সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰেহাইৰ নামত টুপী দিয়াৰ ফল ভুগিছে এমাজনে

টুইটাৰৰ পিছত এমাজনৰ কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি ।প্ৰায় ১০ হাজাৰ কৰ্মচাৰীয়ে একেলগে হেৰুৱাব চাকৰি কোম্পানীটোৰ ব্যয় সংকোচনৰ বাবে এই সিন্ধান্ত লৈছে কৰ্তৃপক্ষই।এমাজন কোম্পানীত সমগ্ৰ বিশ্বত ১.৬ মিলিয়ন কৰ্মচাৰী আছে ।ইয়াৰে ১% কৰ্মচাৰী কোম্পানীটোৱে…

‘কোৱালিটি’ত গুৰত্ব নিদিয়াৰ ফল ভুগিব বিশ্বনাথবাসীয়ে

উদ্ধোধনৰ পূৰ্বেই চিৰাল ফাঁট নিৰ্মীয়মাণ চিকিৎসালয়ৰ দেৱালৰ।বিশ্বনাথত নিৰ্মাণ প্ৰায় সমাপ্ত হোৱা ২০০ খন বিচনা যুক্ত জিলা চিকিৎসালয়খনৰ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰা কথা পোহৰলৈ আহিছে। উল্লেখ্য যে বৃহত্তৰ বিশ্বনাথবাসীৰ দাবীৰ…

ফ’ৰলেন নহয়,মৰণফান্দ নিৰ্মাণত ব্যস্ত ধাটৰৱাল

বিশ্বনাথৰ পৰা গহপুৰলৈ চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে।হাৰিয়ানাৰ ধাটৰৱাল কোম্পানী বিৰুদ্ধে এই অভিযোগ স্থানীয় জনতাৰ। পথৰ কাষৰ পৰা মাটি খান্দি নিৰ্মাণ কৰিছে চাইডবাম।হাৰিয়ানাৰ ধাটৰৱাল কোম্পানী নামৰ ফ''ৰলেন নিৰ্মাণকাৰী…

ডাষ্টবিন হ’লগৈ চৰকাৰী আদৰ্শ গাঁৱৰ কুঁৱা

খীৰতি গাইত পৰিণত হৈছে নেকি অসম চৰকাৰৰ আদৰ্শ গাঁও যোজনা । কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলাইখোৱা আদৰ্শ গাঁৱত উন্নয়নৰ নামত কি ঘটিছে ?ৰাজ্যত আদৰ্শ গাওঁ নিৰ্মাণ প্ৰকৃততে এক চূড়ান্ত প্ৰহসনলৈ পৰিণত হৈছে।বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰ গাঁও পঞ্চায়তৰ…

আছে হেংদাং লোৱা নাই,এইবাৰ ৰক্ষা নাই ..

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে ছয় জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চই জনোৱা অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে শিৱসাগৰত ।দুই এখন ব্যক্তিগত যানবাহনৰ বাদে দোকান পোহাৰ সকলো বন্ধ শিৱসাগৰত।ঐতিহাসিক ৰংঘৰৰ সন্মুখত…

ধৰ্মৰক্ষকৰ দিনতেই ধৰ্ম সংকটত !

বলপূৰ্বক ধৰ্মান্তকৰণ ! নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আহিব দেশলৈ !নানান প্ৰলোভন দি ধৰ্মান্তকৰণ কৰাটো অপৰাধ ! বলপূৰ্বক ধৰ্মান্তকৰণ এক ভয়ংকৰ জ্বলন্ত সমস্যা।দেশৰ শান্তি আৰু নিৰাপত্তা বিঘ্নিত কৰিব ধৰ্মান্তকৰণে সোমবাৰে উচ্চতম ন্যায়ালয়ে এই বিষয়টোক…

ছেঃ এনেকৈয়ো মাৰেনে?

এজাক ল’ৰাই এজন ল’ৰাক মাৰিছে !মাৰিছে মানে গুৰীয়াইছে,লঠীয়াইছে,কোবাইছে মুঠতে একো নকৰিবলৈ থোৱা নাই।কিন্তু কিয়? কাৰণটো ? কাৰণটো জানিলে আচৰিত হ’ব আপুনি! গুৰুলাগুৰুলকৈ পিতন খোৱা ল’ৰা জনৰ নাম হিমাংক বাঞ্চাল ।ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদৰ ICFAI…

বিজেপি ত্যাগ ‘বাহুবলী’ৰ

এসেকা দিবলৈ সাজু বিসম্বাদী ! বিজেপিৰ ৬ বাৰৰ বিধায়কে ত্যাগ কৰিলে বিজেপি । ৱাঘ’দিয়াৰ সমষ্টিৰ বিধায়কে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী । ৱাঘদিয়া সমষ্টিৰ বিজেপি বিধায়ক গৰাকীয়ে ১৯৯৫ চনত বিজেপিত যোগদান কৰিছিল।তেতিয়া তেওঁ আছিল নিৰ্দলীয় বিধায়ক। “ মই বিজেপি…

গাঁৱৰ প্ৰতি জন মানুহক মাত দিয়া মানুহজন মুখ্যমন্ত্ৰী হ’ব !

২০২১চনৰ ১২ ছেপ্তেম্বৰ ! সেই দিনটোতেই নভৱা নিচিন্তাকৈয়ে কপাল ফুলিছিল এজন সাধাৰণ ব্যক্তিৰ।সাধাৰণ যদিও ব্যক্তিজন আছিল অসাধাৰণ !১২ ছেপ্তেম্বৰৰ দিনা তেওঁ আন দিনাৰ দৰেই নিজৰ সেই সৰু ঘৰটো এৰি দলৰ এখন জৰুৰী বৈঠকলৈ গৈছিল।সেইদিনা উভতি আহোঁতে তেওঁ এখন…

ৰঙা ভিণ্টেজত উঠি ড্ৰীম গাৰ্ল যায়,নলবৰীয়া মানুহে ঘূৰি ঘুৰি চায়…

নলবাৰী ৰাস মহোৎসৱত পাৰ ভঙা উছাহ জনতাৰ।পোন প্ৰথমবাৰৰ বাবে বৃন্দাবনৰ শিল্পীৰ দ্বাৰা নলবাৰী ৰাসৰ মঞ্চত প্ৰদৰ্শিত হ'ল ময়ূৰ,চৰকোল্লা আৰু দাণ্ডিয়া ৰাস।দৰ্শকৰ সঁ‌হাৰিত আপ্লুত বৰ্হিৰাজ্যৰ শিল্পীসকল।নলবাৰী ৰাস মহোৎসৱৰ সপ্তমটি নিশাও লোকে লোকাৰণ্য হৈ…