সময় বালিত খোজ থৈ নাট সামৰিলে ‘খোজ’ৰ পৰিচালকে

বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান৷ আজি পুৱা ৮.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে পুলক গগৈয়ে ৷বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল চিত্ৰশিল্পীগৰাকী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ৷ ১৯৩৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল পুলক গগৈয়ে৷চলচ্চিত্ৰ…

নগা ‘অঁকৰা’ নহয়,নগাই উলিয়াইছে ইলেক্ট্ৰনিক বাইক

সৌ সিদিনালৈকে বন্দুক লৈ ভাল পোৱা নগা যুৱকক আন গঠনমূলক কামলৈ আকৰ্ষিত কৰাটো এক সমস্যা৷ তথাপিও যেন এসময়ত মৰণাস্ত্ৰৰ লগত খেলা কৰা নগা সকল বৰ্তমান কিছু পৰিমাণে উন্নয়নৰ প্ৰতি আকৰ্ষিত হৈছে৷ নাগালেণ্ড- ম্যানমাৰ সীমান্তত নকলক নামৰ এখন জিলা আছে৷তাত আৰক্ষীৰ…

মুক্তি পালে ৰাজীৱ গান্ধীৰ হত্যাকাৰীয়ে

৩১বছৰ কাৰাবাস খটাৰ পিছত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুকলি কৰাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে নলিনী শ্ৰীহৰণকে ধৰি আন ৫ গৰাকীক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ ৰায় প্ৰদান কৰে ন্যায়ালয়ে৷ উল্লেখযোগ্য যে বিগত মে’ মাহত ৰাজীৱ গান্ধী হত্যাৰ লগত জড়িত…

দেশী-বিদেশী নিৰ্মাতাৰে ভৰিব কানৈৰ প্ৰেক্ষাগৃহ

ডিব্ৰুগড়ত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ।ডিব্ৰুগড়ত প্ৰথম বাৰৰ বাবে NIDFF (NORTHEAST INTERNATIONAL DOCUMENTARY FILM FESTIVAL) ৰ উদ্যোগত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল । আজি এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে NIDFF ৰ কৰ্মকৰ্তাই ।অহা ৪…

বিজেপিয়ে সফলতাৰে চলোৱা উদ্যোগ হ’ল হোৱাটচএপ

ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী শেষ,কিন্তু বিজেপিৰ আছে এক ডাঙৰ উদ্যোগ বিজেপিৰ এই বৃহৎ উদ্যোগটো কি? বিজেপি চৰকাৰে দেশৰ প্ৰায়বোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ ধ্বংস কৰিলে,সেয়ে বিৰোধীয়ে প্ৰায়েই সমালোচনা কৰে দলটোক৷কিন্তু বিজেপিৰ আছে এক নিজাববীয়া উদ্যোগ !কি এই উদ্যোগ? ‘বিজেপিয়ে চলোৱা বৃহৎ…

কটনৰ নির্বাচনত কোন পদত কোন জিকিল?

ফলাফল ওলাল কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নির্বাচনৰ৷ ১০ নবেম্বৰত হৈ যোৱা ভোটগ্ৰহণৰ পাছত আজি ঘোষণা হয় ফলাফল৷ সদ্য ঘোষিত ফলাফলত সভাপতি পদত জয়লাভ কৰে ত্ৰিদীপ ভাগৱতীয়ে৷ একেদৰে উপ সভাপতি পদত হিমপৰ্ণা দাস,সাধাৰণ সম্পাদক পদত ঋতুৰাজ শইকীয়া, সহ: সাধাৰণ…

ঔষধ নিষিদ্ধ,ক্ষতিপূৰণ লাগে পতঞ্জলিক !

উত্তৰাখণ্ডৰ চৰকাৰে ৫ বিধ ঔষধ নিষিদ্ধ ঘোষণা কৰাৰ পিছত যোগগুৰু বাবা ৰামদেৱ বাৰুকৈয়ে ক্ষুণ্ণ হৈছে৷তেওঁৰ ঔষধ নিষিদ্ধ ঘোষণা কৰা সকলক ‘আয়ুৰ্বেদ বিৰোধী ড্ৰাগছ মাফিয়া’ বুলি সম্বোধন কৰিছে যোগগুৰুগৰাকীৰ মালিকানাধীন কোম্পানীটোৱে। কোম্পানীটোৱে ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁলোকে এতিয়ালৈকে তেনে কোনো…

কাৰ পাল্লা কিমান ভাৰী হিমাচলত?

শনিবাৰে হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। মুঠ ৬৮ খন আসনৰ বাবে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব। হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ বহুত আগৰে পৰাই বিজেপি দলে তাত বিভিন্ন সভা -সমিতি-শোভাযাত্ৰা আদি অনুষ্ঠিত কৰি দলটোৰ সপক্ষে নিৰ্বাচনী বতাহ বোৱাবলৈ…

নাইজেৰিয়াত নীৰৱে উচুপিছে ভাৰতীয় নাবিকে

ভাৰতৰ ১৬ গৰাকী নাবিক বন্দী হৈ আছে নাইজেৰিয়ান সেনাৰ হাতত। ৮৫ দিন ধৰি অবৈধভাৱে বন্দী হৈ থকা ১৬ গৰাকী ভাৰতীয় নাবিকৰ কাতৰ আহ্বান ভাৰত চৰকাৰলৈ। তেওঁলোকক শীঘ্ৰেই ভাৰত চৰকাৰে উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী দুৰ্ভগীয়া নাৱিক…

প্ৰশাসনৰ বিৰুদ্ধে তালফাল পল্টনবজাৰ

অসম চিকিৎসা মহাবিদ্যালয়ত One Way পথৰ ব্যৱস্থাৰ বিৰুদ্ধে ৰাইজে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । জিলা প্ৰশাসনে যাতায়তৰ বাবে ওৱান ওৱে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত সেই পথেদি অহাযোৱা কৰা লোক সকল সমস্যাৰ সন্মুখীন হৈছে।সেয়ে এই ব্যৱস্থা শীঘ্ৰে বাতিলৰ দাবীত পল্টনবজাৰ চাৰিআলিত…