সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

এইবাৰ সাধাৰণ লোকৰ ব্যক্তিগত ধনৰ ওপৰতো শেনচকু ফেছিষ্ট তালিবানৰ

আফগানিস্তানত তালিবানৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাছৰে পৰা সকলো ক্ষেত্ৰতে বাধা আৰোপ কৰাৰ খবৰ পোহৰলৈ আহিছে। তালিবানে ইটোৰ পাছত সিটো ফেচিষ্ট নীতি প্ৰৱৰ্তন কৰাৰ পাছত আজি 'খামা নিউজ'ৰ তথ্য অনুসৰি তালিবানে ঘোষণা কৰে যে আগানিস্তানৰ লোকসকলে সীমিত অংকৰ…

আফগানিস্তানত কিমান অস্ত্ৰ এৰি গ’ল আমেৰিকাই ?

বিশ্বৰ বৃহৎ বৃহৎ শক্তি সমূহৰ বাবে ১৯ দশকৰ পৰাই আফগানিস্তান এখন খেলপথাৰ হিচাপে পৰিগণিত হৈ আহিছে৷ ১৯ দশকত ইংলেণ্ড,বিংশ দশকত ৰাছিয়া আৰ একবিংশ দশকত আমেৰিকাই আফগানিসতানত নিজৰ প্ৰভূত্ব সাব্যস্ত কৰি দেখুৱাইছে৷ কিন্তু এই তিনটা শক্তিয়েই বিভিন্ন সময়ত…

আকৌ বিস্ফোৰিত হব পাৰে কাবুল বিমানবন্দৰ : জ’ বাইডেন !

মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনে ব্যক্ত কৰিছে যে আমেৰিকা সেনাৰ মুখ্য সচিবে প্ৰকাশ কৰিছে যে পূৰ্বৰ আত্মঘাটি বোমাৰ বিস্ফোৰণৰ দৰে আগন্তুক ২৪ ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ বিস্ফোৰিত হব পাৰে কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আফগানিস্তানত তালিবানৰ…

বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়?

তালিবানে আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে।বৰ্তমান সংযুক্ত আৰৱ এমিৰেটচ(UAE)ত আশ্ৰয় গ্ৰহণ কৰি আছে ৰাষ্ট্ৰপতি গৰাকীয়ে। কিন্তু প্ৰশ্ন হয় - বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়? UAEত আশ্ৰয়…

পাকিস্তান আমাৰ ঘৰৰ দৰেইঃ তালিবান

আফগানিস্তানত পুনৰ এবাৰ ক্ষমতা দখল কৰাৰ পিছত তালিবানে এতিয়া কৈছে যে পাকিস্তান তালিবানৰ বাবে দ্বিতীয়খন ঘৰৰ দৰে। পাকিস্তানী টিভি চেনেল ARI নিউজৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে আফগানিস্তান…

আফগানিস্তানত আইছিছৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ

কাবুলত আইছিছ খুৰাছান গোটে সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণৰ পাছত হুংকাৰ দিছিল আমেৰিকাই ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সন্ত্ৰাসবাদী সংগঠনটোৱে এই ঘটনাৰ মাচুল আদায় দিব লাগিব বুলি সকীয়ণি দিছিল ৷ ইয়াৰ পাছতেই পদক্ষেপ গ্ৰহণ কৰিলে পেন্টাগণে ৷…

প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰি তালিবানে কি ক’লে ?

গুজৰাটৰ সোমনাথত কেবাটাও আঁচনি উদ্বোধনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে সন্ত্ৰাসৰ বলত কিছুসময়ৰ বাবে সাম্ৰজ্য দখল কৰিব পাৰি কিন্তু সেয়া স্থায়ী হ’ব নোৱাৰে ৷কোনোৱে বেছি দিনৰ বাবে মানৱতাক পদানত কৰি ৰাখিব নোৱাৰে ৷ প্ৰধানমন্ত্ৰী…

ISIS-তালিবানৰ মাজত সংঘটিত হৈছে ভয়ানক সংঘৰ্ষ, কোন দিশে আফগানিস্তানৰ ভৱিষ্যত?

বৰ্তমান সময়ত বিশ্বত আটাইতকৈ চৰ্চিত খবৰটো হৈছে যে আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ কাষত দুটাকৈ ভয়ানক বিস্ফোৰণ সংঘটিত হৈছে আৰু এই বিস্ফোৰণত অতি কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বৃহৎ সংখ্যক লোক আহত হৈছে। আমেৰিকায়ো এই আক্ৰমণত নিজৰ নাগৰিকৰ…

কাবুলত আত্মঘাটী আক্ৰমণ কৰা আইছিছ খুৰাছান কি ?

আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত আত্মঘাটী বোমা বিস্ফোৰণৰ বাবে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিছৰ খুৰাছান গোটক জগৰীয়া কৰা হৈছে ৷ আফগানিস্তানত সক্ৰিয় হৈ থকা চৰমপন্থী সংগঠনসমূহৰ ভিতৰত আইছিছৰ খুৰাছান গোটেই হ’ল আটাইতকৈ ভয়ানক ৷…

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল কাবুল , নিহত ৭৩

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান ৷আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত বোমা – বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনাত ৭৩ জন লোক নিহত হৈছে ৷ নিহতসকলৰ ভিতৰত ৬০ গৰাকী আফগান নাগৰিক আৰু আন ১৩ গৰাকী আমেৰিকান সেনা  ৷ আহত হৈছে ১৫০ ৰো…