Browsing Category
বিশ্ব
আফগানিস্তানৰ পৰা পলায়ন সন্দৰ্ভত কি ক’লে আশ্ৰফ ঘানিয়ে ?
দেশত্যাগ কৰাৰ পাছত আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ তাৰ মাজতে সামাজিক মাধ্যমযোগে ঘানিয়ে প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া ৷ আফগানিস্তানৰ ক্ষমতা হস্তান্তৰ সম্পৰ্কত তেও কয় ,’তালিবানে তৰোৱাল আৰু বন্দুকৰ…
তালিবানৰ শাসনত অকলে ঘৰৰ পৰা ওলাব পাৰিবনে মহিলাসকল ?
আফাগানিস্তানত কেনেকুৱা হ’ব তালিবানৰ শাসন ? তালিবানৰ শাসনত কেনেকৈ থাকিব লাগিব অফগান মহিলাসকল ? অকলে ঘৰৰ বাহিৰলৈ ওলাব পাৰিবনে আফগানিস্তানৰ মহিলাই ?কি কি কাম কৰিব পাৰিব অথবা কি কি চাকৰি কৰিব পাৰিব তালিবান শাসনাধীন আফগানিস্তানৰ মহিলাই ? সেই …
অশান্ত আফগানিস্তান! কাবুল বিমানবন্দৰত পুনৰ মৃত্যুক সাৱটিলে ৫ জনে
আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সৃষ্টি হৈছে অৰাজক ,উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। তালিবানে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল দখল দখল কৰাৰ পিছতে কাবুল বিমানবন্দৰত ভিৰ কৰিছে হাজাৰ হাজাৰ আফগান নাগৰিকে। ভাইৰেল…
আফগানিস্তান দখল কৰা কোন এই তালিবান ?
সেয়া আছিল ১৯৮০ৰ দশকৰ কথা। আফগান চৰকাৰৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত আফগানিস্তানত উপস্থিত হৈছিল ছোভিয়েট সেনাৰ এটা বিশেষ দল। সেই সময়ছোৱাত কেইবাটাও মুজাহিদীন গোটে আফগানিস্তানৰ চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি আছিল। এই মুজাহিদীন গোটবোৰক…
আফগানিস্তানত আৱদ্ধ পৰিয়াল : ইংলেণ্ডত ক্ৰিকেটাৰ ৰছিদ খানৰ ধুমুহা
আফগানিস্তানত আৱদ্ধ হৈ আছে ক্ৰিকেটাৰ ৰছিদ খানৰ পৰিয়াল ৷ দেশ এৰি পলাব বিচৰা হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে কাবুলৰ বিমান – বন্দৰত ৷ দেশৰ কথা ভাবি চিন্তিত হৈ পৰিছে দেশৰ পৰা আঁতৰত থকা আফগান নাগৰিকসকল ৷ কিন্তু তেনে এক মানসিক ভাৱে প্ৰতিকূল অৱস্থাতো…
উৰন্ত বিমানৰ পৰা সৰি পৰি আফগানিস্তানত মৃত্যু দুজনৰ
উৰন্ত বিমানৰ পৰা সৰি পৰি আফগানিস্তানত মৃত্যু হৈছে দুজন লোকৰ ৷ স্থানীয় সূত্ৰৰ খবৰ অনুসৰি , কাবুল বিমান বন্দৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ৷ আফগানিস্তানত তালিবান শাসনলৈ অহাৰ লগে লগে দেশৰ পৰা পলায়ন কৰিবলৈ কাবুল বিমান মন্দৰত হাজাৰ হাজাৰ…
তাজিকিস্তানৰ পৰা ওভতাই পঠিয়ালে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতিক
আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে ৷ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পাছত তেও আশ্ৰয় বিচাৰি গৈছিল তাজিকিস্তানলৈ ৷ কিন্তু তাজিকিস্তানৰ পৰা আশ্ৰফ ঘানিৰ বিমান ওভতাই পঠিওৱা হৈছে ৷ সোমবাৰে অপসাৰিত…
বিনা যুদ্ধই আমেৰিকাই পাকিস্তানক গতালে নেকি আফগানিস্তান ?
জৰ্জ বুশ্বৰ পৰা ওচামা বিন লাডেনলৈ সকলোৱে আফগান যুদ্ধক দেশখনৰ মুক্তিৰ যুদ্ধ হিচাপে বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু বাস্তৱ সত্যটো হ’ল – কোনো এজন ৰাষ্ট্ৰপতিৰ আমোলতে আফগানিস্তান ৰাষ্ট্ৰ গঠনৰ চেষ্টা কৰা নহ’ল ৷
কাবুলত আকাশী পথ বন্ধ , উদ্বিগ্ন নতুন দিল্লী
কাবুলৰ পৰা বিভিন্ন দেশলৈ বিমান চলাচল কৰা আকাশী পথসমূহ বন্ধ কৰি দিয়া হৈছে ৷ যাৰ বাবে আফগানিস্তানত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলক লৈ উদ্বিগ্ন হৈ পৰিছে নতুন দিল্লী ৷ আকাশী পথ বন্ধ কৰি দিয়াৰ ফলত হামিদ কাৰজাই বিমান বন্দৰত বিমানৰ অৱতৰণৰ লগতে বিমান…
২০ বছৰৰ আফগান যুদ্ধ সামৰি কিয় খালী হাতেৰে উভতিল আমেৰিকা ?
৯/১১ ৰ ভয়ংকৰ আক্ৰমণৰ পাছত আমেৰিকা প্ৰতিশোধ পৰায়ণ হৈ উঠিল ৷ আল-কায়দা আৰু তালিবানৰ নেক্সাছৰ আলম লৈ নিশাৰ ভিতৰতে সৈন্যসামন্ত লৈ প্ৰৱেশ কৰিলে আফগানিস্তানত ৷ তাৰ পাছত সুদীৰ্ঘ ২০ টা বছৰৰ অবিৰাম যুদ্ধ ৷ ব্যয় হ’ল কৌটি কৌটি ডলাৰ ৷ হাজাৰ হাজাৰ সৈনিক…