Browsing Category
বিশ্ব
কিয় ওজন হ্ৰাস পাইছে উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনৰ?
উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনৰ কথা হয়তো আপোনাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু শেহতীয়াকৈ কিম জং চৰ্চালৈ আহিছে তেঁওৰ স্বাস্থ্যৰ বাবে। কিমৰ কিছুমান ছবি আকৌ এবাৰ ভাইৰেল হৈ পৰিছে য'ত কিমক যথেষ্ট ক্ষীণ দেখা গৈছে। কিন্তু আচৰিত ধৰণে…
দুটা দশকৰ অন্তত আফগানিস্তানত আজি চৰকাৰ গঠন কৰিব তালিবানে
আজিৰে পৰা আফগানিস্তানত তালিবানৰ নেতৃত্বত নতুন চৰকাৰ। তালিবানে ১৫ আগষ্টত কাবুল দখলৰ পাছত প্ৰায় দুই সপ্তাহ অতিক্ৰম কৰিলে আৰু এফালৰ পৰা আফগানিস্তানত বিভীষিকা ৰ সৃষ্টি কৰি অৱশেষত চৰকাৰ গঠনৰ দিশৰ আগবাঢ়িছে। আন্তঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত…
গুৱাহাটীৰ নবীন নগৰৰ দৰে পৰিস্থিতি আমেৰিকাৰ নিউয়ৰ্কত
গুৱাহাটীৰ নবীন নগৰ , অনিল নগৰৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে আমেৰিকাৰ নিউয়ৰ্ক চহৰত ৷ সকলো জলমগ্ন ৷ ঘোষণা কৰা হৈছে – ষ্টেট অৱ ইমাৰজেন্সী ৷
ধৰাবাহিক বৰষুণ আৰু ধুমুহা বতাহৰ ফলত আমেৰিকাৰ অভিজাত চহৰখন এতিয়া পানীৰ মাজত আৱদ্ধ হৈ পৰিছে ৷ শেহতীয়া খবৰ…
দোহাত প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হ’ল ভাৰত চৰকাৰ আৰু তালিবান
মঙলবাৰে প্ৰথমখন আনুষ্ঠানিক বৈঠকত মিলিত হয় ভাৰত চৰকাৰ আৰু তালিবান। ইতিমধ্যেই কাটাৰত ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিত্তাল আৰু তালিবান নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে। প্ৰাপ্ত খবৰ অনুসৰি মিত্তাল আৰু শ্বেৰ…
মানৱীয়তাৰ চূড়ান্ত স্খলনঃ তালিবানে হেলিকপ্টাৰত ওলোমাই লৈ ফুৰিছে মৃতদেহ
সোমবাৰে আমেৰিকান সেনাই আফগানিস্তান ত্যাগ কৰাৰ পিছতে কান্দাহাৰৰ আকাশৰ এটা দৃশ্যই এতিয়া বুকু কঁপাই তুলিছে আফগানী জনতাৰ৷ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত দেখা গৈছে যে আমেৰিকান সেনাৰ এখন ব্লেক হক হেলিকপ্টাৰে এজন লোকৰ মৃতদেহ ওলোমাই…
ভাৰতে আফগানিস্তানৰ পৰা ঘূৰাই আনিলে কিন্তু আমেৰিকাই নানিলেঃ কিহৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে…
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ইতিমধ্যেই আফগানিস্তান ত্যাগ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি আমেৰিকাই আফগানিস্তানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহন এৰি থৈ গৈছে। শেহতীয়া খবৰটো হ'ল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই বহুসংখ্যক সামৰিক…
চৌদি আৰৱৰ আভা বিমানবন্দৰত ২৪ ঘন্টাত দুটাকৈ ড্ৰোন আক্ৰমণঃ ৮ জন আহত
দক্ষিণ-পশ্চিম চৌদি আৰৱৰ আভা বিমানবন্দৰত মঙলবাৰে সংঘটিত হৈছে এটা ভয়ংকৰ ড্ৰোন আক্ৰমণ। এই আক্ৰমণত ৮ জন লোক আহত হোৱাৰ লগতে এখন বিমানো ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত আভা বিমানবন্দৰত এয়া আছিল দ্বিতীয়টো ড্ৰোন…
আফগানিস্তান এৰা আমেৰিকাৰ শেষৰজন সৈনিক কোন ?
আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ল আমেৰিকান সেনা ৷ তাৰ পূৰ্বে তাত থকা আমেৰিকাৰ সকলো লোককে দেশলৈ ঘূৰাই নিয়া হয় ৷ প্ৰতিগৰাকী নাগৰিক সুকলমে আমেৰিকালৈ উভতি যোৱাৰ পাছত মঙলবাৰে নিশা আফগানিস্তান এৰিলে শেষৰজন আমেৰিকান সেনাই ৷ চি ১৭…
দুটা দশকযোৰা যুদ্ধৰ পৰিসমাপ্তি! আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰিলে আমেৰিকাই
অৱশেষত দুটা দশকৰ যুদ্ধৰ পৰিসমাপ্তি ঘটিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাইডেন প্ৰশাসনে আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰিলে। বিগত সোমবাৰে আফগানিস্তানৰ পৰা উৰা পৰা আমেৰিকালৈ উৰা মাৰিছিল অন্তিমখন সামৰিক বিমান। প্ৰায় ২০ বছৰ আগতে…
তালিবান নেতাৰ সাক্ষাৎকাৰ লৈ কিয় দেশ এৰিবলগীয়া হ’ল আফগান মহিলা সাংবাদিকে ?
তালিবান নেতাৰ সক্ষাৎকাৰ লোৱা আফগানিস্তানৰ মহিলা সাংবাদিকে ভয় ভাবুকিৰ সন্মুখীন হৈ এৰিবলগীয়া হ’ল দেশ ৷সাংবাদিকগৰাকীৰ নাম বেহেস্তা আৰঘান্দ ৷ ১৭ আগষ্টত তেও এজন শীৰ্ষস্থানীয় তালিবান নেতাৰ সাক্ষাৎকাৰ লৈছিল ৷ আফগানিস্তানৰ ইতিহাসত তালিবান নেতাৰে…