সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডিফুত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা

ডিফু চহৰস্থিত ডিফু ক্লাৱত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে আৰু কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱজ্যোতি…

মণিপুৰত উজলিল বৰভাগৰ উশ্বু খেলুৱৈ দীপামণি কলিতা

ৰাজ্যলৈ সুনাম কঢ়িয়ালে বৰভাগৰ যুৱতীয়ে।উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত উশ্বু খেলত ৰূপৰ পদকেৰে উজলিল নলবাৰী বৰভাগৰ মৌৰাৰ যুৱতী দীপামণি কলিতা।আৰ্থিক দীনতাত পীড়িত দীপামণিক উৎসাহ যোগাবলৈ সময় নাই স্থানীয় বিধায়ক কিম্বা ক্ৰীড়া বিভাগৰ।টকা সুদত লৈ…

ৰিয়ানৰ ওপৰত ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দৃষ্টি পৰিবনে ?

●জীতেন গগৈ বিজয় হাজাৰে ট্ৰফীত ১২৩ ষ্ট্ৰাইক-ৰেটেৰে অসমৰ ৰিয়ান পৰাগৰ ৫৫২ ৰান !দুটাকৈ শতৰান আৰু অৰ্দ্ধ শতৰান !৯ টা ইনিংছত ৩০ টা ছয় আৰু ৩৭ টা চাৰি !নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিব নে ?মহাৰাষ্ট্ৰৰ বিৰুদ্ধে আহমেদাবাদত চলি থকা বিজয় হাজাৰে ট্ৰফীৰ…

কি হ’ব NDTV ৰ ?

NDTVৰ নিৰপেক্ষ সাংবাদিকতাৰ সেই ধ্বজা অটুট থাকিব নে? এই প্ৰশ্ন এতিয়া চৌদিশে। কাৰণ NDTVৰ প্ৰতিষ্ঠাপক সাংবাদিক প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে পদত্যাগ কৰাৰ পাছতে এতিয়া NDTVৰ ভৱিষ্যত সন্দৰ্ভত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। কি হ'ব ৰৱীশ কুমাৰৰ পৰৱৰ্তী…

জনসংখ্যা বাঢ়িছে মুছলমানৰ

শেহতীয়াকৈ ব্ৰিটেইনত কৰা এক লোকপিয়ল অনুসৰি এই তথ্য পোহৰলৈ আহিছে যে এদিন বিশ্ব শাসন কৰা খ্ৰীষ্টান দেশ তথা ইংলেণ্ডত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা । আশ্চৰ্যজনক ভাৱে হ্ৰাস পাইছে খ্ৰীষ্টান ধৰ্মালম্বীৰ সংখ্যা। মাত্ৰ ব্ৰিটেইনতেই নহয় ক্ৰমান্বয়ে…

বিজেপি -আপৰ প্ৰতি ক্ষোভ ৰিপুণ বৰাৰ

বিশ্বনাথত তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত ৰাজ্যিক সভাপতি ৰিপুণ বৰা উপস্থিত হৈ কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে।ৰাজনৈতিক উদ্দেশ্যতহে বিজেপিয়ে লাচিত বৰফুকনক চিনি পালে।লাচিত বৰফুকনক তেওঁলোকে হিন্দু বীৰ সজালে।বিজেপিয়ে…

বণিয়াক বৰপীৰা,থলুৱাক খেদাৰ প্ৰতিবাদ

নগাঁৱৰ উৰিয়াগাঁৱত অসম যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।থলুৱা ৰাইজৰ ভূমি বহিঃৰাজ্যৰ বণিয়াক গটোৱাৰ বিৰুদ্ধে এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ…

পত্নীক তলা মাৰি আত্মহত্যা শিক্ষা বিষয়াৰ

বজালীৰ জিলা শিক্ষা বিষয়া নিশিপদ দাসৰ ৰহস্যজনক আত্মহত্যাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলত।পাঠশালাৰ জ্যোতিনগৰৰ বাসিন্দা ৪৮ বছৰীয়া নিশিপদ দাসে বুধবাৰে পুৱতি নিশা নিজৰ শোৱনি কোঠাত পত্নীক তলা লগাই থৈ পাকঘৰৰ ভিতৰত চিপ লয় বুলি জানিব…

ভেকচিন দি ভয়ত কঁপিছে চৰকাৰ !

ভেকচিন দি বিপদত পৰিছে চৰকাৰ৷তাৰেই পৰিপ্ৰেক্ষিতত এতিয়া সতর্কীকৰণৰ কথা কৈ দায় সৰাৰ চেষ্টা চৰকাৰৰ ।বিগত বৰ্ষত ক’ভিড ভেকচিন লৈ প্ৰাণ হেৰুৱা দুগৰাকী মহিলাৰ পিতৃমাতৃয়ে ন্যায়ালয়ত দাখিল কৰিছিল এখন আবেদন।হায়দৰাবাদৰ ৰচনা গংগু আৰু কয়ম্বাটুৰৰ…

মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ছিণ্ডিকেট !

পাণ,কণী,গৰু অথবা মাছৰ ছিণ্ডিকেট নহয়, ৰাজ্যত এতিয়া চলি আছে এম আৰৰ ছিণ্ডিকেট ।এচাম শিক্ষিতই জনস্বাস্থ্যলৈ গুৰুত্ব নিদি ঔষধৰ নামত আৰম্ভ কৰিছে দালালি আৰু গুণ্ডাগিৰি যাৰ বৰ্হিপ্ৰকাশ ঘটিল নগাঁৱত ।ময়ূৰৰ ৰাজসভাত যেন ফেউৰাৰ চিঞৰ ৷ জীৱনদায়িনী ঔষধৰ…