তোলন কৰে বড়ো স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ আনহাতে,বড়ো জনজাতিৰ ইতিমধ্যে শ্বহীদ…

বিজেপিয়ে কৰিলে লীলা

হিমাচল প্ৰদেশৰ বিজেপি প্ৰাৰ্থীৰ গৃহত শনিবাৰে উদ্ধাৰ ১৪ লাখ নগদ ধন৷ হিমাচল প্ৰদেশৰ ৬৮ টা বিধানসভা সমষ্টিৰ বাবে শনিবাৰে অনুষ্ঠিত হ’ল ভোটগ্ৰহণ৷পুৱাৰ ভাগত ভোটাদানৰ হাৰ যথেষ্ট কম আছিল যদিও দিনটোৰ পিছৰ ভাগলৈ এই সংখ্যা বৃদ্ধি পায়৷ কাংৰা জিলাৰ বাজীনাথত এই…

গুজৰাটত ডুবিব ‘মোডী জাহাজ’?

গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ১ আৰু ৫ ডিচেম্বৰত৷ গুজৰাটৰ নিৰ্বাচন সমগ্ৰ দেশৰ বাবে এক ৰাষ্ট্ৰীয় উংসৱৰ দৰে হৈছে কিয়নো বিজেপি চৰকাৰৰ দুয়োজন মূল কাণ্ডাৰী ক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাট৷ সেয়ে মোডী-শ্বাহ দুয়োজনেই…

প্ৰাৰ্থীক হৰুৱাহে লক্ষ্য আছিল নেকি নিৰ্বাচনত?

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজনৰ সমষ্টিত আচলতে কেনেধৰণৰ প্ৰচাৰ চলিছিল? অলপতে অনুষ্ঠিত হৈ যোৱা পৰিষদখনৰ নিৰ্বাচনৰ বাবে বিহপুৰীয়াত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকা,মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,মন্ত্ৰী কেশৱ মহন্ত আৰু দলটোৰ সভাপতি…