কটনৰ নির্বাচনত কোন পদত কোন জিকিল?

Share This Article

ফলাফল ওলাল কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নির্বাচনৰ৷ ১০ নবেম্বৰত হৈ যোৱা ভোটগ্ৰহণৰ পাছত আজি ঘোষণা হয় ফলাফল৷ সদ্য ঘোষিত ফলাফলত সভাপতি পদত জয়লাভ কৰে ত্ৰিদীপ ভাগৱতীয়ে৷ একেদৰে উপ সভাপতি পদত হিমপৰ্ণা দাস,সাধাৰণ সম্পাদক পদত ঋতুৰাজ শইকীয়া, সহ: সাধাৰণ সম্পাদক পদত নয়না বৰা,সম্পাদক কটনিয়ান পদত অংকুৰ জ্যোতি শৰ্মা, তৰ্ক সম্পাদক পদত বিনয় কলিতা, সাংস্কৃতিক সম্পাদক পদত ৰিমলিম ভূঞা, ছাত্ৰ জিৰণি কোঠা পদত হৃদয়া নন্দ কলিতা, ছাত্ৰী জিৰণি কোঠা পদত বিপাশা দাস, ক্ৰিকেট সম্পাদকৰ পদত দ্বীপজ্যোতি বৈশ্য , সংগীত সম্পাদক পদত বহ্নিমান গোহাঁই, Tennis, Swimming & Gymnasium ৰ সম্পাদক পদত দেৱজ্ঞান বৰুৱা, Minor Game Section ৰ সম্পাদক পদত লিছা মেধি,সমাজ সেৱা সম্পাদক পদত বিতোপন দলে আৰু Athletics ৰ সম্পাদক পদত আন্না ট্ৰিমুংফিয়ে জয় লাভ কৰে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.