অচিন কাঠৰ থোৰা লগাই হেৰাই গ’ল শ্ৰদ্ধা

সাধাৰণভাৱে নল’ব । স্মাৰ্ট ফোনে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে বিপদত পেলাব পাৰে আপোনাক । সেইয়া লাগে বেংকৰ টকা লেনদেন বা আন যিকোনো বিপদ। বিশেষকৈ অনলাইন ডেটিং এপ । য’ত প্ৰেম প্ৰতাৰণা অতি সুলভ। প্ৰবঞ্চনাৰ বলি আপুনিও হব পাৰে ।এনে প্ৰবঞ্চনাৰ…

প্ৰাণচঞ্চল হৈ পৰিল জনগোষ্ঠীয় উৎসৱ

বঙাইগাঁও জিলা শিক্ষাখণ্ডৰ অন্তৰ্গত সমগ্ৰ শিক্ষা বঙাইগাঁৱৰ উদ্যোগত আৰু টেঙাইগাঁও মণ্ডল সমল কেন্দ্ৰৰ সহযোগত আজি জনগোষ্ঠীয় উৎসৱ ২০২২ উদযাপন কৰে ৷ বঙাইগাঁও শিক্ষাখণ্ডৰ অধীনৰ টেঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱাৰে পৰা এই উৎসৱ আৰম্ভ হয় ৷ মণ্ডল সমল কেন্দ্ৰৰ মুঠ…

চোৰ ঐ চোৰ !কিন্তু ক’ত?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ গৃহ ৰাজ্য মন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা পশ্চিম বংগৰ আদালতৰ৷ এটাও নহয়, দুটাকৈ বৃহৎ পৰিমাণৰ সোণ চুৰিৰ ঘটনাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী নিশিথ প্ৰামাণিক৷ পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ জুডিচিয়েল মেজিষ্ট্ৰেটৰ থাৰ্ড কোৰ্টে শীঘ্ৰেই প্ৰামাণিকক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে৷ অহা ৯ ডিচেম্বৰৰ…

 মিজোৰ গতা,বন বিভাগৰ খেদাত ত্ৰস্তমান সীমান্তবাসী

এফালে মিজোৰ আগ্ৰাসন, আনহাতে বন বিভাগৰ উচ্ছেদৰ জাননী ! হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । দৰাচলতে ৰাজ্য চৰকাৰৰ নিৰ্দেশত হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তত আৰম্ভ হৈছে এটা কমাণ্ডো বেটেলিয়ন কেম্প নিৰ্মাণৰ কাম । ইতিমধ্যে অসম আৰক্ষী,…

 ‘চামচাগিৰি’ৰে অভিলেখ ৰচিছে ভাৰতীয় সংবাদমাধ্যমে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সংবাদ মাধ্যমৰ ওপৰত আমেৰিকাৰ ইউনিভাৰ্চিটি অব মিছিগানে গবেষণা ভিত্তিক এক তথ্য প্ৰকাশ কৰিছে৷ বিভিন্ন ৰাজনৈতিক নেতা,ৰাজনৈতিক বিশ্লেষক,বুদ্ধিজীৱিয়ে সামাজিক মাধ্যমত আপলোড কৰা তথ্যৰ উৎস,টুইটাৰৰ টুইট,ৰিটুইট আদিৰ পৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰত এই প্ৰতিবেদন প্ৰকাশ…

গ্ৰন্থৰ সুবাস বিয়পিব গোলাঘাটৰ আকাশত

গোলাঘাটত অহা ১৮ নবেম্বৰৰ পৰা অনুষ্ঠিত হ’ব সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা।গোলাঘাটত প্ৰতি বৰ্ষৰ দৰে এইবাৰো অন্যতম স্বেচ্ছাসেৱী সংগঠন ভক্স পপুলীৰ উদ্যোগত, জিলা প্ৰশাসন আৰু অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাকে মুখ্য কৰি বিভিন্ন সামাজিক সংগঠনৰ উদ্যোগত আয়োজন কৰা হৈছে গোলাঘাট…

দলং বাদ, ঢলংপলং হৈ সময় কটোৱাৰহে লক্ষ্য শ্ৰমিকৰ

মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ নামত শ্ৰমিক সকলৰ মাজত চলিছে কি ?যোৰহাটৰ হাতীশালৰ দলং নিৰ্মাণ স্থলীত অসৎ কামত সহযোগ নকৰাৰ বাবে চাৰি শ্ৰমিক বন্ধুৱে প্ৰহাৰৰ অভিযোগ কৰিছে লগৰে শ্ৰমিকক ।শ্ৰমিকে দলং নিৰ্মাণৰ গুৰুত্ব পাহৰি অসৎ তথা অসামাজিক কাৰ্যত লিপ্ত হৈ…

একে ঘাটৰ পানী খাব নেকি তেজস্বী-গাডকাৰীয়ে?

হঠাৎ তেজস্বী যাদৱৰ ‘দৰদ’ কিয় বিজেপিলৈ? নীতিন গাডকাৰীৰ প্ৰশংসাত পঞ্চমুুখ তেজস্বী যাদৱ “মোৰ কোনো সন্দেহ নাই গাডকাৰীয়ে নিজৰ বিভাগটো খুব সুন্দৰভাৱে চলাই আছে। আমি তেওঁৰ নিচিনা আৰু কেন্দ্ৰীয় মন্ত্ৰী বিচাৰিছিলোঁ। তেওঁৰ এক যোগাত্মক মন আছে।সকলো যদি তেওঁৰ নিচিনাই হয়,তেন্তে কোনো…

ভেটি তচনচ,তথাপিও ল’লে মুখ্যমন্ত্ৰীৰ নাম

সমাগত গুজৰাট নিৰ্বাচনক লৈ বিজেপিৰ দৈনিক বৃদ্ধি পাইছে দুঃশ্চিন্তা।কাৰ নামত ভোট বিচাৰিব,তাকে লৈ পাৰ নোপোৱা হৈছে বিজেপি।আপৰ আগ্ৰাসী নিৰ্বাচনী ৰণ কৌশলে শংকিত কৰিছে বিজেপিক।আপে জনতাৰ মতামত লৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে,কিন্তু বিজেপিৰ ওৰ পৰা নাই চিন্তাৰ।আহমেদবাদত এটা ব্যক্তিগত টেলিভিছন চেনেলত…

ভাষণ আৰু শ্ৰোতা দুয়োটাই ভুৱা নেকি প্ৰধানমন্ত্ৰীৰ?

কিমান জনপ্ৰিয় নৰেন্দ্ৰ মোডী?বাছত ওলমি মোডীৰ সভালৈ অহা মানুহবোৰ কোন?ভাষণতটো মিছা মাতেই,অনুগামীও মিছা প্ৰধানমন্ত্ৰী মোডীৰ।প্ৰধানমন্ত্ৰী মোডীৰ সভা মানেই জনসমাগম এয়া কোনো নতুন কথা নহয়।বাস্তৱিক ভাষণ হওক বা নহওক,প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ বিৰ দি বাট নোপোৱা অৱস্থাৰ ছবিখন সকলোৰে পৰিচিত।অন্ততঃ ২০১৪ চনৰ…